Investigative reporting with dedication.
উত্তৰাখণ্ডত বিজেপিৰ শ্লোগানঃ ‘আবকি বাৰ ৬০ পাৰ’

আগন্তক ৫ ৰাজ্যৰ বিধানসভা নিৰ্বাচনলৈ মাজত মাথো কেইটামান দিন। তুংগত উঠিছে নিৰ্বাচনী প্ৰচাৰ। আজি উত্তৰাখণ্ডৰ ভাৰতীয় জনতা পাৰ্টিয়ে নিৰ্বাচনৰ পূৰ্বে দিল্লীৰ মুখ্য কাৰ্যালয়ত এখন বৈঠক বহিব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ আৰু উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামী দলৰ ৰাষ্ট্ৰীয় সভাপতি জগত…










