The CrossCurrent

The CrossCurrent

Crosscurrent is an independent newsroom that produces investigative and analytical reporting with dedication. Crosscurrent is founded to uncover the truth behind the important issues. Crosscurrent is founded to cover the issues that matter.

পৰিৱেশ বিধিৰ চৰম উলংঘন- বিল্ডাৰে কেনেকৈ সংকট নমাই আনিছে পৰিৱেশলৈ?

গৌতম প্ৰতিম গগৈ বৃহৎ বৃহৎ ৰিয়েল ইষ্টেট প্ৰকল্পত কেৱল আইনৰেই উলংঘন নহয়, নির্মাণ কার্যত পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰো উদ্বেগজনক ছবি উন্মোচিত হৈছে ‘দ্য ক্ৰছকাৰেণ্ট’ৰ অনুসন্ধানত৷ এফালে ফ্লাইঅ’ভাৰকে ধৰি বিভিন্ন নির্মাণ কার্যৰ বাবে বনধ্বংস অভিযানত নামিছে খোদ চৰকাৰী বাহিনী৷ তাৰমাজতে একাংশ…

MBBS course in Hindi: মধ্যপ্ৰদেশৰ হিন্দী মেডিকেল শিক্ষা ‘ফ্লপ’; ৩ বছৰত এজনো ছাত্ৰই নিদিলে হিন্দী ভাষাত পৰীক্ষা

বিফল হ’ল মধ্যপ্ৰদেশ চৰকাৰৰ হিন্দী ভাষাত আৰম্ভ কৰা MBBSৰ পাঠ্যক্ৰম (MBBS course in Hindi)ৰ ধাৰণা। অথলে গ’ল ১০ কোটি টকা ব্যয়েৰে হিন্দী ভাষাত ছপা কৰা পাঠ্যক্ৰম। উল্লেখ্য যে হিন্দী মাধ্যমৰ ছাত্ৰ-ছাত্ৰীসকলৰ সুবিধাৰ্থে মধ্যপ্ৰদেশ চৰকাৰে গ্ৰহণ কৰিছিল এক অনন্য সিদ্ধান্ত। দেশৰ…

Opposition Alliance in Assam: এন ডি এৰ পৰা কি শিকা উচিত গৌৰৱ গগৈয়ে?

বিৰোধী মিত্ৰতা (Opposition Alliance in Assam)ক লৈ ৰহস্যজনক স্থিতিত আছে প্ৰদেশ কংগ্ৰেছ৷ মিত্ৰতাৰ প্ৰসংগত মুখ নোখোলে অসম প্ৰদেশ কংগ্ৰেছ কমিটীৰ সভাপতি গৌৰৱ গগৈয়ে৷ তেওঁ এতিয়ালৈ দিয়া নাই কোনো স্পষ্ট বাৰ্তা৷ ৰাজ্যৰ বিৰোধী দলসমূহে মিত্ৰতা সন্দৰ্ভত প্ৰদেশ কংগ্ৰেছৰ পৰা এটা স্পষ্ট…

পৰিৱেশৰ ক্ষতি কৰিছে আইন উলংঘাকাৰী প্ৰকল্পই, গুৱাহাটীৰ নির্মাণকাৰী প্ৰতিষ্ঠানক সেউজ ন্যায়াধীকৰণৰ জৰিমনা

গৌতম প্ৰতিম গগৈ পৰিৱেশক ক্ষতি কৰি নির্মাণ কার্য চলোৱাৰ অপৰাধত দণ্ডিত হৈছে বিল্ডাৰ৷  পৰিৱেশৰ ক্ষতি কৰাৰ অপৰাধত বিল্ডাৰক পৰিৱেশ ক্ষতিপূৰণ ভৰিবলৈ নির্দেশ দিছে ৰাষ্ট্ৰীয় সেউজ ন্যায়াধীকৰণে৷ অসমৰ ইতিহাসত হয়তো প্ৰথমবাৰলৈ সংঘটিত হৈছে এনে ঘটনা৷ গুৱাহাটীত আইন উলংঘাৰে নির্মাণ আৰু ক্ৰয়-…

গুৱাহাটীত আইন উলংঘনেৰে ফ্লেটৰ বেহা, হিম্মৎসিংকাই কেনেকৈ উলংঘা কৰে আইন?

