The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

পেট্ৰ’ল – ডিজেলৰ দাম আচলতে কিমান বাঢ়িল , কিমান কমিল ?

সৌ সিদিনালৈকে পেট্ৰ’ল – ডিজেলৰ দাম আছিল আন্ত: ৰাষ্ট্ৰীয় বিষয় ৷ শাসক দলৰ নেতা – কৰ্মীসকলৰ মতে ইয়াৰ লগত ভাৰত বা অসম চৰকাৰৰ একো কৰিবলগীয়া নাই ৷ কিন্তু বুধবাৰৰ দিনটোত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ যুটীয়া উদ্যোগত অসমত পেট্ৰ’লৰ দাম একেকোবে…

জুৰি বৰা বৰগোহাঞিৰ লগত ফেচবুক পেপাৰ্ছৰ কি সম্পৰ্ক ?

লেখিকা , ঔপন্যাসিকা জুৰি বৰা বৰগোহাঞিক অকথ্য , অভব্য , অশালীন ভাষাৰে ফেচবুকত আক্ৰমণ কৰা হৈছে৷ মূলত: দীপাৱলী সম্পৰ্কীয় পোষ্ট এটাৰ বাবেই তেওক আক্ৰমণৰ লক্ষ্য কৰি লোৱা হৈছে ৷ জুৰি বৰা বৰগোহাঞিক মুছলমান , খ্ৰীষ্টানৰ এজেন্ট আখ্যা দিয়াৰ উপৰিও যিবোৰ…

প্ৰাকৃতিক দুৰ্যোগৰ দিশৰ পৰা দেশৰ সৰ্বাধিক স্পৰ্শকাতৰ জিলাৰ তালিকাত অসমৰ দুখন জিলা

জলবায়ু জনিত দুৰ্যোগৰ দিশৰ পৰা অত্যন্ত স্পৰ্শকাতৰ স্থিতিত আছে অসম অসমক বান, খৰাং ঘূৰ্ণীৰ দৰে দুৰ্যোগে ক্ষতিগ্ৰস্ত কৰাৰ প্ৰবল সম্ভাৱনা ৰাজ্যৰ আটাইতকৈ স্পৰ্শকাতৰ ঠাই ধেমাজি আৰু নগাঁও ক্লাইমেট ভালনাৰেবিলিটি ইণ্ডেক্সত অসমৰ নাম কাউঞ্চিল অন এনাৰ্জিয়ে প্ৰকাশ কৰিছে দেশৰ স্পৰ্শকাতৰ জিলাৰ…

ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানত উজ্বলি উঠিল চন্দ্ৰ মুদৈৰ ৰণুৱা আৰু বেঞ্জামিন দৈমাৰী

◆ দিল্লীত দেশৰ উপ ৰাষ্ট্ৰপতি ভেংকায়া নাইডুৰ উপস্থিতিত অনুষ্ঠিত হৈ গ’ল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান ◆ এই অনুষ্ঠানতে উজ্জ্বলি উঠিল দুগৰাকীকৈ অসম সন্তান ◆ অসমৰ জ্যেষ্ঠ চলচ্চিত্ৰ পৰিচালক চন্দ্ৰ মুদৈ পৰিচালিত ছবি ৰণুৱাই লাভ কৰিছে ৰজত কমল…

মেক্সিকোত ড্ৰাগছ সৰবৰাহকাৰীৰ গুলীত নিহত হিমাচলৰ ট্ৰেভেল ব্ল’গাৰ

মেক্সিকোত ড্রাগছ সৰবৰাহকাৰী চক্রৰ মাজত হোৱা গুলীচালনাৰ ঘটনাত নিহত হৈছে হিমাচলৰ এগৰাকী ট্রেভেল ব্ল’গাৰ ৷ নিহত ২৫ বছৰীয়া অঞ্জলি ৰায়ট নামৰ যুৱতীগৰাকীয়ে কেলিফ’র্নিয়াৰ ছান জোছত বাস কৰিছিল৷ উল্লেখনীয় যে অন্য এগৰাকী পর্যটকৰ সৈতে কেৰিবিয়ান ৰিজ’ট টুলুমলৈ গৈছিল অঞ্জলি৷ কেলিফ’র্নিয়াৰ সংবাদ…

