খাৰুৱা তেলৰ মূল্য হ্ৰাস কৰাৰ বাবে কি কৰিব ভাৰত আৰু আমেৰিকাই?
ক্ৰমাৎ বিশ্বব্যাপী বৃদ্ধি পাবলৈ লৈছে ইন্ধনৰ মূল্য। খাৰুৱা তেলৰ অনিয়ন্ত্ৰিত মূল্যই বিশ্বৰ বহু দেশৰ অৰ্থনৈতিক পৰিকাঠামোত আঘাত হানিছে। ভাৰতৰ দৰে উন্নয়নশীল দেশত পেট্ৰল-ডিজেল আৰু অত্যাৱশ্যকীয় ইন্ধনৰ মূল্য বৃদ্ধিয়ে যথেষ্ট নেতিবাচক প্ৰভাৱ…