শ্ৰেণী ৰাজ্য

কালিলৈ DSP পোছাক পৰিধান কৰিব লাভলীনা বৰগোহাঁইয়ে

টকিঅ অলিম্পিকত ব্ৰঞ্জৰ পদত লাভ কৰিবলৈ সক্ষম হোৱা প্ৰথমগৰাকী অসমীয়া বিজয়ী লাভলীনা বৰগোহাঁইয়ে বুধবাৰে উপ-আৰক্ষী পদত যোগদান কৰিব। গুৱাহাটী জনতা ভ্ৰমণত এক অনুষ্ঠানত যোগদান কৰিব অসম গৌৰৱ লাভলীনাই। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাকে ধৰি বহু কেইজন মন্ত্ৰী-বিধায়ক উপস্থিত থাকিব অনুষ্ঠানত।…

নাগালেণ্ডত আফস্পা আইন বাতিলৰ দাবীত প্ৰতিবাদ

আজি পুৱা ৬ বজাৰ পৰা আফস্পা আইন বাতিলৰ দাবীত আৰু মন জিলাৰ গণ হত্যাৰ ন্যায়ৰ দাবীত নাগালেণ্ডৰ শ শ নগা ৰাইজে প্ৰতিবাদ সাব্যস্ত কৰিছে। নাগালেণ্ড চৰকাৰে বান্ধি দিয়া ক’ভিড প্ৰ’টকল মানি, মাস্ক পৰিধান কৰি ছয় বছৰীয়া শিশুৰ পৰা আৰম্ভ কৰি…

কোনে কৰাব লাগিব কোভিড পৰীক্ষা, কোনে নালাগে ?

কেন্দ্ৰীয় চৰকাৰৰ নতুন আদেশ অনুসৰি ক’ৰোনা ৰোগীৰ সংস্পৰ্শলৈ অহা সকলোৱে কোভিড পৰীক্ষা কৰাৰ প্ৰয়োজন নাই। বৃদ্ধ বা আগৰে পৰা বিভিন্ন ৰোগত আক্ৰান্ত হৈ থকা লোকহে কৰিব লাগিব কোভিড পৰীক্ষা। বিশেষকৈ উচ্চ ৰক্তচাপ, হাঁওফাঁও আৰু বৃক্কৰ ৰোগ, মেদবহুলতা আদি ৰোগত ভোগী…

কোভিডৰ গণসংক্ৰমণ……

অসমীয়াৰ ভোগৰ উৎসৱ ভোগালী বিহুলৈ মাজত মাথো এটা দিন। আনহাতে ৰাজ্য চৰকাৰে অসমত নতুনকৈ SOP জাৰি কৰা পাছতো কোভিড-১৯ একেদিনাই ২,০০০ ৰ সীমা অতিক্ৰম কৰিছে। সোমবাৰৰ দিনটোত নতুনকৈ ২১৯৮ জন ৰোগী আক্ৰান্ত হৈছে কোভিডত। সৰ্বাধিক কামৰূপ(ম)তে যোৱা ২৪ ঘণ্টাত ৭৬০…

হৰিদ্বাৰৰ মুছলমান বিদ্বেষী ঘটনাৰ বিৰুদ্ধে হব তদন্ত

আজি উচ্চতম ন্যায়ালয়ে হৰিদ্বাৰ আৰু দিল্লীত ১৭ আৰু ২১ ডিচেম্বৰত অনুষ্ঠিত হৈ যোৱা দুটা অনুষ্ঠানত আপত্তিজনক ভাষণ প্ৰদান কৰা অভিযুক্তৰ বিৰুদ্ধে তদন্তৰ নিৰ্দেশনা জাৰি কৰিছে । দিল্লীৰ বাসিন্দা কোৰবান আলি আৰু জ্যেষ্ঠ অধিবক্তা অঞ্জনা প্ৰকাসে দাখিল কৰা এই গোচৰ আগবঢ়োৱা…

