অসমৰ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিলে ৪৩.৪১ কৌটি টকা
অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিছিল ৪৩ কৌটি ৪১ লাখ টকা ৷বিজেপি দলৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে ৷ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচন আয়োগক নিৰ্বাচনী ব্যয়ৰ হিচাপ দাখিল কৰিব লাগে ৷ সেই অনুসৰি বিজেপি দলে পশ্চিমবংগ , অসম ,…