Investigative reporting with dedication.
গো-মুত্ৰক লৈ কৰা মন্তব্যৰ বাবে NSA ত গ্ৰেপ্তাৰ : উচ্চতম ন্যায়ালয়ে দিলে জামিন

দেশৰ উচ্চতম ন্যায়ালয়ে মণিপুৰৰ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবামৰ জামিন আবেদন মঞ্জুৰ কৰিছে ৷ ৰাজনৈতিক কৰ্মী এৰিন্দ্ৰো লেইচোমবাম আৰু সাংবাদিক কিশোৰচন্দ্ৰই যোৱা মে’ মাহত গো – মুত্ৰ আৰু গোবৰক লৈ ফেচবুকত কৰা মন্তব্যৰ বাবে তেওলোকক গ্ৰেপ্তাৰ কৰা হৈছিল ৷তাৰ পাছত তেওলোকৰ…









