The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

মুম্বাই ড্ৰাগছ কেচৰ নতুন মোৰঃ বিপদত পৰিব নেকি শ্বাহৰুখ পুত্ৰ আৰিয়ান খান?

মুম্বাইৰ বিলাসী ক্ৰুজ জাহাজৰ ড্ৰাগছ গোচৰৰ তদন্ত কৰি থকা এনচিবিৰ আঞ্চলিক সঞ্চালক সমীৰ ৱানখেডে আজি বিশেষ এনডিপিএছ আদালতত হাজিৰ হৈ দুখনকৈ শপতনামা দাখিল কৰে। মহাৰাষ্ট্ৰ চৰকাৰৰ মন্ত্ৰী নৱাব মালিকে ৱানখেডৰ বিৰুদ্ধে উত্থাপন কৰা অভিযোগৰ প্ৰত্যুত্তৰ দি সমীৰ ৱানখেডে আদালতক কৈছিল…

শ্বাহৰুখ খানে বিজেপিত যোগদান কৰিলে ড্ৰাগছ চেনীৰ পাউদাৰত পৰিণত হ’বঃ মহাৰাষ্ট্ৰৰ মন্ত্ৰী ছগন ভুজবল

আৰয়ান খান ড্ৰাগছ গোচৰক কেন্দ্ৰ কৰি বিজেপিক সমালোচনা কৰিছে মহাৰাষ্ট্ৰৰ মন্ত্ৰী ছগন ভুজবলে। ছগন ভুজবলে বিজেপিক সমালোচনা কৰি কয় যে যদি বলীউডৰ বাদশ্বাহ তথা অভিনেতা শ্বাহৰুখ খানে গেৰুৱা দলত (বিজেপি) যোগদান কৰে তেন্তে ড্ৰাগছ চেনীৰ পাউদাৰত পৰিণত হ’ব। ড্ৰাগছ গোচৰত…

এইবাৰ গুৱাহাটীত বঙালী ভাষাৰ ফলকৰ ওপৰত ক’লা ৰং লগাই বঙালী ভাষাক মোহাৰি পেলালে বীৰ লাচিত সেনাই

◆ বৰাকত অসমীয়া ভাষাক চূড়ান্ত অপমান কৰাৰ পিছত ৰাজ্যত সৃষ্টি হৈছিল উত্তপ্ত পৰিস্থিতি ◆ বৰাকৰ দুষ্কৃতিকাৰী সংগঠনৰ বিৰুদ্ধে ৰাজ্যৰ সৰ্বত্ৰ হৈছিল প্ৰতিবাদ ◆ বৰাকক অসমৰ মূল ভূখণ্ডৰ পৰা পৃথক কৰাৰ দাবীও উঠিছে তুংগত ◆ তাৰ মাজে মাজে ঘটনাটোত সাম্প্ৰদায়িক ৰহণ…

মহ আৰু ডেংগু নিয়ন্ত্ৰণৰ বাবে পশ্চিম বংগ চৰকাৰে ব্যৱহাৰ কৰিছে গাপ্পি মাছঃ অসমে পাৰিবনে?

কিছু দিনৰ পূৰ্বে কলিকতাৰ শিলিগুৰি চহৰৰ নিষ্কাশন নলাৰ মহ নাইকিয়া কৰিবলৈ এৰি দিয়া হৈছিল গাপ্পি মাছ। প্ৰদূষণৰ বাবে এই গাপ্পি মাছ জীয়াই নাথাকিল। সেয়েহে এইবাৰ ১৮ নং ৱাৰ্ডৰ প্ৰাক্তন কাউন্সিলাৰ আৰু শিলিগুৰি জলপাইগুৰি উন্নয়ন প্ৰাধিকৰণ ব’ৰ্ডৰ সদস্য নিখিল চাহনীয়ে কয়…

পশ্চিম বংগত তৃণমূলৰ জয় নিশ্চিতঃ তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক যুৱ সভানেত্রী সায়নী ঘোষ