গৌতম প্ৰতিম গগৈ গুৱাহাটী মহানগৰত পৰিৱেশ সম্পর্কীয় বিধি উলংঘাৰে বৃহৎ বৃহৎ অট্টালিকা নির্মাণ আৰু চৰকাৰী আইন উলংঘাৰে ফ্লেট বেচা-কিনাৰ তথ্য পোহৰলৈ আহিছে ‘দ্য ক্ৰছকাৰেণ্ট‘ৰ এক অনুসন্ধানত৷ ৰিয়েল ইষ্টেট ৰেগুলেট’ৰী এণ্ড ডেভেলপমেণ্ট এক্ট 2016 ৰ মতে, ৫০০ বর্গমিটাৰতকৈ ডাঙৰ অথবা ৮…

Real Story of Real Estate: আইন উলংঘনেৰে গুৱাহাটীত ফ্লেট নির্মাণ, প্ৰবঞ্চনাৰ জাল পাতি সাজু ক্ষমতাশালী বিল্ডাৰ

গৌতম প্ৰতিম গগৈ পৰিৱেশ সম্পর্কীয় বিধি উলংঘনেৰে গুৱাহাটীত নির্মাণ হৈছে বৃহৎ বৃহৎ অট্টালিকা-বৃহৎ বৃহৎ আৱাসিক প্ৰকল্প৷ পৰিৱেশ সম্পর্কীয় বিধিৰ চৰম উলংঘনে ভয়াৱহ সংকটৰ আশংকা নমাই আনিছে গুৱাহাটী মহানগৰলৈ৷ তাৰ মাজতে যাৱতীয় আৰু নীতিগত প্ৰক্ৰিয়া অবিহনে ফ্লেট বেচা-কিনা কৰি চৰকাৰী আইনকো…

পুৱতি নিশা ম্যানমাৰৰ আলফা(স্বাধীন)ৰ শিবিৰত ভয়ংকৰ আক্ৰমণ; নিহত তিনি জ্যেষ্ঠ নেতা

ম্যানমাৰৰ ঘন জংঘলত নিৰাপদ স্থান বুলি ভবা আলফা (স্বাধীন)ৰ শিবিৰত চলিল ভয়ংকৰ আক্ৰমণ। দেওবাৰৰ পুৱতি নিশা ড্ৰোন আক্ৰমণত তচনচ হৈ পৰিল বিদ্ৰোহী সংগঠনটোৰ চাৰিটাকৈ শিবিৰ। ডেৰশৰো অধিক ড্ৰোন আক্ৰমণত ৭৭৯ আৰাকান কেম্প,ৱাকাথান কেম্প,হয়াত কেম্প আৰু হাকি কেম্প ধ্বংস হয়। অতৰ্কিতে…

অৰ্চিতা ফুকনেই কেৱল নহয়, বলি হৈছে সাংবাদিক ৰবীশ কুমাৰো

ৰাজ্যজুৰি সামাজিক মাধ্যমত এতিয়া অৰ্চিতা ফুকন নামৰ এগৰাকী বিবাহিতা মহিলাৰ এখন বিশেষ ফটোৱে হৈ চৈ লগোৱা পৰিলক্ষিত হৈছে। শেহতীয়াকৈ প্ৰাণ প্ৰতিম বৰা নামৰ এগৰাকী যুৱকক গ্ৰেপ্তাৰ কৰাৰ পাছতেই উৰহীৰ ওৰ ওলাই পৰিছে। বিফল প্ৰেমৰ প্ৰতিশোধ লবলৈয়ে এইগৰাকী প্ৰাণ প্ৰতিমে সহায়…

অসমীয়া ভাষা সংখ্যালঘু ভাষা হ’ব নেকি?

অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা লাভ কৰাৰ পাছতো আমি শংকিত হৈছো যে অসমীয়া ভাষাটো সংখ্যালঘু ভাষাত পৰিণত হব নেকি? স্বতন্ত্ৰতা আৰু মৌলিকতা সাব্যস্ত কৰি অসমীয়া ভাষাই ধ্ৰুপদী ভাষাৰ মৰ্যদা আদায় কৰাৰ পাছতো কোনোবাই কিয় ভাবুকি প্ৰদান কৰিব পাৰিছে অসমীয়া ভাষাক…

দুৰ্গত লোকক সাহায্য দি প্ৰশাসনৰ ৰোষত বি জে পিৰ নেতা

প্ৰাকৃতিক দুৰ্যোগৰ বাবেই হওক অথবা অন্য কাৰণতেই হওক আশ্ৰয় শিবিৰত থকা লোকক চৰকাৰৰ লগতে ব্যক্তি,দল-সংগঠনে পাৰ্যমানে সহায়-সাহায্য আগবঢ়ায়। অসমতো এনে লোকক চৰকাৰৰ লগতে ব্যক্তি,দল-সংগঠনে সহায়-সাহায্য আগবঢ়াই আহিছে। পিছে দুৰ্গত লোকক সাহায্য প্ৰদানৰ পূৰ্বে আপুনি এবাৰ ভাবক। কাৰণ সাহায্য দিয়াৰ পাছত…