Investigative reporting with dedication.
বিটিচি নিৰ্বাচনৰ ফলাফল সন্দৰ্ভত নিৰ্বাচন আয়োগৰ শেহতীয়া তথ্য-

Investigative reporting with dedication.


UPPL এ অগ্ৰগতি লাভ কৰি আছে: ১৯ খন আসনত।BJP এ অগ্ৰগতি লাভ কৰি আছে: ১১ খন আসনত।BPF এ অগ্ৰগতি লাভ কৰি আছে: ০৮ খন আসনত।কংগ্ৰেছে অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।আৰু GSPএ অগ্ৰগতি লাভ কৰি আছে: ০১ খন আসনত।

UPPL এ অগ্ৰগতি লাভ কৰি আছে:২১ খন আসনত।BJP এ অগ্ৰগতি লাভ কৰি আছে:১১ খন আসনত।BPF এ অগ্ৰগতি লাভ কৰি আছে:০৬ খন আসনত।Cong+ অগ্ৰগতি লাভ কৰি আছে: ০১খন আসনত।আৰু GSPএ অগ্ৰগতি লাভ কৰি আছে: ০২ খন আসনত।

অব্যাহত আছে বিটিচি নিৰ্বাচনৰ ভোটগণনা। ৪ জিলাৰ ৪০ পৰিষদীয় সমষ্টিত চলি আছে ভোটগণনা। তীব্ৰ প্ৰতিদ্বন্দ্বিতা চলিছে UPPL আৰু BPF ৰ মাজত। ২৫খন আসনত অগ্ৰগতি UPPL ৰ। ৪ খন আসনত অগ্ৰগতি BJP ৰ। আৰু তাৰ বিপৰীতে ১৩ খন আসনত এই মুহূৰ্তলৈ…

ৰেলযাত্ৰীৰ বাবে সু-খবৰ। ১৪ ডিচেম্বৰৰ পৰা চলিব যাত্ৰীবাহী ৰেল। নিউ বঙাইগাঁৱৰ পৰা গুৱাহাটীলৈ চলিব যাত্ৰীবাহী ৰেল। আনহাতে ২৫ ডিচেম্বৰৰ পৰা চলিব লামডিং কালিপুৰ দুৱাৰ ইণ্টাৰচিটী ৰেল। পৰৱৰ্তী সময়ত ৰেলসমূহ খোলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে উত্তৰপূৱ সীমান্ত ৰেলৱেই। ইতিমধ্যে উত্তৰ-পূৱ সীমান্তত ৭…

২০১৯ৰ দৰে আজিৰে পৰা পুনৰ ৰাজ্যত কা’ বিৰোধী আন্দোলন । আজি শিৱসাগৰৰ পৰা আৰম্ভ হ’ব কা’ বিৰোধী আন্দোলন। কৃষক মুক্তি সংগ্ৰাম সমিতিকে ধৰি প্ৰায় ১৮ টা সংগঠনে কৰিব নাগৰিকত্ব সংশোধনী আইনৰ বিৰুদ্ধে আন্দোলন। যিহেতু আজিৰ দিনটো ক’লা দিৱস হিচাপে ঘোষণা…

10 ডিচেম্বৰ,2019।উত্তপ্ত অসম,জাগ্ৰত অসমীয়া।শদিয়াৰ পৰা ধুবুৰীলৈ জনতাৰ বিক্ষোভ। সমগ্ৰ অসমৰ ছাত্ৰ সমাজ, বুদ্ধিজীৱী সমাজ, শিল্পী সমাজ, নাগৰিক সমাজ সকলোৱে একেলগ হৈ নাগৰিকত্ব সংশোধনী আইনৰ বিৰোধিতা কৰিছিল। বিপৰীতে আৰক্ষীৰ লাঠী চার্জ,কন্দুৱা গেছ,শূণ্যলৈ গুলি চালনা। শ্বহীদ হৈছিল পাঁচ জনকৈ অসমীয়া যুৱক। কিন্তু…

২০২০ বৰ্ষৰ স্কুল বেগ নীতি ঘোষণা কেন্দ্ৰীয় শিক্ষা মন্ত্ৰালয়ৰ। নীতি অনুসৰি ছাত্ৰ-ছাত্ৰীৰ স্কুল বেগৰ ওজন আৰু গৃহকাৰ্য কৰাৰ ক্ষেত্ৰত বহু কেইটা নিয়ম বান্ধি দিয়া হৈছে। এতিয়াৰ পৰা দ্বিতীয় শ্ৰেণী পৰ্যন্ত ছাত্ৰ-ছাত্ৰীক কোনো ধৰণৰ গৃহকাৰ্য দিব নোৱাৰিব শিক্ষক-শিক্ষয়ত্ৰীয়ে। সেইদৰে স্কুল বেগৰ…

অহা ১১ ডিচেম্বৰৰ দিনটোত ক’লা দিৱস উদযাপন কৰাৰ ঘোষণা উত্তৰ পূব ছাত্র সন্থাৰ। উল্লেখ্য যে, ২০১৯ চনৰ ১১ ডিচেম্বৰতেই সদনত নাগৰিকত্ব আইন গৃহীত হৈছিল। সেয়ে উত্তৰ পূব ছাত্র সন্থাই ১১ ডিচেম্বৰৰ দিনটো ক’লা দিন হিচাপে ঘোষণা কৰি প্ৰতিবছৰে এই দিৱস…

১০ ডিচেম্বৰ অৰ্থাৎ কাইলৈ BTC ৰ দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচন। পুৱা ৭.৩০ বজাৰ পৰা কোকৰাঝাৰ আৰু চিৰাং জিলাৰ ১৯ টা পৰিষদীয় সমষ্টিত হ’ব ভোটগ্ৰহণ। ইতিমধ্যেই দুয়োখন জিলাত বিশেষ নিৰাপত্তা ব্যৱস্থা গঢ়ি তোলা হৈছে। ১,৪০৭ টা ভোটগ্ৰহন কেন্দ্ৰত অনুষ্ঠিত হ’ব ভোটগ্ৰহণ। ১১১জন…