◆ বেহাৰৰ দিনহাটা নিৰ্বাচনৰ বাবে প্ৰচাৰ অভিযান অব্যাহত ৰাখিছে তৃণমূল কংগ্ৰেছৰ ৰাজ্যিক যুৱ সভানেত্রী সায়নী ঘোষে ◆ ঘোষে পশ্চিম বংগৰ বাগডোগ্ৰাত সাংবাদিকৰ সৈতে বাৰ্তালাপ কৰি কয় যে দিনহাটাত নিৰ্বাচনত কোনো প্ৰতিদ্বন্দিতা নহয়। আমি দিনহাটাত উপ-নিৰ্বাচনত জয়ী হ’ম ◆ সায়নী ঘোষৰ…

পুনৰ বিপদত শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খান

মুম্বাইৰ ক্ৰুজ জাহাজৰ ড্ৰাগছৰ গোচৰত বিপদে লগ এৰা নাই শ্বাহৰুখ খানৰ পুত্ৰ আৰয়ান খানৰ। আৰয়ানৰ বাবে দুবাৰকৈ জামিন আবেদন কৰা হৈছিল আৰু দুয়োবাৰ আদালতৰ দ্বাৰা খাৰিজ হৈছিল। এতিয়া আৰয়ান খানৰ অধিবক্তাই বোম্বাই উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। উচ্চ ন্যায়ালয়ত আৰয়ান খানে…

সন্ত্ৰাসবাদী আক্ৰমণৰ মাজতে জম্মু-কাশ্মীৰত অমিত শ্বাহঃ কিন্তু কিয়?

◆ শেহতীয়াকৈ জম্মু-কাশ্মীৰত অসামৰিক লোকক লক্ষ্য কৰি সংঘটিত হৈছিল কেইবাটাও সন্ত্ৰাসবাদী আক্ৰমণ ◆ এই নৰহত্যা যজ্ঞ চলি থকাৰ মাজতে আজি তিনিদিনীয়া জম্মু-কাশ্মীৰ ভ্ৰমণ কাৰ্যসূচীৰে শ্ৰীনগৰত উপস্থিত হ’ল কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহ ◆ উল্লেখ্য যে ২০১৯ চনৰ ৫ আগষ্টত ৩৭০ নং…

বিক্ৰী নোহোৱাৰ বাবেই লখিমপুৰত কৃষকে জ্বলাই দিলে ধানঃ কিন্তু কিয়?

উত্তৰ প্ৰদেশৰ লখিমপুৰৰ খেৰী জিলাৰ নাম এতিয়া সৰ্বত্ৰ চৰ্চিত। মন্ত্ৰী পুত্ৰই গাড়ীৰে চেপি কৃষক হত্যা কৰাৰ পিছত খেৰীত এতিয়াও মাৰ যোৱা নাই উত্তেজনা । কিন্তু তাৰ মাজতে খেৰীৰ এটা ঘটনাই এতিয়া দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে। লখিমপুৰৰ খেৰী জিলাৰ কৃষক সামোধ…

নগেন শইকীয়া বনাম পৰেশ বৰুৱাঃ কি ক’লে মুখ্যমন্ত্ৰীয়ে?

বিশিষ্ট সাহিত্যিক ড° নগেন শইকীয়াৰ মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই। বৰাকত অসমীয়া বা ব্ৰহ্মপুত্ৰত বঙালীত দুখন পোষ্টাৰ হ’লে বেয়া পাবলগীয়া একো নহয় বুলি মন্তব্য প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী গৰাকীয়ে। লগতে মুখ্যমন্ত্ৰী গৰাকীয়ে কয় যে-ভাষাই মানুহক একত্ৰিত…

ক্ষমা খুজিব লগীয়া মন্তব্য মই কৰা নাইঃ পৰেশ বৰুৱাক উভতি ধৰিলে নগেন শইকীয়াই

বিশিষ্ট সাহিত্যিক নগেন শইকীয়াই বৰাকক শান্তি-সম্প্ৰীতিৰ খাতিৰত অসমৰ পৰা পৃথক কৰিব লাগে বুলি কৰা মন্তব্যৰ পাছতেই শইকীয়াৰ বিৰুদ্ধে সৰৱ হৈছিল নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ সেনাধ্যক্ষ পৰেশ বৰুৱা। কিন্তু এইবাৰ পৰেশ বৰুৱাক উভতি ধৰিছে নগেন শইকীয়াই। শইকীয়াই কয় যে-পৰেশ বৰুৱাই…