শ্ৰেণী ৰাজ্য

উপন্যাসে বাস্তৱৰ লগত ব্যক্তিৰ মুখামুখিৰ কথা কয় : প্ৰদীপ আচাৰ্য

প্ৰথম অসমীয়া ‘ডিছট’পীয়েন’ উপন্যাস ‘অৰ্বাচীন’ উন্মোচন গুৱাহাটী, ১৯ ডিচেম্বৰ : ‘উপন্যাস বিশ্বব্ৰহ্মাণ্ডৰ বিষয়ে নহয়। বিশ্বৰ বিষয়েও নহয়। উপন্যাস জীৱন-জগতৰ বিষয়ে। ই বাস্তৱৰ লগত পৰিচিতিৰ কথা নেভাবে। পৰ্যালোচনাও নকৰে। বাস্তৱৰ লগত ব্যক্তিৰ মুখামুখিৰ কথা কয়। গতিকে ইয়াতো ব্যক্তিয়েই, স্ৰষ্টায়েই আটাইতকৈ ডাঙৰ।’…

জাতীয় সংগ্ৰামক অধিক তীব্ৰতৰ কৰাৰ সংকল্পৰে কৃষক মুক্তিৰ নতুন সমিতি- সম্পাদকৰ দায়িত্বত বিতু সোণোৱাল আৰু বিদ্যুৎ শইকীয়া

কৃষক মুক্তি সংগ্ৰাম সমিতিৰ সাধাৰণ সম্পাদক হিচাপে নির্বাচিত হ’ল বিতু সোণোৱাল আৰু বিদ্যুৎ শইকীয়া৷কা আন্দোলনৰ সময়তে  নিয়াৰ গোচৰত গ্ৰেপ্তাৰ হৈ দীর্ঘদিন ধৰি কাৰাবন্দী হৈ ৰৈছিল বিতু সোণোৱাল৷উল্লেখনীয় যে,১৮ আৰু ১৯ ডিচেম্বৰত নগাওত অনুষ্ঠিত হয় কৃষক মুক্তি সংগ্ৰাম সমিতিৰ কেন্দ্ৰীয় প্ৰতিনিধি…

৬০ হাজাৰ টকাৰ ধাৰত কেনেকৈ ডুব গ’ল আপুনি?

ভাৰত চৰকাৰে দেশবাসীৰ ওপৰত জাপি থৈছে ৩২ হাজাৰ টকাৰ বোজা৷অসম চৰকাৰে অসমবাসীৰ ওপৰত জাপি থৈছে ২৯ হাজাৰ টকাৰ বোজা৷অর্থাৎ প্ৰায় ৬১ হাজাৰ কোটি টকাৰ ধাৰৰ বোজাত ডুবি আছে এতিয়া প্ৰতিজন অসমীয়া৷সেইবাবেই আপোনাৰ ঘৰত এটা সন্তানৰ জন্ম হলেও জন্ম হৈয়ে নিস্পাপ…

সংবাদমাধ্যমৰ ভূমিকাক লৈ মুখ্য ন্যায়াধীশৰ ইমান আক্ষেপ কিয় ?

অৰূপ কলিতা অপ্ৰত্যাশিতভাৱে মেডিয়াৰ কেনভাছৰ পৰা অনুসন্ধানমূলক সাংবাদিকতাৰ ধাৰণা অদৃশ্য হৈ পৰিছে ৷- এইদৰে আক্ষেপ কৰিছে দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ এন ভি ৰমানাই ৷ এখন গ্ৰন্থ উন্মোচনী সভাত ভাগ লৈ বৃহস্পতিবাৰে উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশগৰাকীয়ে কয় যে অতীতত আমি…

