হিংসা-হত্যাৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰ৷ইটোৰ পিছত সিটো হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটীবাসীক৷এইবা মহানগৰীৰ পল্টনবজাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।

Share This Article

হিংসা-হত্যাৰ ৰম্যভূমিত পৰিণত হৈছে গুৱাহাটী মহানগৰ৷ইটোৰ পিছত সিটো হত্যাকাণ্ডই জোকাৰি গৈছে গুৱাহাটীবাসীক৷এইবা মহানগৰীৰ পল্টনবজাৰত সংঘটিত হৈছে চাঞ্চল্যকৰ হত্যাকাণ্ড।পল্টন বজাৰৰ কালিবাৰীৰ ৰেল’ৱে কলনীত সংঘটিত হৈছে এই হত্যাকাণ্ড।ৰেল’ৱে কলনীৰ কোৱাৰ্টাৰত উদ্ধাৰ মৃতদেহ।নাৰায়ণ চক্ৰৱৰ্তী নামৰ লোকজনৰ মৃতদেহ উদ্ধাৰ।কোৱাৰ্টাৰৰ মালিকে ৰখিয়া কৰি থৈ গৈছিল কোৱাৰ্টাৰত চক্ৰৱৰ্তীক।কোৱাটাৰ মালিকে ষট পূজাৰ বাবে ঘৰলৈ গৈছিল।ইতিমধ্যে তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।

Share This Article
The CrossCurrent
The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.