শ্ৰেণী ৰাজ্য

১০ আগষ্টৰ পৰা আৰম্ভ হ’ব কটন বিশ্ববিদ্যালয়ৰ উচ্চতৰ মাধ্যমিকৰ নামভৰ্তি প্ৰক্ৰিয়া

গুৱাহাটী, ৭ জুলাই: ৰাজ্যৰ আগশাৰীৰ শিক্ষানুষ্ঠান কটন বিশ্ববিদ্যালয়ৰ ২০২০-২১ বৰ্ষৰ উচ্চতৰ মাধ্যমিক প্ৰথম বৰ্ষৰ কলা আৰু বিজ্ঞান শাখাৰ প্ৰথম পৰ্যায়ৰ (বাচনি তালিকা অনুসৰি) নামভৰ্তি প্ৰক্ৰিয়া আৰম্ভ হ’ব অহা ১০ আৰু ১১ আগষ্টত । উল্লেখিত তাৰিখৰ ৰাতিপুৱা ৯.৩০ বজাৰ পৰা দুপৰীয়া…

‘কা’ আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন পুনৰ নাকচ

‘কা’ আন্দোলনৰ নেতা অখিল গগৈৰ জামিন আবেদন আজি পুনৰ নাকচ কৰিলে ‘নিয়া’ৰ আদালতে। চান্দমাৰী থানাৰ ১৩/১৯ গোচৰৰ শুনানিত ‘নিয়া’ৰ আদালতে ‘কা’ আন্দোলনৰ নেতা জনৰ জামিন নাকচ কৰে। কৃষক মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই জনোৱা মতে,ইয়াৰ পাছত তেওঁলোকে উচ্চ ন্যায়ালয়ত নেতা গৰাকীৰ…

সুৰাপায়ী সকলৰ বাবে সুখবৰ:কাইলৈৰ পৰা অসমত খুলিব Bar

Bar খোলাৰ অনুমতি প্ৰদান কৰিছে অসম চৰকাৰে। আজি এক জাননীৰ যোগেদি অসম চৰকাৰৰ আবকাৰী বিভাগৰ সচিবে অসমৰ সুৰাৰ অনুজ্ঞাপত্ৰ থকা ৰেষ্টুৰেন্ট সমূহত সুৰা বিক্ৰীৰ সম্পূৰ্ণ অনুমতি প্ৰদান কৰিছে। পুৱা ১০ বজাৰ পৰা বিয়লি ৫ বজালৈ খোলা থাকিব ‘বাৰ’ সমূহ।   অৱশ্যে…

বাঘজান কাণ্ডৰ বিশেষজ্ঞ কমিটিৰ প্ৰতিবেদনক নস্যাৎ অইল ইণ্ডিয়াৰ

বিশেষজ্ঞ কমিটিয়ে প্ৰস্তুত কৰা বাঘজান কাণ্ডৰ প্ৰতিবেদনক নস্যাৎ কৰিছে অইল ইণ্ডিয়াই। কমিটিৰ প্ৰতিবেদনৰ তথ্য সমূহৰ বিজ্ঞান সন্মত ভিত্তি নাই বুলি দাবী কৰি অইল ইণ্ডিয়াই এনে তথ্যৰ আধাৰত কোনো সিদ্ধান্তত অহাটো সঠিক নহব বুলি নেচনেল গ্ৰীণ ট্ৰিবুনেলক জনায়। অইল ইণ্ডিয়াই বিশেষজ্ঞৰ কমিটিখনে…

নিযুক্তিৰ অনিয়মে বিপদ মাতিছে মন্ত্ৰী ভৱেশ কলিতাৰ : ৰঙিয়াত এইবাৰ কাৰ নজৰ?

অসম চৰকাৰৰ জলসিঞ্চন বিভাগৰ মন্ত্ৰী ভৱেশ কলিতা ৷ বিভাগটোৱে যোৱা ২ ফেব্ৰুৱাৰীত অনুষ্ঠিত কৰিছিল ৩ শতাধিক পদৰ বাবে নিযুক্তি পৰীক্ষা ৷ কিন্তু উক্ত নিযুক্তি পৰীক্ষাৰ আজিলৈকে ফলাফল নোলাল ৷ নোলোৱাৰ এটা মূল কাৰণেই হ’ল পৰীক্ষা অনুষ্ঠিত কৰা কোম্পেনীটো ৷ জলসিঞ্চন…

দিল্লীয়ে পাৰিলে অসমে নোৱাৰিব কিয়?