গুৱাহাটী বিশ্ববিদ্যালয়ত কোভিডৰ আতংকঃ বাতিল সাংস্কৃতিক সন্ধিয়া

আজি কোভিড পজিটিভ হল গুৱাহাটী বিশ্ববিদ্যালয়ৰ ২১ জনকৈ শিক্ষাৰ্থী। সেয়েহে এতিয়া আগন্তুক পাঁচ দিনৰ বাবে বন্ধ কৰি দিয়া হৈছে গুৱাহাটী বিশ্ববিদ্যালয়। তদুপৰি বিশ্ববিদ্যালয়খনে ১৪ ডিচেম্বৰত অনুষ্ঠিত হবলগীয়া সাংস্কৃতিক সন্ধিয়া বাতিল কৰিছে। লক্ষণীয়ভাৱে অনুষ্ঠানটো বিশ্ববিদ্যালয়খনৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ দ্বাৰা আয়োজিত এক…

কোনে কেতিয়া নোহোৱা কৰিছিল আৰ বি এছৰ ভূমি ক্ৰয়ৰ নথি?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছে RBS পেপাৰ্চৰ বহু চাঞ্চল্যকৰ তথ্য।মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কম্পেনী RBS ৰিয়েল্টৰ্চ প্ৰাইভেট লিমিটেডে কিদৰে চৰকাৰী আইন,বিধি ভৰিৰে মোহাৰি বিঘাই বিঘাই মাটি ক্ৰয় কৰিছিল সেয়া ইতিমধ্যে আপোনালোকৰ সন্মুখত…

চৰকাৰী মাটি বিক্ৰীৰ অভিযোগত আৰক্ষীৰ গোচৰ ৰুজু:- RBS ৰ বিৰুদ্ধে কৰিবনে?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ আহিছিল আৰ বি এছ পেপাৰ্ছ ৷ আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পানী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বৃহৎ ভূমি কেলেংকাৰি৷ উত্তৰ গুৱাহাটী আৰু…

EXCLUSIVE : আৰ বি এছত ধন বিনিয়োগ কৰা কলকাতাৰ কোম্পেনীৰ আঁৰত কোন ?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰৰ অনুসন্ধানত পোহৰলৈ অহা আৰ বি এছ পেপাৰ্ছত ফাদিল হৈছিল মুখ্যমন্ত্ৰীৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ কোম্পেনী আৰ বি এছ ৰিয়েল্টৰ্ছ প্ৰাইভেট লিমিটেডৰ বে আইনী ভূমি ক্ৰয় বিক্ৰয়ৰ বহু বিস্ফোৰক তথ্য ৷একেটা অনুসন্ধানতে স্পষ্ট হৈ পৰিছিল যে…

মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰিক লৈ সৰৱ লুৰীণজ্যোতি গগৈ 

লুৰীনজ্যোতি গগৈৰ ভাষ্য- এটা পৰিয়ালৰ পৰা অসমৰ সমগ্ৰ ভূমি দখলৰ প্ৰচেষ্টা চলিছে৷ ৰাজনৈতিক পৃষ্ঠপোষকতাত অসমৰ সর্ববৃহৎ কেলেংকাৰিটো সংঘটিত হৈছে৷ কিন্তু এশ গৰু মাৰিলে বাঘৰো মৰণ৷ অসমৰ মূলসুতিৰ সংবাদ মাধ্যমকো চোকা সমালোচনা লুৰীনজ্যোতি গগৈৰ৷ দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰে মুকলি কৰা…

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত

APSCৰ পৰা আঁতৰিল অসমীয়া ভাষাৰ বাধ্যতামূলক কাকত৷বাধ্যতামূলক অসমীয়া কাকতৰ বিৰুদ্ধে আবেদন কৰিছিল একাংশ প্ৰাৰ্থীয়ে৷ উচ্চ ন্যায়ালয়ক অৱগত কৰালে ৰাজ্য চৰকাৰে বাধ্যতামূলক কাকতখন আঁতৰাবলৈ APSCক নির্দেশ উচ্চ ন্যায়ালয়ৰ৷ আগন্তুক পৰীক্ষাৰ পৰা প্রযোজ্য হ’ব আদালতৰ এই নিৰ্দেশ৷