Investigative reporting with dedication.
ভাৰতৰ বিভিন্ন Exit Pollৰ মতে অসমত শেষ হাঁহি মাৰিব কোনে?

Investigative reporting with dedication.


অসমত ২০২২ চনৰ পৰা নাথাকিব মাদ্ৰাছা।২০২১ চনত শেষবাৰলৈ অনুষ্ঠিত হ’ব মাদ্ৰাছা পৰীক্ষা। মাধ্যমিক শিক্ষাৰ অধীনলৈ আহিব মাদ্ৰাছাৰ শিক্ষানুষ্ঠান। ৰাজ্যিক মাদ্ৰাছা বর্ডকো ভংগ কৰা হ’ব। বন্ধ হ’ব ১৮৯ খন হাইমাদ্ৰাছা বিদ্যালয়। আৰু ৫৪২ খন মাদ্ৰাছা বিদ্যালয় বন্ধ হ’ব ২০২১ চনত। এই…

ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি লাভ কৰিলে দিহিং পাটকাই অভ্যাৰণ্যই। ৰাজ্যপালৰ অনুমোদনৰ পাছতেই লাভ কৰিলে ৰাষ্ট্ৰীয় উদ্যানৰ স্বীকৃতি। বিগত মে মাহত অবৈধ কয়লা খননৰ বাবে দিহিং পাটকাই বিশেষ চৰ্চালৈ আহিছিল। তাৰ পাছতেই মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যানলৈ উন্নীত কৰিবলৈ বন…

আছুৰ প্ৰাক্তন সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈৰ সাংবাদমেল। হোটেল প্ৰাগ কণ্টিনেন্টেলত সাংবাদমেল সম্বোধন লুৰিণজ্যোতি গগৈৰ। এই সাংবাদমেলতেই তেওঁ ঘোষণা কৰে যে – AJP ত যোগদান কৰিব লুৰিণজ্যোতি গগৈয়ে। অহা ১৬ আৰু ১৭ ডিচেম্বৰত অসম জাতীয় পৰিষদত যোগদান কৰিব আছুৰ প্ৰাক্তন নেতাজনে।…

ৰিজৰ্ট পলিটিক্স।নিৰ্বাচিত প্ৰতিনিধিক নজৰ বন্দীত ৰখাৰ এক উপায়।নিৰ্বাচনৰ ফলাফল ঘোষণাৰ পিছতে কোনো এটা দলৰ বিজয়ী প্ৰাৰ্থীক অন্য দলে ক্ৰয় কৰি নিয়াৰ সম্ভৱনা থাকে।কেতিয়াবা মিত্ৰদলৰ বিজয়ী প্ৰাৰ্থীও আন দলৰ ওচৰত বিক্ৰী হৈ যাব পাৰে।তেনে সম্ভাৱনাৰ পৰা ৰৈ ৰক্ষা পাবলৈ চৰকাৰ গঠন…

বিটিচিত গঠন হব BJP,UPPL আৰু GSP ৰ চৰকাৰ। আনুষ্ঠানিকভাৱে ঘোষণা কৰিলে তিনি দলৰ নেতৃত্বই।প্ৰমোদ বড়োক ঘোষণা কৰা হল বিটিচিৰ মুখ্য কাৰ্যবাহী হিচাপে।তিনি দলৰ ২১ জন নিৰ্বাচিত প্ৰতিনিধিৰে গঠন হব বিটিচিৰ নতুন পৰিষদ।আনফালে পুৱাতেই সংবাদমেল ঘোষণা কৰি BJP-BPF ৰ মিত্ৰতা অক্ষুন্ন…

UPPL এ অগ্ৰগতি লাভ কৰি আছে: ১৩ খন আসনত।BJP এ অগ্ৰগতি লাভ কৰি আছে: ১১ খন আসনত।BPF এ অগ্ৰগতি লাভ কৰি আছে: ১৪ খন আসনত।আৰু GSPএ অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।ইতিমধ্যে জয়লাভ কৰিছে BPF ৰ ০৫ জন প্ৰাৰ্থী…

UPPL এ অগ্ৰগতি লাভ কৰি আছে: ১৭ খন আসনত।BJP এ অগ্ৰগতি লাভ কৰি আছে: ১০ খন আসনত।BPF এ অগ্ৰগতি লাভ কৰি আছে: ১১খন আসনত।কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।আৰু GSPএ অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।

দেৱৰগাঁৱত প্ৰথম ৰাউণ্ডৰ পিছত ৪৮ টা ভোটত পিছ পৰি আছে হাগ্ৰামা মহিলাৰী।অন্যহাতে ককলাবাৰী সমষ্টিত পিছ পৰি আছে UPPLৰ প্ৰাৰ্থী প্ৰমোদ বড়ো।অৱশ্যে অন্য এখন আসনত আগবাঢ়ি আছে প্ৰমোদ বড়ো।