দিল্লী চৰকাৰৰ কৰোনা নিয়ন্ত্ৰণৰ মডেলে সমগ্ৰ বিশ্ব জুৰি প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে।যোৱা এমাহত দিল্লীত হ’ম আইচ’লেচনতে আৰোগ্য হৈছে প্ৰায় ১০ হাজাৰ কৰোনা আক্ৰান্ত। বাতৰিটো টুইট কৰি দিল্লীৰ মুখ্য মন্ত্ৰীয়ে লিখিছে- “দিল্লী মডেল”। জানিব পৰা মতে দিল্লীত মুঠ কৰোনা আক্ৰান্তৰ ৫০%…

হস্পিতালৰ পৰা অমিত শ্বাহে কিয় ফোন কৰিলে হিমন্ত বিশ্ব শৰ্মাক?

কৰোনাত আক্ৰান্ত হৈ অমিত শ্বাহ বৰ্তমান চিকিৎসাধীন। পিছে অসুস্থতাৰ মাজতো হস্পতালৰ পৰাই অমিত শ্বাহৰ ফোন হিমন্ত বিশ্ব শৰ্মা লৈ। কিন্ত কিয়? হিমন্ত বিশ্ব শৰ্মাই টুইটাৰ যোগে জনোৱা মতে যোৱা কালি অমিত শ্বাহ ডাঙৰীয়াই হিমন্ত বিশ্ব শৰ্মা লৈ ফোন কৰি উত্তৰ…

বাবৰি মছজিদ ধ্বংসৰ পাছত অসমত আছুৱে লৈছিল এই বিশেষ কাৰ্যসূচী

১৯৯১ চনৰ অক্টোবৰ মাহ ৷বিশ্ব হিন্দু পৰিষদ(ভি এইচ পি) ,আৰ এছ এছ আৰু আন হিন্দুত্ববাদী সংগঠনসমূহে অযোধ্যাৰ বিতৰ্কিত মছজিদৰ চাৰিওফালৰ ভূমি নিজৰ দখললৈ নিলে ৷মন্দিৰ বনোৱাৰ প্ৰস্তুতিৰে মাটি সমান কৰাৰ কামত নামি পৰিল ৷ কাম আগবাঢ়িল ৷ ১৯৯২ চনৰ জুলাই…

ইউ পি এছ চিৰ ৫৯ সংখ্যক স্থানত অসমৰ আৰণ্যক শইকীয়া ,নিবেদিতা-তপন -কিশোৰো উত্তীৰ্ণ

কেন্দ্ৰীয় লোকসেৱা আয়োগে অনুষ্ঠিত কৰা ২০১৯ বৰ্ষৰ অসামৰিক সেৱাৰ পৰীক্ষাৰ ফলাফলসমূহ আজি ঘোষণা কৰা হৈছে ৷ ঘোষিত ফলাফল অনুসৰি এইবাৰ বিভিন্ন কেডাৰত মুঠ ৮২৯ গৰাকী পৰীক্ষাৰ্থী উত্তীৰ্ণ হৈছে ৷ ইয়াৰ ভিতৰত অসমৰ আৰণ্যক শইকীয়াই ৫৯ নং স্থান লাভ কৰিছে ৷…

নিৰ্বাচন ২০২১ : নলবাৰীত জয়ন্ত মল্লৰ অংকত আউল লগাব নেকি আঙুৰলতাই

ড: হিমন্ত বিশ্ব শৰ্মাৰ লগত বিজেপিলৈ অহা প্ৰতিগৰাকী কংগ্ৰেছীয়ে এতিয়া সু- প্ৰতিষ্ঠিত ৷ পীয়ূষ হাজৰিকাৰ পৰা আৰম্ভ কৰি ‘দাদা ব্ৰিগেদ’ৰ আটাইতকৈ কণিষ্ঠতম সদস্য তৰংগ গগৈলৈ সকলোৱে উপযুক্ত মৰ্যদাৰে বিজেপিত প্ৰতিষ্ঠা লাভ কৰিছে ৷ একমাত্ৰ জয়ন্ত মল্ল বৰুৱাক বাদ দি ৷বিজেপিত…