সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অৰণ্য মানৱৰ উপস্থিতিত অসম ডাউন টাউন ইউনিভাৰ্চিটিত অনুষ্ঠিত হয় বিশ্ব পৰিবেশ দিৱস

অসম ডাউন টাউন ইউনিভাৰ্চিটিত মুখ্য অতিথিৰূপে অৰণ্য মানৱ যাদৱ পায়েঙৰ উপস্থিতিত অনুষ্ঠিত হয় বিশ্ব পৰিবেশ দিৱস। মুখ্যতঃ জলবায়ু পৰিৱৰ্তন সন্দৰ্ভত মত বিনিময়ৰ এদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈ যায় বিশ্ব পৰিবেশ দিৱসৰ এই অনুষ্ঠান । তাৰোপৰি উক্ত…

ভেক্টৰ একাডেমীৰ তৰফৰ পৰা বহু উদগণীমূলক ছাত্ৰ-বৃত্তিৰ ঘোষণা

সদ্যঘোষিত হাইস্কুল শিক্ষান্ত পৰীক্ষাত উত্তীৰ্ণ শিক্ষাৰ্থীসকলৰ বাবে গুৱাহাটীৰ লতাশিলস্থিত ভেক্টৰ একাডেমীয়ে বহু উদগণিমূলক ছাত্ৰ-বৃত্তিৰ প্ৰচেষ্টা হাতত লৈছে । JEE/NEET ৰ বাবে নিৰ্ভৰযোগ্য শিক্ষা প্ৰতিষ্ঠান, ভেক্টৰ একাডেমীয়ে হাইস্কুল শিক্ষান্ত…

এজন নহয় , দুজন বিধায়কে পাব মন্ত্ৰিত্ব : কোন তেওঁলোক ?

এজন নহয় , দুজন বিধায়ক অন্তৰ্ভুক্ত হ’ব মন্ত্ৰীসভাত ৷ মাজুলীত এই ঘোষণা কৰিছে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ পূৰ্বে কৰা ঘোষণা অনুসৰি , পাহাৰীয়া জিলাৰ পৰা এগৰাকী বিধায়ক মন্ত্ৰীসভাত অন্তৰ্ভুক্ত হোৱাটো নিশ্চিত ৷ চৰ্চাত আছে বিধায়িকা…

নিম্নমানৰ সামগ্ৰী ব্যৱহাৰ কৰা কোম্পেনীক অসমত প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা কিয়?

বিহাৰত বতাহত ভাঙি পৰিছিল এছ পি চিংলা কনষ্ট্রাকশ্যনে নিৰ্মান কৰা দলঙ ৷ একেটা কোম্পেনীয়ে অসমৰ মুখ্যমন্ত্ৰীৰ পুঁজিলৈ আগবঢ়াইছে ১ কৌটি টকা ৷সেই কোম্পেনীটোয়ে অসমতো লাভ কৰিছে প্ৰায় ৪ হাজাৰ কৌটিৰ ঠিকা ৷ ক’ত, কি কাম কৰি আছে এছ পি চিংলা…

এটা মাত্ৰ পৰীক্ষাৰ বিফলতাই জীৱনৰ মূল্য হ্ৰাস নকৰে। কাৰণ জীৱন অমূল্য, জীৱন অনুপম।

এটা মাত্ৰ পৰীক্ষাৰ বিফলতাই জীৱনৰ মূল্য হ্ৰাস নকৰে। কাৰণ জীৱন অমূল্য, জীৱন অনুপম। মেট্ৰিকত সফল সকললৈ শুভেচ্ছা৷ আশাজনক ফলাফল নোপোৱা সকললৈ এই প্ৰতিবেদন৷ https://youtu.be/2jsVVFT1Wjw