সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

নিজ সমষ্টিতে মন্ত্ৰীৰ কেশৱ মহন্তৰ ভাতৃ আৰু সহযোগীক জলজীৱনৰ ২৩ টা ঠিকা

সমষ্টিৰ অলিয়ে গলিয়ে কেশৱ মহন্তৰ ভাতৃৰ জলজীৱনৰ ঠিকা। আৰু কিমানদিনলৈ কলিয়াবৰ হৈ ৰ’ব কেশৱ মহন্তৰ পৈতৃক সম্পত্তি। The Crosscurrent ৰ Asset Watch ত মন্ত্ৰীৰ পৰিয়ালৰ ব্যৱসায়িক উত্থানৰ কাহিনী

Asset Watch: মাৰ্ঘেৰিটাৰ বিধায়ক ভাস্কৰ শৰ্মাৰ সম্পত্তিৰ পাহাৰ

সমষ্টিৰ উন্নয়ণতকৈ বিধায়কৰ সম্পত্তিহে এতিয়া মাৰ্ঘৰিটাৰ ৰাইজৰ মাজত প্ৰধান চৰ্চাৰ বিষয় হৈ পৰিছে ৷ কয়লা ব্যৱসায়ক কেন্দ্ৰ কৰি সততে বিতৰ্কৰ আৱৰ্তত থকা বিধায়ক ভাস্কৰ শৰ্মাৰ ব্যৱসায় এতিয়া কেৱল কয়লাত সীমাৱদ্ধ হৈ থকা নাই ৷ ইটোৰ পাছত সিটো কোম্পানী ,…

Asset Watch: জি এছ ৰ’ডত মন্ত্ৰী অজন্তা নেওগৰ পুত্ৰৰ ৭ মহলীয়া বাণিজ্যিক অট্টলিকা

দ্য ক্ৰছকাৰেণ্টৰ বিশেষ প্ৰতিবেদন : গুৱাহাটীৰ ছয়মাইলত জি এছ ৰোডৰ একেবাৰে সমীপত শেহতীয়াকৈ সম্পূৰ্ণ হৈছে এটা সাত মহলীয়া বাণিজ্যিক অট্টালিকাৰ নিৰ্মাণ ৷ অট্টালিকাটোৰ নাম- নেক্সিয়া টাৱাৰ ৷প্ৰায় ১ বিঘা মাটিৰ চৌহদত এই অট্টালিকাটো নিৰ্মাণ কৰিছে…

‘জয় শ্ৰীৰাম’ যেতিয়া ভূমিপুত্ৰক ভাবুকিৰ শ্ল’গান হয়

অৰূপ কলিতা: হিংসা বৰ্জনীয়৷ হিংসা সমাধানৰ পথ নহয়৷ এই সত্য মানি লোৱাৰ পাছতো কাৰ্বি আংলঙৰ পৰা যি দৃশ্য অহৰহ ভাঁহি আহিছে, তাক কোনো পৰিস্থিতিতে মানি ল’ব পৰা নাযায়৷

পি জি বৰুৱাক জানো আহক…

✍🏻জিতুমণি বৰা বৌদ্ধিক সমাজত পি জি বৰুৱা হিচাপে খ্যাত প্ৰফুল্ল গোবিন্দ বৰুৱাৰ মৃত্যু অসমৰ সংবাদ জগতৰ বাবে অপূৰণীয় ক্ষতি৷ কিমান পৰিমাণৰ ক্ষতি, সেয়া সংবাদ জগতৰ সেইসকল ব্যক্তিৰ জ্ঞাত হ’ব, যি মানুহজনক জানিছিল, যি সংবাদ জগতৰ ভিতৰুৱা খবৰবোৰ লয়৷…

যিখন চাৰ্জশ্বীটলৈ অসমীয়াই অপেক্ষা কৰি আছে…

✍🏻জিতুমণি বৰা #JusticeForZubeenGarg –ছ’চিয়েল মিডিয়াত অসমৰ তৰুণ প্ৰজন্মৰ লগতে জ্যেষ্ঠ নাগৰিকেও ১৯ ছেপ্টেম্বৰৰ পৰা ধাৰাবাহিকভাৱে দিয়া এই ধবনিৰ প্ৰতিফলন আজি ঘটিবনে? মুখ্যমন্ত্ৰীৰ ঘোষণা অনুসৰি আজি ১২ ডিচেম্বৰত এছ আই টিয়ে জুবিন গাৰ্গ হ*ত্যাৰ…

নিৰ্বাচনলৈ ১০০ দিন!

✍🏻জিতুমণি বৰা এডাল ইকৰা আৰু এমুঠি ইকৰাৰ মাজত শক্তিৰ আকাশ-পাতাল পাৰ্থক্য৷ ইকৰাৰ কাহিনীটো আজি নতুন ধৰণে গৌৰৱ গগৈক ক’ব খুজিছোঁ৷ গৌৰৱ গগৈ মানে সাংসদ, লোকসভাৰ বিৰোধী দলৰ উপ-দলপতি, সৰ্বোপৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি৷ এই আটাইবোৰ দায়িত্ব থকাৰ পাছতো…