প্ৰিয়ংকা গান্ধীৰ পিছত আৰক্ষীয়ে আটক কৰিলে অখিলেশ যাদৱক
লখিমপুৰ খেৰীৰ ঘটনাক লৈ উত্তাল হৈ আছে উত্তৰ প্ৰদেশ। যোৱা নিশা পৰিস্থিতিৰ বুজ ল'বলৈ যোৱা কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধীক আটক কৰাৰ পিছত এতিয়া ঘৰৰ সন্মুখৰ ৰাজপথত বহি প্ৰতিবাদ কৰা সমাজবাদী দলৰ নেতা অখিলেশ যাদবক আটক কৰিছে আৰক্ষীয়ে। কোনো বিৰোধী…