সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে অনিমেষ হত্যাৰ তদন্ত

ফাষ্টট্ৰেক আদালতৰ জৰিয়তে অনিমেষ হত্যাকাণ্ডৰ দোষীক শাস্তি প্ৰদানৰ ব্যৱস্থা কৰিবলৈ ইতিমধ্যে প্ৰশাসনক মুখ্যমন্ত্ৰীৰ নিৰ্দেশনা৷ এমাহৰ ভিতৰত দোষীৰ বিৰুদ্ধে দাখিল কৰিব লাগিব চাৰ্জশ্বীট। খোদ জি পি সিঙে ব্যক্তিগতভাৱে তদাৰক কৰিব ঘটনাৰ তদন্ত প্ৰক্ৰিয়াৰ। ছচিয়েল মিডিয়াৰ জৰিয়তে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জনালে এই কথা৷

Leave A Reply

Your email address will not be published.