The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা৷ভয়াৱহ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে।

কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা৷ভয়াৱহ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে।অসম-ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।অট’ৰিক্সা আৰু এখন চিমেণ্ট কঢ়িয়াই অনা গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত দূৰ্ঘটনা সংঘটিত হয় ।

বিজেপি শূন্য দিছপুৰ৷আজিৰে পৰা দিছপুৰত নাথাকিব মন্ত্ৰী অথবা বিজেপি বিধায়ক৷

আজি মুম্বাইলৈ যাব মুখ্যমন্ত্ৰীসহ বিজেপিৰ সকলো বিধায়ক। প্ৰশিক্ষণৰ বাবে মুম্বাইলৈ নিয়া হ’ব বিজেপিৰ সকলো বিধায়কক। বিশেষ বিমানেৰে মুম্বাইলৈ লৈ যোৱা হ’ব বিধায়কসকলক। মুম্বাইত দেশৰ সকলো বিজেপি বিধায়কৰ সুশাসনৰ প্ৰশিক্ষণ প্ৰদান কৰা হব।

জাফাৰ সাংবাদিকতাৰ বটা ঘোষণা-

জাৰ্ণেলিষ্ট এচোচিয়েছন ফৰ আসাম চমুকৈ জাফাই সংগঠনটোৰ জাফা এচিভাৰ্ছ এৱাৰ্ড-২০২১ৰ বিভিন্ন শিতানৰ বঁটা প্ৰাপকৰ নাম সমুহ বুধবাৰে ঘোষণা কৰিছে। সাংবাদিকতাৰ শিতানত জাফা এচিভাৰ্ছ এৱাৰ্ড ২০২১ লাভ কৰিছে দৈনিক অসম কাকতৰ জিতেন্দ্ৰ কুমাৰ চৌধুৰী , দা চেন্টিনেলৰ মৌচম জ্যোতি বৈশ্য ,নিউজ…

শ্ৰেষ্ঠ নবাগত পৰিচালক আৰু শ্ৰেষ্ঠ অভিনেত্ৰীৰ সন্মানেৰে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত আকৌ উজ্জলিল “ব্ৰিজ”

ধাৰাবাহিক ভাৱে আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত কেইবাটাও বঁটা লাভ লাভ কৰিবলৈ সক্ষম হোৱা”ব্ৰিজ” চিনেমা খনে শেহতিয়াকৈ ৫-৯ নবেম্বৰ ২০২১ লৈ ৰাছিয়াৰ অ’লিম্পিক চহৰ চ’চি (Sochi) ত অনুষ্ঠিত (Russian-British Sochi International Film Festival and Awards (SIFFA). ৰাছিয়ান- ব্ৰিটিছ চ’চি আন্তঃৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত পৰিচালক…

ৰাজকন্যা বৰুৱাৰ গাড়ী খুন্দাত আহত শ্ৰমিকৰ মৃত্যু

মৃত্যুৰ ওচৰত হাৰ মানিলে যোছেফ মাৰাকে।ৰাজকন্যা বৰুৱাৰ গাড়ীৰ খুন্দাত দুয়োটা ভৰি হেৰুৱাইছিল শ্ৰমিকজনে।জি এম চি এইছত ১ অক্টোবৰৰ পৰা চিকিৎসাধীন হৈ আছিল মাৰাক।বুধবাৰে পূৱা মৃত্যু হয় শ্ৰমিকজনৰ৷

আজি প্ৰধানমন্ত্ৰীৰে কি আলোচনা কৰিব মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ?

মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই আজি সাক্ষাৎ কৰিব প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক ৷ তিনিদিনীয়া ভ্ৰমনসূচী লৈ সোমবাৰে ড: শৰ্মা নতুন দিল্লীত উপস্থিত হৈছে ৷ এই সময়ছোৱাত তেও গৃহমন্ত্ৰী অমিত শ্বাহ ,প্ৰতিৰক্ষা মন্ত্ৰী ৰাজনাথ সিঙ আৰু দেশৰ নিৰাপত্তা উপদেষ্টা অজিত দোভালকো সাক্ষাৎ…

আই চি ইউত জুই : ৪ টা শিশুৰ মৃত্যু

চিকিৎসালয়ত সংঘটিত অগ্নিকাণ্ডৰ ফলত চাৰিটা শিশুৰ মৃত্যু হৈছে ৷ এই ঘটনা সংঘটিত হৈছে মধ্যপ্ৰদেশত ৷ সোমবাৰে নিশা ভূপালৰ কমলা নেহৰু হাস্পতালৰ পেডিয়েট্ৰিক আই চি ইউত অগ্নিকাণ্ডৰ সূত্ৰপাত হয় ৷ সেই সময়ত ৫০ টা শিশু আই চি ইউত ভৰ্তি হৈ আছিল…

প্ৰবল বৰষুণে ক’ত প্ৰাণ কাঢ়িলে চাৰিজনৰ ?

ধাৰাষাৰ বৰষুণে বিপৰ্যস্ত কৰিছে তামিলনাডুৰ জনজীৱন ৷ বিগত কেবাদিনো ধৰি হৈ থকা মূষলধাৰ বৰষুণৰ ফলত চেন্নাইকে ধৰি ৰাজ্যখনৰ কেবাখনো চহৰ জলমগ্ন হৈ পৰিছে ৷ পৰিস্থিতি ইমানেই ভয়ানক হৈ পৰিছে যে ৪ জন লোকৰ ইতিমধ্যে মৃত্যু হৈছে ৷ বিদ্যালয় – মহাবিদ্যালয়সমূহ…

কোভাক্সিনৰ লগত চীনে কি ভেকছিনক স্বীকৃতি দিলে ব্ৰিটেইনে ?

বিশ্ব স্বাস্থ্য সংস্থাৰ পাছত কোভাক্সিন ভেকছিনক স্বীকৃতি দিলে ব্ৰিটেইনেও ৷ কোভাক্সিনৰ দুটা ড’জ লোৱা লোকসকলে ব্ৰিটেইন ভ্ৰমন কৰিলে কোৱাৰেন্টাইনত থাকিব নালাগে ৷ অহা ২২ নৱেম্বৰৰ পৰা এই নিৰ্দেশনা বলবৎ হ’ব ৷ সোমাবাৰে ব্ৰিটিছ চৰকাৰে এই কথা সদৰী কৰিছে ৷ বিগত…

টি২০ দলৰ অধিনায়ক হিচাপে শেষ বাৰ্তা কি দিলে বিৰাট কোহলিয়ে ?

টি ২০ দলৰ আধিনায়ক হিচাপে ৫০ খন মেচ খেলিছে বিৰাট কোহলিয়ে ৷ ৩২ খন বিজয়, ১৬ খনত পৰাজয় ৷ ২ খনৰ ফলাফল অমিমাংসিত ৷ কোহলিৰ নেতৃত্বত এইবাৰেই প্ৰথম টি ২০ বিশ্বকাপত অৱতীৰ্ণ হৈছিল ভাৰত৷ কিন্তু ফলাফল আশ্প্ৰদ নহ’ল ৷ ইয়াৰ…