শ্ৰেণী ৰাজ্য

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP…..

আজিৰে পৰা ৰাজ্যত বলবৎ হৈছে নতুন SOP….. * নিশা ১০বজাৰ পৰা পুৱা ৬ বজালৈ নৈশ সান্ধ্য আইন জাৰি। * মাস্ক পিন্ধাটো বাধ্যতামূলক। * ভেকচিনৰ দুয়োটা ডজ লোৱা প্ৰমাণ লগত লৈ ফুৰিব লাগিব। * ৰাতি ভেলাঘৰত থাকিব নোৱাৰিব অসমীয়া। * পুৱা…

প্ৰকাশ পালে নতুন SOP…..

প্ৰকাশ পালে নতুন SOP….. * নিশা ১০ বজাৰ পৰা পুৱা ৬ বজালৈ কাৰ্ফিউ। * গাড়ী, চিটি বাছত ভেকচিন লোৱা লোকহে মানুহ উঠিব পাৰিব। * সকলো ব্যৱসায়িক প্ৰতিষ্ঠান নিশা ৯ বজাৰ লৈকেহে খোলা থাকিব। * ৰেষ্টুৰেণ্ট, ধাবা, হোটেল ৯ বজাৰ লৈকে…

গুৱাহাটীৰ সাংসদ কুইন ওজা কোভিডত আক্ৰান্ত

বিজেপি আন এগৰাকী নেতা কোভিড-১৯ত আক্ৰান্ত। গুৱাহাটীৰ সাংসদ কুইন ওজা কোভিডত আক্ৰান্ত। মন্ত্ৰী পীয়ুয হাজৰীকাৰ পাছতেই কুইন ওজা কোভিডত আক্ৰান্ত বুলি জানিব পৰা গৈছে।

অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি

অসমত বৰ্তমান অমিক্ৰনত আক্ৰান্তৰ সংখ্যা ৯ জনলৈ বৃদ্ধি পাইছে। ৩ জনে ইতিমধ্যে আৰোগ্য লাভ কৰিছে। ৬ জন লোক বৰ্তমান চিকিৎসাধীন হৈ আছে। চিকিৎসাধীন হৈ থকা আটাইকেইজন ডিব্ৰুগড় জিলাৰ।

তলাতল ঘৰৰ চাফাই অভিযানত অখিল গগৈ

এতিয়া বনভোজৰ বতৰ। অসমৰ বিভিন্ন পৰ্যটনস্থলীসমূহত এতিয়া পৰ্যটকে ভিৰ কৰা লগতে, পৰিয়াল, বন্ধু তথা আত্মীয়-স্বজনৰ লগত বনভোজ খাবলৈ ভিৰ কৰিছেহি বনভোজস্হলী। ব্যতিক্ৰম নহয় ঐতিহাসিক শিৱসাগৰ। বনভোজৰ অন্যতম স্হলি হৈছে শিৱসাগৰস্থিত তলাতল ঘৰ৷ প্ৰতি বছৰে ইংৰাজী নৱবৰ্ষৰ এই সময়ছোৱাত শিৱসাগৰৰ ঐতিহাসিক…

মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি

আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ পঞ্জাৱ ভ্ৰমণৰ সময়ত হোৱা নিৰাপত্তাৰ বিষয়ত উচ্চতম ন্যায়ালয়ত শুনানি গ্ৰহণ হব। মুখ্য ন্যায়াধীশ এন ভি ৰমনা, ন্যায়াধীশ সূৰ্যকান্ত আৰু ন্যায়াধীশ হিমা কোহলীৰ বিচাৰপীঠে উচ্চতম ন্যায়ালয়ত এই শুনানি গ্ৰহণ কৰিব। ইতিমধ্যে কেন্দ্ৰীয় চৰকাৰেও প্ৰধানমন্ত্ৰীৰ নিৰাপত্তাৰ ত্ৰুটিৰ তদন্ত…

ক’ভিডত-১৯ ত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা

ক’ভিডত-১৯ ত আক্ৰান্ত মন্ত্ৰী পীযুষ হাজৰিকা। বৃহস্পতিবাৰে ধৰা পৰিছিল হাজৰিকাৰ দেহত কোভিড অৱস্থিতি। কালি দিনতোত হোম আইছ’লেশ্যনতে আছিল মন্ত্ৰীগৰাকী। বৰ্তমান চিকিৎসাৰ বাবে GMCH ত উপস্থিত।

আজি প্ৰকাশ পাব নতুন SOP….

আজি বিয়লী ৩ বজাত প্ৰকাশ পাব নতুন SOP। মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে এই কথা। যিসকলে এতিয়াও কোভিড ভেকচিন গ্ৰহণ কৰা নাই,  তেওঁলোকক ভেকচিন গ্ৰহণৰ আহ্বান মুখ্যমন্ত্ৰীৰ। লকডাউন নহয় অসমত সেইকথা কৈছে মুখ্যমন্ত্ৰীগৰাকীয়ে। লগতে, নতুন SOPত মাস্ক পৰিধান…

পুনৰ ভাৰত কোভিডৰ তৃতীয়টো ঢৌত আক্ৰান্ত

পুনৰ ভাৰত কোভিডৰ তৃতীয়টো ঢৌত আক্ৰান্ত হৈছে। ভাৰতত যোৱা ২৪ ঘণ্টাত কোভিড-১৯ৰ ১,১৭,১০০ জন ৰোগী নতুনকৈ আক্ৰান্ত হৈছে। মৃত্যু হৈছে ৩০২ জনৰ। আনহাতে, ৩০০৭ জন ৰোগী আক্ৰান্ত হৈছে অমিক্ৰণত। মহাৰাষ্ট্ৰত সৰ্বাধিক ৮৭৬ জন, দিল্লীত ৪৬৫ জন, কৰ্ণাটকত ৩৩৩ জন, ৰাজস্থানত…

প্ৰধানমন্ত্ৰীৰ বাবে নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰম্ভ হৈছে যজ্ঞ

পঞ্জাৱত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীৰ নিৰাপত্তাৰ ঘটনাই এতিয়া সমগ্ৰ দেশতে প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে ৷ অসমৰ লগতে নগাঁও জিলাটো ইয়াৰ প্ৰভাৱ পৰিছে ৷ দেশৰ প্ৰধানমন্ত্ৰীৰ জীৱনৰ প্ৰতি পঞ্জাৱৰ ঘটনাই ভাবুকি অনা বুলি ভাবি আজি নগাঁৱৰ মহামৃত্যুঞ্জয় মন্দিৰত আৰম্ভ হৈছে যজ্ঞ ৷ প্ৰধানমন্ত্ৰী…