The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

ভাৰতৰ এক নম্বৰ শত্ৰু কোন ? ক’লে বিপিন ৰাৱটে

ভাৰতৰ এক নম্বৰ অৰ্থাৎ প্ৰধান শত্ৰু কোন ? চীন নে পাকিস্তান ? এই প্ৰশ্নৰ উত্তৰ দিছে চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটে ৷ তেও কয় যে পাকিস্তান ভাৰতৰ এক নম্বৰ শত্ৰু নহয় , চীনহে ভাৰতৰ প্ৰধান শত্ৰু ৷ টাইমছ নাও…

ফেচবুকত ড: হিমন্ত বিশ্ব শৰ্মাই মুছলমান বিদ্বেষ বিয়পাইছিল নেকি ?

বিগত বিধানসভা নিৰ্বাচনত ড: হিমন্ত বিশ্ব শৰ্মাই বিয়পাইছিল সংখ্যালঘু আৰু মুছলমানৰ বিৰুদ্ধে ঘৃণা আৰু বিদ্বেষ ৷ যাৰ বাবে অসমৰ বৰ্তমানৰ মুখ্যমন্ত্ৰীগৰাকীৰ এটা ভাষণক ফেচবুকে ৰেড ফ্লেগেৰে চিহ্নিত কৰিছিল ৷ অসম বিধানসভা নিৰ্বাচনৰ পূৰ্বে ফেচবুকে প্ৰস্তুত কৰা এক আভ্যন্তৰীণ প্ৰতিবেদনত উল্লেখ…

হিন্দুৰ বিষয়ে কি কথা লিখি ৰোষত পৰিছে ছলমান খুৰছিদ ?

কিতাপ লিখি হিন্দুত্ববাদীৰ ৰোষত পৰিছে জ্যেষ্ঠ কংগ্ৰেছ নেতা ছলমান খুৰছিদ৷ খুৰছিদে তেওৰ শেহতীয়া গ্ৰন্থ ‘ছানৰাইজ অভাৰ অযোধ্যা : নেচনহুদ ইন আৱাৰটাইমছ’ গ্ৰন্থত বৰ্তমানৰ হিন্দুত্বক বকো হাৰাম আৰু আইছিছৰে তুলনা কৰিছে ৷ গ্ৰন্থখন প্ৰকাশ পোৱাৰ পাছতে জাঙুৰ খাই উঠিছে হিন্দুত্ববাদী সংগঠনসমূহ…

অসমৰ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিলে ৪৩.৪১ কৌটি টকা

অসম বিধানসভাৰ সাধাৰণ নিৰ্বাচনত বিজেপিয়ে ব্যয় কৰিছিল ৪৩ কৌটি ৪১ লাখ টকা ৷বিজেপি দলৰ তৰফৰ পৰা এই তথ্য সদৰী কৰা হৈছে ৷ প্ৰতিটো ৰাজনৈতিক দলেই নিৰ্বাচন আয়োগক নিৰ্বাচনী ব্যয়ৰ হিচাপ দাখিল কৰিব লাগে ৷ সেই অনুসৰি বিজেপি দলে পশ্চিমবংগ ,…

অসমলৈ আহিব গুজৰাটী গাই৷

মুখ্যমন্ত্ৰীৰ নিৰ্দেশত অসমলৈ ২০০০ গিৰ গাই অনাৰ ব্যৱস্থা গ্ৰহণৰ বাবে পদ্ম হাজৰিকাৰ নেতৃত্বত অসমৰ এটা প্ৰতিনিধি দল বুধবাৰে গুজৰাটত উপস্থিত হৈ ৰাজ্যখনৰ পশুপালন মন্ত্ৰী ৰাঘৱ জি. পেটেলক সাক্ষাৎ কৰে। অসমৰ প্ৰতিনিধি দলটোৱে বুধবাৰে আবেলি ৪ বজাৰ পৰা প্ৰায় ১ ঘণ্টা…