অসমত আৰু লকডাউন নহয়ঃ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মা

সোমবাৰে ৰূপজ্যোতি কুৰ্মীৰ হৈ মৰিয়নীত আয়োজিত প্ৰচাৰ সভাত অংশগ্ৰহণ কৰি মুখ্যমন্ত্ৰী ড° শৰ্মাই লকডাউন অসমত হ’ব নে নহয় সেয়া স্পষ্ট কৰিলে। অৱশ্যে লকডাউন সম্পৰ্কে বৰ্তমানো সংবাদ মাধ্যমত চৰ্চা চলি আছে৷ শৰ্মাই কয় যে আমি কোনেও লকডাউন হোৱাতো নিবিচাৰো৷ অসমত লকডাউন…

বাতিল কৰা হ’ল নলবাৰীৰ ঐতিহাসিক ৰাস মহোৎসৱঃ লকডাউনৰ আগজাননী নেকি?

◆ নলবাৰীৰ ৰাস মহোৎসৱ বাতিল ◆ এদিনীয়াকৈ অনুষ্টুপীয়া কাৰ্য্যসুচীৰে অনুষ্ঠিত হব ৰাস ◆ ৰাস পূৰ্ণিমাৰ দিনা কভিড প্ৰটকল মানি অনুষ্ঠিত হব পূজা পাতল ◆ এয়া লকডাউনৰ আগজাননী বুলি সন্দেহ ব্যক্ত কৰিছে জনতাই ◆ অৱশ্যে লকডাউনৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ স্থিতি উপ…

ছয়মাহিলী পৰীক্ষাত অৱতীৰ্ণ নোহোৱা শিক্ষাৰ্থীয়ে দিব নোৱাৰিব মেট্ৰিক/হাইমাদ্ৰাছা পৰীক্ষাঃ ছেবা

মুকলি কৰা হ’ল ছেবাৰ নতুন পৰ্টেল সকলো বিদ্যালয়সমূহ লৈ বিশেষ নিৰ্দেশনা জাৰি কৰিছে ৰাজ্যৰ শিক্ষা বিভাগে নিৰ্দেশনা অমান্য কৰা বিদ্যালয়ৰ বাতিল হ’ব স্বীকৃতি দশম শ্ৰেণীৰ পৰীক্ষাৰ আভ্যন্তৰীণ মূল্যাংকনৰ বাবে ছেবাৰ নতুন পৰ্টেল মুকলি কৰা হৈছে ছমাহিলী পৰীক্ষা আৰু বছৰেকীয়া গোট…

মুছলমান হোৱাৰ বাবেই অপমান কৰা হৈছে মহম্মদ শ্বামীকঃ আছাদুদ্দিন ওৱেচি

পাকিস্তানৰ বিৰুদ্ধে টি-২০ বিশ্বকাপৰ প্ৰথমখন মেটচত পৰাজিত হোৱাৰ পিছত এতিয়া তীব্ৰ সমালোচনাৰ সন্মুখীন হৈছে টীম ইণ্ডিয়া। তাৰ মাজতে ছছিয়েল মিডিয়াত ডিজিটেল আক্ৰমণৰ বলি হৈছে পাকিস্তানৰ বিৰুদ্ধে অন্তিমটো অভাৰত বল কৰি থকা ভাৰতীয় পেচাৰ মহম্মদ শ্বামী। মহম্মদ শ্বামীক কৰা অপমানৰ বিৰুদ্ধে…

চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠানঃ দাক্ষিণাত্যৰ ভগৱান ৰজনীকান্তলৈ দাদাচাহেব ফাল্কে বঁটা

দিল্লীত অনুষ্ঠিত হৈ গ’ল ৬৭ সংখ্যক ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা প্ৰদান অনুষ্ঠান সোমবাৰে দিল্লীৰ বিজ্ঞান ভৱনত উপ-ৰাষ্ট্ৰপতি ভেংকায়া নাইডুয়ে প্ৰদান কৰে এই বঁটা কংগনা ৰণাৱাত তথা মনোজ বাজপেয়ী আৰু ধনুষকো প্ৰদান কৰা হয় ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা মনিকৰ্ণিকা আৰু পাঙ্গা ছবিৰ বাবে…