শ্ৰেণী ৰাজ্য

এক জানুৱাৰীৰ ঘোষণা : আপুনিও আমাৰ সাংবাদিক হ’ব পাৰিব

এটা নতুন বছৰৰ আৰম্ভণিত আমিও এক নতুন যাত্ৰাৰ পাতনি মেলিব বিচাৰিছো ৷ অধিক পৰিসৰত , অধিক বিস্তৃত ৰূপত আমাৰ দৰ্শক , পঢ়ুৱৈৰ বাবে নিৰ্বাচিত খবৰ আগবঢ়াই দিয়াৰ পৰিকল্পনা হাতত লৈছো ৷ এই পৰিকল্পনাক সাকাৰ ৰূপ দিবলৈ আমাক প্ৰয়োজন এদল দায়বদ্ধ…

5G সেৱা ক্ষেত্রত বাদ পৰিল অসম কিয়?

5G সেৱা ক্ষেত্রত অসম বাদ পৰি ৰ’ল। নতুন বছৰৰ পৰা ভাৰতত আৰম্ভ হ’ব 5G সেৱা। আহমেদাবাদ, বেংগালুৰু, চণ্ডীগড়, চেন্নাই, দিল্লী, লক্ষ্ণৌ, মুম্বাই, গান্ধীনগৰ, গুৰুগ্ৰাম, হায়দৰাবাদ, জামনগৰ, কলকাতা আৰু পুনেত আৰম্ভ হ’ব 5G সেৱা। ১৩ খন ঠাইত প্ৰথমতে আৰম্ভ হ’ব 5G…

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা

বিশিষ্ট লেখিকা অনুৰাধা শৰ্মা পূজাৰীলৈ সাহিত্য অকাডেমী বঁটা ৷ ‘ইয়াত এখন অৰণ্য আছিল ‘ গ্ৰন্থৰ বাবে সাহিত্য অকাডেমী বঁটা ৷

ভূমি কেলেংকাৰিৰ বাতৰি কিয় ওলোৱা নাছিল অসমৰ সংবাদ মাধ্যমত?

দ্য ক্ৰছকাৰেন্ট আৰু দ্য ৱায়াৰ যৌথ অনুসন্ধানত ফাদিল হৈছিল ৰিনিকি ভূঞা শর্মাই প্ৰতিষ্ঠা কৰা ভূমি কেলেংকাৰিৰ বিস্ফোৰক তথ্য৷অসমৰ ইতিহাসৰ এই সর্ববৃহৎ ভূমি কেলেংকাৰিৰ বাতৰি অসমৰ সর্বস্তৰৰ ৰাইজৰ মাজলৈ লৈ যাবলৈ দ্য ক্ৰছকাৰন্টৰ দৰে সৰু সাংবাদ মাধ্যমেই পর্যাপ্ত নহয়৷সেইবাবেই এইক্ষেত্ৰত প্ৰয়োজন…

ঋণ লৈও আগুৱাব পৰা নাই কিয় অসম?

ঋণ লৈ আগুৱাইছে কেৰালা৷পিছুৱাইছে কিয় অসম?সদনত উত্থাপন হৈছে অসম চৰকাৰৰ ঋণৰ প্ৰসংগ৷বিধায়ক অখিল গগৈয়ে কার্টুন অংকিত টি চার্ট পিন্ধি বিধানসভাৰ প্ৰাংগণত সাব্যস্ত কৰিছে প্ৰতিবাদ৷তাৰমাজতে সদনত মুখ্যমন্ত্ৰীৰ বক্তব্য-ঋণ লব পৰা শক্তিৰ বাবে অসম চৰকাৰ গৌৰাম্বিত৷বিধানসভা অধিবেশনৰ তৃতীয় দিনত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব…

অসমত কেইলাখ নিবনুৱা আছে?

