উচ্ছেদস্থলী পৰিদৰ্শন কৰিবলৈ গৈ পানীৰ মাজত আৱদ্ধ হৈ পৰিল কংগ্ৰেছৰ ভূপেন, দেৱব্ৰত, ৰিপুণ আৰু ৰকিঃ তাৰ…
দৰং জিলাৰ ঢলপুৰৰ উচ্ছেদ অভিযানক লৈ ৰাজ্যত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। বেদখলকাৰীৰ ওপৰত আৰক্ষীয়ে চলোৱা বৰ্বৰ আক্ৰমণৰ বিৰুদ্ধে আজি প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছিল কংগ্ৰেছ দলে আৰু সেইবাবেই আজি উচ্ছেদস্থলী অভিমুখে ৰাওনা হৈছিল কংগ্ৰেছৰ জেষ্ঠ্য…