The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

আগ্ৰাসী অষ্ট্ৰেলিয়া নে পৰিপাটী নিউজিলেণ্ড : টি ২০ ত কোন হ’ব চেম্পিয়ন ?

অৱশেষত আহি পালে সেই দিনটো ৷ টি ২০ ক্ৰিকেটৰ চেম্পিয়ন কোন , সেয়া আজি নিৰ্ধাৰণ হ’ব ডুবাইৰ ষ্টেডিয়ামত ৷ টি ২০ বিশ্বকাপৰ ফাইনেলত মুখামুখি হ’ব অষ্ট্ৰেলিয়া আৰু নিউজিলেণ্ড৷ এতিয়ালৈকে কোনো এটা দলেই টি ২০ বিশ্বকাপ জয় কৰিব পৰা নাই ৷…

ভুৱা ক্লিনিকৰ বিৰুদ্ধে বাতৰি : সাংবাদিকক অপহৰণ কৰি হত্যা

ভাৰতত সাংবাদিকতা যে মুঠেও নিৰাপদ বৃত্তি নহয় , সেয়া আকৌ এবাৰ প্ৰমান হ’ল ৷ বিহাৰৰ মধুবনীত উদ্ধাৰ হৈছে এগৰাকী সাংবাদিকৰ অগ্নিদগ্ধ মৃতদেহ ৷ মৃত সাংবাদিকজনৰ নাম অবিনাশ ঝা ৷ তেও স্থানীয় এটা সংবাদ মাধ্যমৰ লগত জড়িত ৷ মঙলবাৰে নিশাৰ পৰা…

কিডনী সৰবৰাহৰ জড়িত চিকিৎসক গুৱাহাটীত গ্ৰেপ্তাৰ

গুৱাহাটীত অতি নাটকীয়ভাৱে গ্ৰেপ্তাৰ হৈছে মানৱ অংগ সৰবৰাহত জড়িত এজন চিকিৎসক ৷ মহানগৰ আৰক্ষীৰ জালত পৰা চিকিৎসকজন হৈছে ডা: অক্ষয় ৰাও ওৰফে ডা: ৰিচাৰ্ড আব্ৰাহাম লৰেন্স ৷ দিছপুৰ থানাত ৰুজু হৈ থকা এটা গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওক গ্ৰেপ্তাৰ কৰে ৷…

আজি শিশু দিৱস

স্বাধীন ভাৰতৰ প্ৰথমগৰাকী প্ৰধানমন্ত্ৰী জৱাহৰলাল নেহৰুৰ আজি জন্মদিন ৷ ১৪ নৱেম্বৰৰ নেহৰুৰ জন্মদিনটোক শিশু দিৱস হিচাপে পালন কৰা হয় ৷ শিশুসকলৰ বাবে নেহৰু আছিল আপোন ‘নেহৰু খুৰা’ ৷শিশুৰ লগত থকা আত্মীয়তাৰ বাবেই তেওৰ জন্মদিনটো শিশু দিৱস হিচাপে পালন কৰা হয়…

মণিপুৰ এম্বুছ : দিপাৱলী উদযাপন কৰি এসপ্তাহ পূৰ্বে চট্টিছগড়লৈ উভতিছিল কৰ্ণেল ত্ৰিপাঠীৰ পিতৃ – মাতৃ

মণিপুৰত সন্দেহজনক পি এল এ উগ্ৰপন্থীৰ ভয়াৱহ আক্ৰমণত পত্নী – পু্ত্ৰসহ নিহত হ’ল ভাৰতীয় সেনাৰ কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী ৷ শণিবাৰে পুৱাৰ ভাগত সংঘটিত উগ্ৰপন্থীৰ ভয়াৱহ এম্বুছত কৰ্ণেল বিপ্লৱ ত্ৰিপাঠী , তেওৰ পত্নী অনুজা ত্ৰিপাঠী , ৮ বছৰীয়া পুত্ৰ আবিৰ ত্ৰিপাঠী…

কোভিডৰ বাতৰি-

বিগত ২৪ঘন্টাত ভাৰততত কোৰোনাত আক্ৰান্ত হৈছে ১১হাজাৰ ৮৫০গৰাকী ৰোগী।৫৫৫গৰাকী ৰোগীৰ মৃত্যু হৈছে এই সময়চোৱাত।আনহাতে বৰ্তমান দেশত চিকিতসাধীন হৈ আছে ১লাখ ৩৬হাজাৰ ৩০৮গৰাকী ৰোগী।

বিজেপি মন্ত্ৰী-বিধায়কক কি শিকাইছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত?

শুক্ৰবাৰৰ পৰা মুম্বাইত অনুষ্ঠিত হৈছে বিজেপি মন্ত্ৰী বিধায়কৰ প্ৰশিক্ষণ৷ইতিমধ্যে অসমৰ পৰাও সকলো মন্ত্ৰী বিধায়ক গৈ উপস্থিত হৈছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত৷কিন্তু বিজেপি মন্ত্ৰী বিধায়কক কিহৰ প্ৰশিক্ষণ দিয়া হৈছে মুম্বাইৰ প্ৰশিক্ষণ শিবিৰত? খবৰ অনুসৰি, বিজেপিৰ মন্ত্ৰী বিধায়কক মাৰ্গদৰ্শন কৰে দলটোৰ ৰাষ্ট্ৰীয় সভাপতি…

বাতিল কৰা হ’ল APDCLৰ নিযুক্তি প্ৰক্ৰিয়া

বাতিল কৰা হ’ল APDCLৰ নিযুক্তি প্ৰক্ৰিয়া।এক নিৰ্দেশনাযোগে এই ঘোষণা কৰিলে APDCLয়ে। কিছু প্ৰশাসনিক কাৰনত এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি ঘোষণা।    

ক’ৰোনা : ৮৫ শতাংশই ল’লে ভেকছিন , তাৰ পাছতো এদিনত আক্ৰান্ত সৰ্বাধিক লোক

কোভিডৰ নতুন ঢৌয়ে ভয়াৱহ পৰিস্থিতিৰ সৃষ্টি কৰিছে ইউৰোপত ৷ ৰাছিয়াত যোৱা এটা মাহত ক’ৰোনাত আক্ৰান্ত হৈ ৪৪ হাজাৰ লোকৰ মৃত্যু হৈছে ৷ জাৰ্মানীৰ অৱস্থাও সংকটজনক ৷ জাৰ্মান চৰকাৰে আৰু এক লাখ লোকৰ মৃত্যুৰ আশংকা ব্যক্ত কৰিছে ৷ বিশ্ব স্বাস্থ্য সংস্থা,…

অৰুণাচলত চীনা গাও : কেন্দ্ৰক আক্ৰমণ কৰি কি ক’লে ৰাহুল গান্ধীয়ে ?

অৰুণাচল সীমান্তত চীনে গাও পতাক লৈ বিতৰ্ক অব্যাহত আছে ৷ আমেৰিকাৰ চোৰাংছোৱাৰ মতে সীমান্তত ভাৰতীয় ভূ- খণ্ডত চীনে ১০০ টা ঘৰ নিৰ্মান কৰিছে ৷ কিন্তু ভাৰতৰ চীফ অৱ ডিফেন্স ষ্টাফ বিপিন ৰাৱটে আমেৰিকাৰ চোৰাংছোৱাৰ এই দাবী অস্বীকাৰ কৰি কৈছে যে…