বিশেষভাৱে সক্ষম হৈয়ো আব্দুলে মেট্ৰিক পৰীক্ষাত লাভ কৰিলে ৫টা বিষয়ত লেটাৰসহ ৮৬শতাংশ The CrossCurrent Jun 6, 2020 মেট্ৰিকৰ ফলাফল নহয়, এগৰাকী দিন হাজিৰা কৰা দেউতাক তথা এগৰাকী মাতৃৰ কষ্টৰ ফলাফল এয়া। পৰিয়ালৰ সৈতে ভাড়াঘৰত থকা মধাৱী শিক্ষাৰ্থীগৰাকীয়ে হাইস্কুল শিক্ষান্ত পৰীক্ষাত সুখ্যাতিৰ উত্তীৰ্ণ হৈছে ছাত্ৰজন। নাম-আব্দুল মজিদ। ছাত্ৰজনে প্ৰমাণ কৰি পুনৰ…