সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

ৰাজ্যত ক’ভিডত আক্ৰান্ত ৮৩৩৯ জন , মৃত্যু ১৫ জন

ৰাজ্যত অব্যাহত আছে ক’ভিডৰ সংক্ৰমণ। প্ৰতিদিনে আক্ৰান্ত হৈছে সহস্ৰাধিক লোক। বিগত ২৪ ঘণ্টাত ৰাজ্যত আক্ৰান্ত হৈছে ৮৩৩৯ জন লোক । মৃত্যু হৈছে ১৫ জন ৰোগী। সৰ্বাধিক কামৰুপ(ম)ত ১৯২৯ জন, কৰিমগঞ্জত ৭৪৭ জন, ডিব্ৰুগড়ত ৫১২ জন, তিনিচুকীয়াত ৩৮০ জন, শিৱসাগৰত ৩০৫ জন, বৰপেটাত ২৭৫ জন, কোকৰাঝাৰত ১০৭ জন আক্ৰান্ত হৈছে ক’ভিড-১৯ত। ৰাজ্যত ক’ভিড পজিটিভিটীৰ হাৰ ১২.৮৯ শতাংশ।

Leave A Reply

Your email address will not be published.