সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

যোৰহাট কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ।

যোৰহাট কাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। যোৰহাট আৰক্ষীৰ অভিযানত গ্ৰেপ্তাৰ হৈছে ঘটনাৰ মূল অভিযুক্ত ক’লা ল’ৰা ওৰফে নীৰজ দাস। নীৰজৰ লগতে তেওঁৰ ভাতৃ ভাইটী দাসকো গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। সোমবাৰে যোৰহাট টাউনৰ মাজমজিয়াত সংঘটিত হোৱা অনিমেষ ভূঞা হত্যাকাণ্ডৰ পিছতে এই ঘটনাৰ মূল অভিযুক্ত বুলি চিনাক্ত হৈছিল নীৰজ দাস।ক’লা গুণ্ডাসহ ১২অভিযুক্তক হাজিৰ কৰা হ’ব আদালতত ।

Leave A Reply

Your email address will not be published.