আমিনুল ইছলামৰ বিৰুদ্ধে বিজেপি মিত্ৰজোটৰ পৰা ধন লোৱাৰ অভিযোগ তুলিলে কোনে ?
এইবাৰ ধিঙৰ এ আই ইউ ডি এফ বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে অগপৰ পৰা ধন লোৱাৰ অভিযোগ উত্থাপণ হৈছে ৷ বিগত লোকসভা নিৰ্বাচনত অগপ – বিজেপি মিত্ৰজোটৰ প্ৰাৰ্থী মণিমাধৱ মহন্তক সহায় কৰাৰ নামত মন্ত্ৰী কেশৱ মহন্তৰ পৰা ২৫ লাখ টকা লোৱাৰ অভিযোগ উত্থাপণ কৰিছে…