মোদীৰ যাত্ৰাভংগ : উচ্চতম ন্যায়ালয়ৰ অৱসৰপ্ৰাপ্ত ন্যায়াধীশে কৰিব তদন্ত

নিৰাপত্তাজনিত কাৰণত প্ৰধানমন্ত্ৰী মোদীয়ে কিছুদিনৰ পূৰ্বে আধাতে সামৰিবলগীয়া হৈছিল পঞ্জাৱ ভ্ৰমণ। এই ঘটনাৰ পিছতেই সমগ্ৰ দেশজুৰি সৃষ্টি হৈছিল তীব্ৰ প্ৰতিক্ৰিয়াৰ। শাসক-বিৰোধীৰ মাজতো তীব্ৰ বাক-বিতণ্ডাৰ সূত্ৰপাত হৈছিল। বিষয়টো গৈ পাইছিল উচ্চতম ন্যায়ালয়ৰ মজিয়া। অৱশেষত এই বিষয় সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ এজন অৱসৰপ্ৰাপ্ত…

অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত

নিতৌ ৰাজ্যত বৃদ্ধি পাইছে ক’ভিড-১৯ ত আক্রান্ত ৰোগীৰ সংখ্যা। যোৰহাট অসম কৃষি বিশ্ববিদ্যালয়ৰ ৪৪ গৰাকী ছাত্র-ছাত্ৰী আক্রান্ত ক’ভিডত। বিশ্ববিদ্যালয়খনৰ ১১ আৰু ১২ নম্বৰ হোষ্টেলৰ আৱাসী আক্রান্ত হৈছে ক’ভিডত। বৰ্তমান সময়ত দুয়োটা হোষ্টেলয়েই কণ্টেইনমেন জ’ন হিচাপে ঘোষণা কৰে। উল্লেখ্যযোগ্য যে, যোৰহাট…

কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপত আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো

কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপত আঁতৰোৱা হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ ফটো। কাৰণ, শেহতীয়াকৈ দেশৰ নিৰ্বাচন আয়োগে প্ৰধানমন্ত্ৰী মোডীৰ ফটো কোভিডৰ টিকাকৰণৰ প্ৰমাণপত্ৰ আৰু কোউইন এপৰ পৰা আঁতৰ কৰিবলৈ এক নিৰ্দেশনা দিছিল। ৫ ৰাজ্যত আগন্তক নিৰ্বাচনৰ বাবেই এই নিৰ্দেশনা প্ৰদান…

১২ দিনত বিক্রী প্ৰায় ৫ কোটি টকাৰ গ্ৰন্থ অসম গ্ৰন্থমেলাত

সামৰণি পৰিল  অসম গ্ৰন্থমেলা । অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক আৰু বিক্ৰেতা সংস্থাৰ উদ্যোগত ২৯ ডিচেম্বৰৰ পৰা ৯ জানুৱাৰী জানুৱাৰীলৈকে ১২ দিনীয়াকৈ চানমাৰি অভিযান্ত্ৰিক খেলপথাৰত অনুষ্ঠিত হৈছিল অসম গ্ৰন্থমেলা।প্ৰথমবাৰৰ বাবে অসম প্ৰকাশন পৰিষদ আৰু সদৌ অসম পুথি প্ৰকাশক…

ভাৰতত কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা বৃদ্ধি

সমগ্ৰ দেশতে প্ৰতিদিনে বৃদ্ধি পাইছে কোভিডত আক্ৰান্ত ৰোগীৰ সংখ্যা। ভাৰতত সোমবাৰৰ দিনটোত ১,৭৯,৭২৩ জন ৰোগী নতুনকৈ কোভিড-১৯ আক্ৰান্ত হৈছে। বৰ্তমানৰলৈকে মুঠতে ভাৰতত  ৭,২৩,৬১৯ জন লোক আক্ৰান্ত হৈছে কোভিডৰ তৃতীয়টো ঢৌত। যোৱা ২৪ ঘণ্টাত ১৪৬ জন ৰোগী মৃত্যু হৈছে কোভি়ডত। আনহাতে,…