কৃষি আইনৰ বিৰোধিতাৰে কি ক’লে ষ্টালিনে ? The CrossCurrent Aug 28, 2021 দেশৰ সৰ্বত্ৰ কৃষি আইন বিৰোধী প্ৰতিবাদ চলি থকাৰ মাজতে শনিবাৰে ৰাজ্যিক বিধান সভাত কেন্দ্ৰৰ তিনিখন কৃষি আইনৰ বিৰোধিতাৰে প্ৰস্তাৱ গ্ৰহণ কৰি চৰ্চালৈ আহিছে তামিলনাডুৰ মুখ্যমন্ত্ৰী এম কে ষ্টালিন। বিধানসভাত ভাষণ ৰাখি ষ্টালিনে কয় যে আইন কেইখন…