সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আত্মহত্যাৰ উদগনি আৰু ৪০ শতাংশ কমিচন দাবী বিজেপি মন্ত্ৰীৰ।আত্মহত্যা ঠিকাদাৰৰ।

আত্মহত্যাৰ উদগনি আৰু ৪০ শতাংশ কমিচন দাবী বিজেপি মন্ত্ৰীৰ।আত্মহত্যা ঠিকাদাৰৰ। মানসিক চাপ সহিব নোৱাৰি পদত্যাগ বিজেপি মন্ত্ৰীৰ। https://youtu.be/4b195mUmsuY

ৰঙালীৰ ৰঙত ৰাঙলী হ’ব নোৱাৰে এওঁলোক

ৰাজকোষৰ কোটি কোটি টকা ব্যয়ৰে অৰ্ধ শতাধিক শিল্পীক নিমন্ত্ৰণ কৰি চৰকাৰে উদযাপন কৰিলে ৰঙালী বিহু। কিন্তু ভাবিবলৈ কিয় আহৰি নাই এইসকল কৰ্মচাৰীৰ কথা? https://youtu.be/v4PE5yD9rzg

বিজেপিক নেতাক দেখুৱাই দিব লাগে মূল্য বৃদ্ধি ক’ত কিমান হৈছে

কিহৰ দাম বৃদ্ধি হৈছে?দাম বৃদ্ধি ক'ত হৈছে উদাহৰণ দিয়ক বুলি দম্ভালি মাৰিছিল সাংসদ কামাখ্যা প্ৰসাদ তাছাই। ধনী মানুহৰ দল বিজেপিৰ বাবে দেশত কতো মল্যবৃদ্ধি হোৱা নাই। দাম বৃদ্ধিৰ কথা সুধিলে সাংবাদিকক ওলোটাই ধমক সোধায় বিজেপি নেতাই। কিন্তু তথ্যই কয়…