অতিবৃষ্টিত প্ৰাণ গল ১২ জনৰ৷তামিলনাডুত অতিবৃষ্টিয়ে ব্যাহত কৰি ৰাখিছে সাধাৰণ জীৱন যাপন৷

অতিবৃষ্টিত প্ৰাণ গল ১২ জনৰ৷তামিলনাডুত অতিবৃষ্টিয়ে ব্যাহত কৰি ৰাখিছে সাধাৰণ জীৱন যাপন৷বন্ধ ঘোষনা কৰা হৈছে স্কুল কলেজ৷এতিয়ালৈ অতিবৃষ্টিৰ ফলত প্ৰাণ হেৰুৱালে ৰাজ্যখনৰ ১২ জন লোকে৷

কেতিয়া বিজেপিত যোগদান কৰিব ৰকিবুল হুছেইনে?

চর্চাত ৰকিবুল হুছেইনৰ বিজেপি গমনৰ প্ৰসংগ৷তাৰমাজতে আজি সংবাদমাধ্যমৰ আগত প্ৰতিক্ৰিয়া বিধায়কজনৰ৷সম্ভাব্য বিজেপি গমনক কেন্দ্ৰ কৰি প্ৰতিক্ৰিয়া প্ৰকাশেৰে চামগুৰিৰ বিধায়ক ৰকিবুল হুছেইনৰ মন্তব্য, ‘যিদিনা গছত গৰু উঠিব সেইদিনাহে মই বিজেপিত যোগদান কৰিম’৷কংগ্ৰেছৰ ২৭ বিধায়কৰ পৰা ৬৩ কৰিবলৈ কংগ্ৰেছৰ বেছি সময় নালাগিব…

আজি অসম বিধানসভাত শপত গ্ৰহন কৰে নবনির্বাচিত তিনি বিজেপি বিধায়ক আৰু দুই ইউপিপিএলৰ বিধায়কে৷

আজি অসম বিধানসভাত শপত গ্ৰহন কৰে নবনির্বাচিত তিনি বিজেপি বিধায়ক আৰু দুই ইউপিপিএলৰ বিধায়কে৷মৰিয়নি সমষ্টিৰ ৰুপজ্যোতি কুর্মী,থাওৰাৰ সুশান্ত বৰগোহাই আৰু ভবানীপুৰৰ ফণী তালুকদাৰে শপত লয় বিধায়কৰ৷

কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা৷ভয়াৱহ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে।

কৰিমগঞ্জৰ বৈঠাখালত ভয়ংকৰ পথ দুৰ্ঘটনা৷ভয়াৱহ পথ দুৰ্ঘটনাত নিহতৰ সংখ্যা ১০জনলৈ বৃদ্ধি পাইছে।অসম-ত্ৰিপুৰা ৮নং ৰাষ্ট্ৰীয় ঘাইপথত সংঘটিত হৈছে এই দুৰ্ঘটনা।অট’ৰিক্সা আৰু এখন চিমেণ্ট কঢ়িয়াই অনা গাড়ীৰ মুখামুখি সংঘৰ্ষৰ ফলত দূৰ্ঘটনা সংঘটিত হয় ।

বিজেপি শূন্য দিছপুৰ৷আজিৰে পৰা দিছপুৰত নাথাকিব মন্ত্ৰী অথবা বিজেপি বিধায়ক৷

আজি মুম্বাইলৈ যাব মুখ্যমন্ত্ৰীসহ বিজেপিৰ সকলো বিধায়ক। প্ৰশিক্ষণৰ বাবে মুম্বাইলৈ নিয়া হ’ব বিজেপিৰ সকলো বিধায়কক। বিশেষ বিমানেৰে মুম্বাইলৈ লৈ যোৱা হ’ব বিধায়কসকলক। মুম্বাইত দেশৰ সকলো বিজেপি বিধায়কৰ সুশাসনৰ প্ৰশিক্ষণ প্ৰদান কৰা হব।