শ্ৰেণী ৰাজ্য

CAA ৰ বিৰুদ্ধে পুনৰ সৰব কণ্ঠশিল্পী জুবিন গাৰ্গ।

CAA ৰ বিৰুদ্ধে পুনৰ সৰব হ’ল কণ্ঠশিল্পী জুবিন গাৰ্গ। আগন্তক জানুৱাৰী মাহত নাগৰিকত্ব সংশোধনী আইন বলৱত্‍ হ’লে আকৌ ৰাজপথৰ আন্দোলনত নমাৰ হুংকাৰ দিলে জুবিন গাৰ্গে। জুবিন গাৰ্গে কয় যে, ‘সমগ্ৰ দেশতে জানুৱাৰীৰ পৰা কা’ বলৱত্‍ হ’লে আমি সহজে এৰি নিদিওঁ।…

আৰ্য বিদ্যাপীঠ মহাবিদ্যালয়ত জাতীয় শ্বহীদক অপমান এবিভিপি কৰ্মীৰ

উদ্ভদালিৰ সকলো সীমা পাৰ কৰি অসম আৰু অসমীয়া জাতিৰ নামত শ্বহীদ হোৱা অসম আন্দোলনৰ ৮৫৫ জন শ্বহীদক অপমান ABVP কৰ্মীৰ।বিজেপিৰ পৃষ্ঠপোষকতাত চলা ABVP ৰ কৰ্মীয়ে উদ্ভদালিৰ চৰম সীমা পাৰ কৰি অসম আন্দোলনৰ শ্বহীদক অপমান কৰি তেওলোকৰ সুঁৱৰি আয়োজন কৰিবলগীয়া শ্বহীদ…

আজি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ।

আজি বিটিচি নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ। বিটিচিৰ মুঠ ৪০ টা পৰিষদীয় সমষ্টিৰ ভিতৰত ২১ টা সমষ্টিত আজি অনুষ্ঠিত হৈছে ভোটগ্ৰহণ। পুৱা ৭ বজাৰ পৰা আৰম্ভ হৈছে বিটিচিৰ এই ভোটগ্ৰহণ। ৪ খন জিলাৰ ভিতৰত ২ খন জিলা ক্ৰমে ওদালগুৰি আৰু বাক্সাত…

বিটিচি নিৰ্বাচন সমাগত

সমাগত বিটিচি নিৰ্বাচন। দল সমূহে নিৰ্বাচনী প্ৰচাৰ চলাই আছে। কিন্তু তাৰ মাজতে ৰাজনৈতিক নেতা সকলৰ মাজত তুংগত আছে বাকযুদ্ধ। আৰু তাৰ লগতে দেখা গৈছে বিজেপি এৰি বিপিএফ ত যোগদান কৰিছে কেইবাগৰাকীও বিজেপি নেতাই। পাচনৈ চেৰফাং সমষ্টিত বিজেপিৰ নেতাই আনুষ্ঠানিক ভাৱে…

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ হস্পিতালৰ পৰাই অমিত শ্বাহৰ হিমন্ত বিশ্ব শৰ্মালৈ ফোন

ৰাজ্যৰ বহু গুৰুত্বপূৰ্ণ বিষয়ক লৈ আজি গৃহ মন্ত্ৰী অমিত শ্বাহে হস্পিতালৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ লগত টেলিফোন যুগে কথা পাতে। উল্লেখযোগ্য যে গৃহ মন্ত্ৰী অমিত শ্বাহক কিছুদিন পূৰ্বে স্বাস্থ্য পৰীক্ষাৰ বাবে দিল্লীৰ এইমচত ভর্তি কৰোৱা হৈছিল। ইয়াৰ পিছত আজি টুইটাৰ…

ৰাজ্যত চাৰিখন নতুন মেডিকেল কলেজৰ অনুমোদন

আজি অসম চৰকাৰে ৪ খন নতুন মেডিকেল কলেজৰ অনুমোদন দিছে। আজি এক সংবাদমেল যুগে এই কথা ঘোষণা কৰে মন্ত্রী হিমন্ত বিশ্ব শৰ্মাই। ৪ খন মেডিকেল কলেজৰ বাবে চৰকাৰে ধাৰ্য্য কৰিছে প্ৰায় ২৫০০ কোটি টকা।গোৱালপাৰা, গুৱাহাটী, চৰাইদেও আৰু বিশ্বনাথত এই চাৰিখন…

আছু-AJYCP য়ে বিজেপিক ৱাক অ’ভাৰ দিছে নেকি?

আছু-AJYCP য়ে আঞ্চলিক শক্তি সমূহক একত্ৰিত নকৰি পৃথক পৃথক দল গঠনৰ জৰিয়তে সহায় কৰিব নেকি বিজেপি দলক? এই মন্তব্য আমাৰ নহয় কৃষক নেতা অখিল গগৈৰ। আজি সাংবাদিকৰ আগত কৃষক নেতা গৰাকীয়ে কয় যে সকলো জাতীয় তথা আঞ্চলিক শক্তি যদি এটা…

বাঘজানৰ জুই নুমোৱাবলৈ তান্ত্ৰিক অনা বুলি ভুৱা প্ৰচাৰ চলোৱা হৈছে:অইল ইণ্ডিয়া

তিনিচুকীয়াৰ বাঘজানৰ ৫ নং তৈল খাদৰ জুই এতিয়াও নিৰ্বাপিত হোৱা নাই। বিদেশৰ পৰা বিশেষজ্ঞ আনি জুই নিৰ্বাপনৰ চেষ্টা চলাইছে যদিও এতিয়ালৈ সফল হ’ব পৰা নাই অইল কৰ্তৃপক্ষ। ইয়াৰ পিছতে আজি কিছু সংবাদ মাধ্যমে বিশেষ সূত্ৰৰ ভিত্তিত প্ৰকাশ কৰে এক বাতৰি।…

EIA ক লৈ অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকল নিমাত কিয়?

EIA-2020 ৰ বিৰুদ্ধে দেশৰ শিক্ষাবিদ, বিজ্ঞানী আৰু গৱেষক সকল সৰৱ হৈ উঠাৰ সময়তো কিয় কোনো কানসাৰ নাই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ মুখ্যমন্ত্ৰী সকলৰ। ইতিমধ্যে দেশৰ ৫ শতাধিক শিক্ষাবিদ , বিজ্ঞানী আৰু গৱেষক সকলে এই জননীখন প্ৰত্যাহাৰৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত…

প্ৰায় দুই শতাধিক কৰ্মচাৰীক বহিষ্কাৰৰ সিদ্ধান্ত গুৱাহাটী বিশ্ববিদ্যালয়ৰ

যোৱা মাৰ্চ মাহৰ পৰা হোৱা দেশজুৰি লক ডাউনৰ বাবে দেশৰ অৰ্থনৈতিক দিশৰ ভয়ংকৰ ক্ষতি সাধন হৈছে। ইয়াৰ প্ৰভাৱ দেশৰ সকলো শ্ৰেণীৰ মানুহৰ মাজত কম বেছি পৰিমাণে পৰিছে যদিও আটাইতকৈ বেছি ক্ষতিগ্ৰস্ত হৈছে দেশৰ নিম্ন শ্ৰেণীৰ কৰ্মী সকলৰ ওপৰত। কোনোবাই যদি…