শ্ৰেণী ৰাজ্য

অখিলেশ যাদৱক সপোনত কি ক’লে শ্ৰী কৃষ্ণই ?

২০২২ চনৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিব সমাজবাদী পাৰ্টিয়ে। এই দাবী কৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। সোমবাৰে বিজেপি বিধায়ক মাধুৰী বৰ্মাই সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছতেই এই দাবী কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয়…

শনিবাৰ আৰু দেওবাৰে নৈশ কাৰফিউ দিল্লীত

দিল্লীত শনিবাৰ আৰু দেওবাৰে নিশাৰ কাৰফিউ। এইকথা ঘোষণা কৰিছে দিল্লী চৰকাৰে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আজি নতুন নিষেধাজ্ঞাৰ ওপৰত এখন চৰকাৰী বৈঠক অনুষ্ঠিত কৰে। তাৰ পিছতে কয় যে, দিল্লীত অত্যাধিক হাৰত কভিড` ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই  শনিবাৰ আৰু দেওবাৰে…

বৃদ্ধি পাইছে ভাৰতত কভি`ড ৰোগীৰ সংখ্যা

প্ৰতিদিনেই বদ্ধিত হাৰত বৃদ্ধি পাইছে ভাৰতৰ বিভিন্ন ৰাজ্যত কভি`ড ৰোগীৰ সংখ্যা। পাঞ্জাৱত অত্যাধিক হাৰত কভি`ড ৰোগী সংখ্যা বৃদ্ধি হোৱাৰ বাবে পাঞ্জাৱ চৰকাৰে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যখনত নিশাৰ কাৰফিউ জাৰি কৰিছে।  লগতে ঘোষণা কৰিছে সকলো শিক্ষা প্ৰতিষ্ঠান…

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হোৱা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনীৰ ভূমি কেলেংকাৰিক লৈ এতিয়াও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি ৷

RBS PAPERS : ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত দিল্লীত প্ৰতিবাদ কৰিব কংগ্ৰেছে দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হোৱা মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনীৰ ভূমি কেলেংকাৰিক লৈ এতিয়াও উত্তাল হৈ আছে ৰাজ্যৰ ৰাজনীতি ৷ উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশৰ দ্বাৰা ভূমি কেলেংকাৰিৰ তদন্ত কৰোৱাৰ…

নাগালেণ্ডত পুনৰ আন্দোলন আফস্পা আইন বাতিলক লৈ

আফস্পা আইন বাতিলক লৈ নাগালেণ্ডত আন্দোলন। ৩০ ডিচেম্বৰত কেন্দ্ৰীয় গৃহমন্ত্ৰ্যালয়ে নাগালেণ্ডক পুনৰ ছমাহলৈ অশান্ত অঞ্চল ঘোষণা কৰে। এই কাৰ্যক প্ৰতিবাদ জনাই অহা ১০ জানুৱাৰীত ডিমাপুৰৰ পৰা ক’হিমালৈ প্ৰায় ৭২ কিলোমিটাৰ জোৰা বিশাল গণ প্ৰতিবাদী সমদল আয়োজন কৰিছে নগা জনসাধাৰণে। গণ…

মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰিৰ তদন্তৰ দাবীত কংগ্ৰেছৰ আন্দোলন ঘোষণা

দ্য ক্ৰছকাৰে্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নীৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি ৷ এই কেলেংকাৰিৰ সঠিক তদন্ত বিচাৰি এতিয়া ৰাজ্যজুৰি আন্দোলনৰ কাৰ্যসূচী গ্ৰহণ কৰিছে অসম প্ৰদেশ কংগ্ৰেছ কমিটীয়ে ৷ আজি প্ৰদেশ কংগ্ৰেছৰ…

ভাৰতত দিনে দিনে বৃদ্ধি পাইছে কোভিড-১৯ ৰোগীৰ সংখ্য়া

ভাৰতত প্ৰত্যেক দিনে বৃদ্ধি পাইছে কোভিড-১৯। দেওবাৰৰ লৈকে ভাৰতত কভিডত আক্ৰান্ত ২৭,৫৫৩ জন ৰোগী চিনাক্ত হৈছে। মৃত্যু হৈছে ২৮৪ জন। আনহাতে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ এক প্ৰেছ বিজ্ঞপ্তিঅনুসৰি ভাৰতত অমিক্ৰনত আক্ৰান্ত ৰোগীৰ সংখ্যা ১,৫২৫ জন। ৰাজধানী চহৰ দিল্লীত শনিবাৰে ২৭১৬ জন…

৬ কোটি টকা সুৰা বিক্ৰী

গুৱাহাটী মহানগৰীত ৩১ ডিচেম্বৰৰ দিনটোত বিক্রী হয় কোটি টকাৰ সুৰা। নৱবৰ্ষক আদৰিবলৈ গুৱাহাটীবাসীয়ে কালি দিনটোত ক্ৰয় কৰিলে ৬ কোটি টকাৰ সুৰা। চৰকাৰে কঠোৰ নিয়ম বান্ধি দিয়া পাছতো গুৱাহাটী মহানগৰীৰ আৰক্ষীয়ে কালি দিনটোত মদ্যপান কৰি অহা ৬৩ জন লোকৰ ডাইভিং লাইচেঞ্চ…

নৱবৰ্ষৰ প্ৰথমটো দিনতেই মুখ্যমন্ত্ৰীৰ সংবাদমেল

আজি ২০২২ বৰ্ষৰ প্ৰথমটো দিন। আজিৰ দিনটোতে কইনাধৰাত মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মায়ে ৰাজ্যৰ জ্যেষ্ঠ সাংবাদিক, সম্পাদকসকলৰ সৈতে সংবাদমেল অনুষ্ঠিত কৰি মত বিনিময় কৰে। লগতে অসম চৰকাৰৰ তৰফৰ পৰা সমূহ অসমবাসীক ইংৰাজী নববর্ষৰ শুভেচ্ছা জনাই। সংবাদমেলত মুখ্যমন্ত্ৰীয়ে লগতে নতুন বছৰত…

ভাৰতত দ্ৰুতগতিত সংক্ৰমিত হৈছে অমিক্ৰণ

ভাৰতত অ’মিক্ৰণ দ্ৰুতগতিত সংক্ৰমিত হৈছে। আজিৰ দিনটোত ভাৰতৰ অ’মিক্ৰনত আক্রান্ত সংখ্যা ১৪৩১ জন, মহাৰাষ্ট্ৰত সৰ্বাধিক ৪৫৪ জন, দিল্লীত ৩৫১ জন, তামিলনাডুত ১১৮ জন, গুজৰাটত ১১৫ জন আৰু কেৰালাত ১০৯ জন । ইফালে দেশখনত যোৱা ২৪ ঘণ্টাত ২২,৭৭৫ জন নতুনকৈ কৰোনাত…