সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

EXCLUSIVE : গুৱাহাটী এৰাৰ পূৰ্বে শপতনামাত কি লিখিলে একনাথ সিন্দে আৰু শিৱসেনাৰ বিদ্ৰোহী বিধায়কে

অস্তিত্বৰ সংকটত শিৱসেনা ৷ উচ্চতম ন্যায়ালয়ে  বৃহস্পতিবাৰৰ আস্থাভোটৰ বাবে সেউজ সংকেত দিয়াৰ পাছতেই  মুখ্যমন্ত্ৰীৰ চকী এৰিলে মহাৰাষ্ট্ৰৰ মুখ্যমন্ত্ৰী উদ্ধৱ থাকৰেই ৷ ইয়াৰ লগে লগে মহা বিকাশ আগাধী অৰ্থাৎ শিৱসেনা – এন চি পি আৰু কংগ্ৰেছ মিত্ৰজোঁট…

নুপুৰ শৰ্মাৰ সমৰ্থনকাৰীক হত্যা কৰি ভাইৰেল কৰিলে ভিডিঅ’

কাপোৰ চিলোৱাৰ অজুহাতেৰে দোকানত প্ৰৱেশ কৰি নুপুৰ শৰ্মাৰ সমৰ্থনকাৰী দৰ্জী কানহায়া লালক নৃশংস হত্যা। ভাইৰেল ভিডিঅ'। https://youtu.be/Vr3fGbdD-p8

মুখ্যমন্ত্ৰীৰ মতে বানৰ লগত মোকাবিলা কৰিবলৈ কেন্দ্ৰই অসমক সকলো দিছে৷

মুখ্যমন্ত্ৰীৰ মতে বানৰ লগত মোকাবিলা কৰিবলৈ কেন্দ্ৰই অসমক সকলো দিছে৷ দিছে বান সাহার্যৰ চাউল, ডালিৰ বাবেও ধন৷ কিন্তু তথ্যই কয়, এনডিআৰএফৰ প্ৰাপ্য পূঁজিৰ পৰা বছৰ বছৰ ধৰি অসমক বঞ্চিত কৰি আহিছে মোদী চৰকাৰে? চাওক মুখ্যমন্ত্ৰীৰ বক্তব্যৰ বিপৰীতে কি…

IISER নো কি? উচ্চতৰ মাধ্যমিকত স্থান পালেই পঢ়িবলৈ সুযোগ পায়নে IISER ত?

IISER ত পঢ়িব ধৃতিৰাজে৷ কিন্তু বহুতেই নাম শুনি নোপোৱা IISER নো কি? উচ্চতৰ মাধ্যমিকত স্থান পালেই পঢ়িবলৈ সুযোগ পায়নে IISER ত? অসমৰ আন আন ছাত্ৰ-ছাত্ৰীয়ে IISER ত অধ্যয়ন কৰিছেনে? https://youtu.be/nUNmNhg6D60

চাৰি দিনৰ আৰক্ষীৰ জিম্মাত জুবেৰ

হোটেলৰ নাম আছিল 'হানিমুন’৷ ২০১৪ চনৰ পিছত কৰা হল ‘হনুমান হোটেল’৷ এখন পুৰণি হিন্দী ছবিৰ ফটো শ্বেয়াৰ কৰি ২০১৮ চনতেই এই টুইট কৰিছিল Alt News ৰ প্ৰতিষ্ঠাপক মহম্মদ জুবেৰে৷ ২০১৮ চনৰ টুইটক লৈ ২০২২ চনত দিল্লী আৰক্ষীয়ে গোচৰ ৰুজু কৰি গ্ৰেপ্তাৰ কৰিলে…

আছুৰ আপোচকামী পথ আৰু বসন্ত ডেকাৰ সকীয়নি

অসম আন্দোলনৰ উত্তাল দিনবোৰৰ কথা।সদৌ অসম ছাত্ৰ সন্থাৰ এটা আহ্বানত সমগ্ৰ অসমৰ ৰাজপথ ভৰি পৰে হাজাৰ হাজাৰ জনতাৰে।প্ৰতিদিনে নতুন নতুন কাৰ্যসূচী ।আন্দোলনৰ নতুন নতুন পথ।বন্দুক , বেইনেটৰ ভয় নেওচি ওফৰাই দিছে সান্ধ্য আইন।গুপ্তচৰ,চোৰাংচোৱা নিয়োগ কৰিও…

মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, ‘চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ’বই’

মুখ্যমন্ত্ৰীৰ স্বীকাৰোক্তি, 'চৰকাৰী বিদ্যালয়তকৈ বেচৰকাৰী বিদ্যালয়ৰ ফলাফল ভাল হ'বই’৷ কিন্তু কি যুক্তি? https://youtu.be/5SrWQf-SD0g

ছাত্ৰ সন্থা ভূমিকাত কিয় ক্ষুন্ন আছুৰ পৰামর্শদাতা?

সংবাদমাধ্যমৰ অগোচৰে মুখ্যমন্ত্রী-আছুৰ বৈঠক। তাৰপাছতে আছুৰ ভূমিকাক লৈ মুকলি অসন্তুষ্টি সংগঠনটোৰ দীৰ্ঘকালৰ পৰামর্শদাতা বসন্ত ডেকাৰ। আছুক লৈ কি ক'লে অধ্যাপক বসন্ত ডেকাই। চাওক এই প্ৰতিবেদন- https://youtu.be/BBHa7vth9Ko

৭১ টকাত লাভ কৰিব এক লিটাৰ পেট্ৰ’ল আৰু ৮৩ টকাত লাভ কৰিব এশটকীয়া বিয়েৰৰ বটল। কিন্তু কেনেকৈ?

৭১ টকাত লাভ কৰিব এক লিটাৰ পেট্ৰ'ল আৰু ৮৩ টকাত লাভ কৰিব এশটকীয়া বিয়েৰৰ বটল। কিন্তু কেনেকৈ? https://youtu.be/_rBwY6AKHdY