Investigative reporting with dedication.
নৰ্থ ইষ্ট ফেষ্টিভেল : RTIৰ তথ্য নিদিয়ে বৈদেশিক পৰিক্ৰমা মন্ত্ৰালয়ে

আঁৰত কি ৰহস্য : অব্যাহত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধান
Investigative reporting with dedication.

আঁৰত কি ৰহস্য : অব্যাহত ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধান

উত্তৰ প্ৰদেশ, মহাৰাষ্ট্ৰই প্ৰতি ইউনিটত ৫.৩৯ টকাত , অসমে কিনিব ৬.৩০ টকাত। প্ৰাক্তন শক্তি মন্ত্ৰীয়ে উদঙালে আদানিৰ লুণ্ঠনৰ ভয়াৱহ তথ্য। বিহাৰত ২৪০০ মেগাৱাটত ৬২ হাজাৰ কোটিৰ কেলেংকাৰী , অসমৰ ৩২০০ মেগাৱাটত কিমান?
Le jeu pathologique représente aujourd’hui l’un des plus grands défis de santé publique liés aux activités numériques. Selon les dernières enquêtes, près de 3 % des joueurs réguliers manifestent des comportements de dépendance, ce qui se traduit par des pertes financières…

অসমৰ সৰ্বস্তৰৰ ,সৰ্ববয়সৰ মানুহকেই প্ৰভাবিত কৰিব পৰা এই সময়ৰ লোকজনেই আছিল জুবিন গাৰ্গ । আবাল বৃদ্ধ বনিতাৰ আবেগৰ অংশ আছিল সুৰীয়া কণ্ঠৰ অধিকাৰী জুবিন গাৰ্গ । অলপতে অৰ্ধ শতিকা অতিক্ৰম কৰিলেও সত্তৰ -আশি বছৰীয়া জনৰ বাবে যেনেকৈ “আমাৰ জুবিন” ;তেনেকৈ…

৪ ছেপ্তেম্বৰৰ পৰা আৰম্ভ হ’ব ত্ৰয়োদশ সংখ্যক জাগৰণ ফিল্ম ফেষ্টিভেল (Jagran Film Festival)। বৃহস্পতিবাৰে নতুন দিল্লীৰ চিৰি ফ’ৰ্টৰ পৰা আৰম্ভ হ’বলগীয়া এই ফিল্ম ফেষ্টিভেলৰ প্ৰদৰ্শনী পৰ্যায়ক্ৰমে দেশৰ ১৪ খন চহৰত আয়োজন হ’ব। ১৬ নবেম্বৰত মুম্বাইত অনুষ্ঠিত হ’ব জাগৰণ ফিল্ম ফেষ্টিভেলৰ…
মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ অধীনষ্ঠ লোকনিৰ্মাণ বিভাগত এতিয়া ঠিকাদাৰৰ কথাই শেষ সিদ্ধান্ত৷ এই কথা পুনৰ এবাৰ উন্মোচিত হৈছে গুৱাহাটীৰ নৱনিৰ্মিত ভগদত্ত উৰণ সেতু (Bhagadatta Flyover)ৰ ক্ষেত্ৰত। ‘কীকী’ৰ দৰে ঠিকাদাৰক ৰঙা দলিচা পাৰি আদৰণি জনোৱা লোকনিৰ্মাণ বিভাগত এগৰাকী যুৱতী অভিযন্তাৰ…
এফালে পথৰ দুৰৱস্থা , আনফালে Toll Gates ত জনতাক টোল কৰেৰে মাধমাৰ। তেনেকৈয়ে মাধমাৰ শোধাইছে সাধাৰণ জনতাক। অস্বাভাৱিক হাৰত অসমত বৃদ্ধি হৈছে টোল কৰ সংগ্ৰহ। মুঠতে কেৱল কৰ আৰু কৰৰ বোজাত ভাৰাক্ৰান্ত হৈ পৰিছে সাধাৰণ জনতা ৷ জি এছ টিৰ…

গৌতম প্ৰতিম গগৈ গুৱাহাটীত আইন আৰু পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে চলা নির্মাণ প্ৰকল্পক লৈ উদ্বিগ্ন ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণ৷ সেউজ ন্যায়াধীকৰণৰ কঠোৰতাৰ পাছতেই গুৱাহাটীত আইন উলংঘাৰে চলা নির্মাণ কার্যক লৈ তৎপৰ হৈছে ৰাজ্যিক পৰিৱেশ প্ৰভাৱ মূল্যায়ন কর্তৃপক্ষ, অসম প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ…
বৰলুইতক ভেটিবলৈ আৰম্ভ কৰিলে ৰঙা চীনে। ব্ৰহ্মপুত্ৰৰ ওপৰত চীনে আৰম্ভ কৰিলে বিশ্বৰ সৰ্ববৃহৎ নদীবান্ধৰ নিৰ্মাণ কাৰ্য (World’s largest dam on Brahmaputra)। তিব্বতত নদীবান্ধ নিৰ্মাণত শংকিত অৰুণাচল, অসম, বাংলাদেশ। ব্ৰহ্মপুত্ৰক লৈ চীনৰ ভাবুকি এতিয়া বাস্তৱত পৰিণত হোৱাৰ দিশে। কিয়নো ৰঙাচীনে বৃহত…
গৌতম প্ৰতিম গগৈ চর্ত আৰু নীতি উলংঘনেৰে নির্মাণ কার্য চলাই পৰিৱেশতন্ত্ৰলৈ ভয়াৱহ সংকট নমাই আনিছে একাংশ ঠিকাদাৰ-বিল্ডাৰে৷ উত্তৰ গুৱাহাটীত প্ৰায় ৩০ বিঘা ভূমিত নির্মিত আর্য স্মাট লিভিং প্ৰকল্প ৰুপায়ণত হোৱা চর্ত আৰু নীতিৰ চৰম উলংঘাক লৈ ইতিমধ্যে উদ্বিগ্নতা প্ৰকাশ কৰিছে…