সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

মাজুলিফেৰৰয়াচচিদেনত

নিমাতীঘাটৰ ফেৰী দুৰ্ঘটনাৰ বাবে জৰুৰীকালীন নম্বৰ মুকলি

যোৰহাটৰ নিমাতীঘাটত হোৱা ফেৰী দুৰ্ঘটনাৰ বাবে দুটাকৈ জৰুৰীকালীন নম্বৰ মুকলি কৰিছে জিলা আপাতকালীন বিভাগে ৷ নম্বৰ দুটা হ'ল ১০৭৭ আৰু ৭৬৩৫৯৬১৫২২ ৷ নিখোজ লোকৰ তথ্য এই নম্বৰত অৱগত কৰিব পাৰিব ৷