শ্ৰেণী ৰাষ্ট্ৰীয়

বুল্লিবাই এপৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ

বুল্লিবাই এপৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। অসমৰৰ পৰা কৰা গ্ৰেপ্তাৰ কৰা হৈছে মূল অভিযুক্তক। নিৰজ  বিষ্ণৈ নামৰ এজনক গ্ৰেপ্তাৰ। ইতিমধ্যে বিশাল কুমাৰ, শ্বেতা সিং, মায়ংক ৰাৱালক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে। দিল্লী আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে নিৰজক। GIT HUBত প্ৰস্তুত কৰিছিল বুল্লিবাই এপটো নিৰজে।…

৭০ হাজাৰ লোকৰ সমাগম নোহোৱাৰ বাবেহে উভতিল মোদী

বুধবাৰে, দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আগন্তক বিধানসভা নিৰ্বাচনৰ বাবে প্ৰচাৰ চলাবলৈ গৈছিল পঞ্জাৱলৈ। কিন্তু কৃষক বিদ্ৰোহী নেতাই আগুচি ধৰাৰ বাবেই ১৫-২০ মিনিট সময় ফ্লাই অভাৰতে আৱদ্ধ হৈ থাকি পুনৰ দিল্লীলৈ উভতি আহিবলগীয়া হয় মোদী। যাৰবাবে বিজেপি নেতাই পঞ্জাৱ চৰকাৰৰ নিৰাপত্তাক…

পঞ্জাৱত কৃষকে ভেটিলে প্ৰধানমন্ত্ৰীৰ কনভয় : সমাবেশ বাতিল

কৃষক বিদ্ৰোহৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি বাতিল কৰিবলগীয়া হয় পঞ্জাৱৰ জনসভা ৷ প্ৰায় দুবছৰৰ পাছত আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী উপস্থিত হয় পঞ্জাৱত । বিতৰ্কিত কৃষি আইন বাতিল কৰাৰ পাছত এইটো আছিল প্ৰথমটো পঞ্জাৱ ভ্ৰমণ। কিন্তু পঞ্জাৱত ভৰি দিয়াৰ পাছতে…

পুলৱামাত সেনাৰ হাতত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী

আজি পুৱা জন্মু-কাশ্মীৰত সেনা আৰু আৰক্ষীয়ে সন্ত্ৰাসবাদীৰ বিৰুদ্ধে যুটীয়া অভিযান চলায়। সেই অভিযানতেই পুলৱামাত সেনাৰ হাতত নিহত ৩ জনকৈ সন্ত্ৰাসবাদী। চলিত সপ্তাহত কাশ্মীৰত এয়া আছিল সন্ত্ৰাসবাদীৰ সৈতে হোৱা পঞ্চমটো সংঘৰ্ষ। ৫ টা সংঘৰ্ষত ৮ জনকৈ সন্ত্ৰাসবাদী নিহত হৈছে কাশ্মীৰত। নিহত…

অসমত পুনৰ নহয় লকডাউন

ভাৰতত কভিড`ৰ তৃতীয়টো ঢৌ অ`মিক্ৰনত বৰ্তমানলৈ ২১৩৫ জন লোক আক্ৰান্ত হৈছে। অসমতো কভিড`ৰ সংক্ৰমণ দ্ৰুতগতিত বাঢ়িছে। কভিড`ৰ তৃতীয়টো ঢৌত অসমত প্ৰত্যেক দিনাই ১২০ৰ পৰা ৪৫০ ৰোগী আক্ৰান্ত হৈছে। এইকথা অৱগত কৰে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই। লগতে কয় যে, অমিক্ৰণ…

ভাৰতত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা

ভাৰতত দ্ৰুত হাৰত বৃদ্ধি পাইছে ক’ভিড ৰোগীৰ সংখ্যা। ২৪ ঘণ্টাত ভাৰতত ৫৮,০৯৭ জন নতুনকৈ ৰোগী কোভিডত আক্ৰান্ত হৈছে আৰু ৫৩৪ জনৰ মৃত্যুৰ হৈছে। আনহাতে অ’মিক্ৰনত ২১৩৫ জন লোক আক্ৰান্ত হৈছে। সৰ্বাধিক মুম্বাইত ১০৮৬০ জন, দিল্লীত ৫৪৮১ জন,  বেংগালোৰত ২০৫৩ জন,…

মুম্বাই আৰক্ষীৰ দ্বাৰা বেঙ্গালুৰুৰ ২১বছৰীয়া অভিযান্ত্ৰিকৰ ছাত্ৰক আটক

ৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ তথ্য অনুসৰি Bulli Bai ঘটনাৰ লগত জড়িত থকাৰ সন্দেহত বেঙ্গালুৰুৰ পৰা এগৰাকী একৈশ বছৰীয়া ছাত্রক আটক কৰাৰ ঘটনা পোহৰলৈ আহিছে । অৱশ্যে মুম্বাই আৰক্ষীয়ে এই পৰ্য্যন্ত ছাত্ৰ গৰাকীৰ কোনো পৰিচয় ৰাজহুৱা কৰা নাই। আৰক্ষী অধীক্ষৰ মন্তব্য অনুসৰি…

অখিলেশ যাদৱক সপোনত কি ক’লে শ্ৰী কৃষ্ণই ?

২০২২ চনৰ বিধানসভা নিৰ্বাচনত উত্তৰ প্ৰদেশত চৰকাৰ গঠন কৰিব সমাজবাদী পাৰ্টিয়ে। এই দাবী কৰিছে সমাজবাদী পাৰ্টিৰ সভাপতি অখিলেশ যাদৱে। সোমবাৰে বিজেপি বিধায়ক মাধুৰী বৰ্মাই সমাজবাদী পাৰ্টীত যোগদান কৰাৰ পাছতেই এই দাবী কৰে উত্তৰ প্ৰদেশৰ প্ৰাক্তন মুখ্যমন্ত্ৰীগৰাকীয়ে । তেওঁ লগতে কয়…

শনিবাৰ আৰু দেওবাৰে নৈশ কাৰফিউ দিল্লীত

দিল্লীত শনিবাৰ আৰু দেওবাৰে নিশাৰ কাৰফিউ। এইকথা ঘোষণা কৰিছে দিল্লী চৰকাৰে। দিল্লীৰ উপ-মুখ্যমন্ত্ৰী মনীষ চিছোদিয়াই আজি নতুন নিষেধাজ্ঞাৰ ওপৰত এখন চৰকাৰী বৈঠক অনুষ্ঠিত কৰে। তাৰ পিছতে কয় যে, দিল্লীত অত্যাধিক হাৰত কভিড` ৰোগীৰ সংখ্যা বৃদ্ধি হোৱাৰ বাবেই  শনিবাৰ আৰু দেওবাৰে…

বৃদ্ধি পাইছে ভাৰতত কভি`ড ৰোগীৰ সংখ্যা

প্ৰতিদিনেই বদ্ধিত হাৰত বৃদ্ধি পাইছে ভাৰতৰ বিভিন্ন ৰাজ্যত কভি`ড ৰোগীৰ সংখ্যা। পাঞ্জাৱত অত্যাধিক হাৰত কভি`ড ৰোগী সংখ্যা বৃদ্ধি হোৱাৰ বাবে পাঞ্জাৱ চৰকাৰে নিশা ১০ বজাৰ পৰা পুৱা ৫ বজালৈ ৰাজ্যখনত নিশাৰ কাৰফিউ জাৰি কৰিছে।  লগতে ঘোষণা কৰিছে সকলো শিক্ষা প্ৰতিষ্ঠান…