আজিৰ পৰা ছয়টা বছৰ আগৰ কথা৷বর্তমানৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শর্মাই কংগ্ৰেছ এৰি যোগ দিছে বিজেপিত৷তেতিয়া হিমন্ত বিশ্ব শৰ্মাই কৈছিল নিবনুৱাৰ কথা।হিমন্ত বিশ্ব শৰ্মাই কৈছিল অসমৰ ২৩ লাখ নিবনুৱাৰ কথা।তৰুণ গগৈ চৰকাৰক সমালোচনা কৰি এই ২৩ লাখ নিবনুৱাৰ সংস্থাপনৰ কথা কৈছিল…

ভাষা নাথাকিলে জাতি নাথাকে- বিধানসভাত প্ৰতিবাদ অখিল গগৈৰ

আজি বিধানসভা অধিবেশনৰ চতুর্থ দিন৷চতুর্থটো দিনত বিধানসভাৰ চৌহদত প্ৰতিবাদ সাব্যস্ত কৰে শিৱসাগৰৰ বিধায়ক অখিল গগৈয়ে। ‘ভাষা নাথাকিলে জাতি নাথাকে’, ‘এ পি এছ চিত অসমীয়া ভাষা শেষ?’ লিখা টিছাৰ্ট পৰিধান কৰি, ডিঙিত গামোচা লৈ প্ৰতিবাদ সাব্যস্ত অখিল গগৈৰ৷ সাংবাদিকৰ আগত গগৈৰ…

মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা….

মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা….ললিত গগৈৰ ফেচবুকৰ পৰা ললিত গগৈ মাত্ৰ ৪০০ কোটি । মাত্ৰ ৪০০ কোটি টকাৰ ঋন আৰু তাৰ বিপৰীতে ১৮ কোটি টকাৰ সূতৰ বোজা থাকোতেই শৰৎ চন্দ্ৰ সিংহৰ চিন্তাত…

৫ বছৰত অসম চৰকাৰে কেৱল সুদ পৰিশোধত ব্যয় কৰিলে ৰাজভৰালৰ ২০ হাজাৰ ৬৫৮ কোটি টকা

৫ বছৰত অসম চৰকাৰে কেৱল সুদ পৰিশোধত ব্যয় কৰিলে ৰাজভৰালৰ ২০ হাজাৰ ৬৫৮ কোটি টকা৷এই বিস্ফোৰক তথ্য প্ৰকাশ কৰিছে ভাৰতীয় ৰিজার্ভ বেংকে৷ভাৰতীয় ৰিজার্ভ বেংকৰ তথ্য অনুসৰি ২০২০-২১ বিত্তীয় বর্ষৰ অন্তিম সময়ত অসম চৰকাৰৰ সর্বমুঠ ধাৰৰ পৰিমান আছিল ৯৩ হাজাৰ ৭৬…

অসম বিধানসভাত নাগৰিকত্ব(সংশোধনী) আইন আৰু কা’ বিৰোধী আন্দোলন সম্পৰ্কত শিৱসাগৰ সমষ্টিৰ বিধায়ক অখিল গগৈৰ গৃহ বিভাগলৈ লিখিত প্ৰশ্ন আৰু গৃহ বিভাগৰ মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ লিখিত উত্তৰ:

প্ৰশ্ন:নাগৰিকত্ব সংশোধনী বিধেয়ক,২০১৯ আৰু কা’ বিৰোধী আন্দোলনত অসমত কিমানজন লোক পুলিচৰ গুলীত মৃত্যু হ’ল? উত্তৰ:নাগৰিকত্ব(সংশোধনী)বিধেয়ক,২০১৯ আৰু কা’ বিৰোধী আন্দোলনত অসম আৰক্ষীৰ গুলীত মুঠ তিনিজন লোকৰ মৃত্যু হয়।উল্লেখ থাকে যে আৰু এজন ব্যক্তিৰ পল্টনবজাৰ থানাৰ অন্তৰ্গত এলেকাত মৃত্যু হয় যদিও কাৰ…