মাহ জুলাই 2021

লাভলীনা : স্কুলত কিতাপ এৰি যি এদিন যোগ দিছিলগৈ ছাইৰ ক্ৰীড়া শিবিৰত

২০১০ চনৰ কথা ৷ ধনশিৰি আইটিআইৰ ছাত্ৰী সোণমণি গগৈয়ে এদিন বৰপথাৰ ছোৱালী হাইস্কুলৰ সপ্তম শ্ৰেণীত পঢ়ি থকা মোমায়েকৰ জীয়েক লাভলীনাক প্ৰশিক্ষক তথা তাইৰ শিক্ষক প্ৰশান্ত কুমাৰ দাসৰ ওচৰলৈ লৈ আহিছিল ৷ সেয়াই আৰম্ভণি ৷ প্ৰশান্ত কুমাৰ দাসৰ ওচৰত লাভলীনাই মুৱাই-থাই নামৰ শাৰীৰিক কলাৰ প্ৰশিক্ষণ আৰম্ভ কৰিলে ৷ লগতে কিক্‌ বক্সিং আৰু ঠাং'টা নামৰ মণিপুৰী সমৰ কলাৰো প্ৰশিক্ষণ লৈ বিভিন্ন প্ৰতিযোগিতাত পুৰস্কাৰ বুটলিবলৈ আৰম্ভ কৰিলে

কোন হ’ব প্ৰদেশ কংগ্ৰেছৰ নতুন সভাপতি ?

আজি ঘোষণা হ’ব নেকি – অসম প্ৰদেশ কংগ্ৰেছৰ পৰৱৰ্তী সভাপতিৰ নাম ? শুকুৰবাৰৰ দিনটোত ৰাজ্যৰ ৰাজনৈতিক চৰ্চা আৰম্ভ হৈছে এই প্ৰশ্নৰে ৷ শেহতীয়া লোকসভা নিৰ্বাচনত অসমত কংগ্ৰেছ দলৰ শোচনীয় পৰাজয়ৰ পাছত  সভাপতি পদৰ পৰা পদত্যাগ কৰিছিল ৰিপুন বৰাই ৷ সেই…

ভাৰত – পাকিস্তান সীমান্তত  ব্যৰ্থ লস্কৰ – ই – তৈবাৰ আক্ৰমণ

জন্মু – কাশ্মীৰত সন্ত্ৰাসবাদীৰ এক ভয়াবহ দ্ৰোন আক্ৰমণৰ প্ৰচেষ্টা ব্যৰ্থ কৰে নিৰাপত্তাৰক্ষীয়ে ৷ সংবাদ প্ৰতিষ্ঠানৰ বাতৰি অনুসৰি , প্ৰায় ৫ কিলোগ্ৰাম আই ই ডি কঢ়িয়াই অনা এখন দ্ৰোন পাকিস্তানৰ দিশৰ পৰা আহি ভাৰতত প্ৰৱেশ কৰিছিল ৷ তেনেসময়তে কাশ্মীৰ আৰক্ষীয়ে আখনোৰৰ…

‘দৈনিক ভাস্কৰ’ৰ কাৰ্যালয়ত আয়কৰৰ তালাচী : সত্যৰ মুখামুখি হ’বলৈ চৰকাৰৰ ভয় কিয় ?

কোভিডৰ দ্বিতীয় ঢৌৰ সময়ত গংগাৰ পাৰৰ শাৰী শাৰী শৱদেহৰ দৃশ্য আপুনি নিশ্চয় দেখিছে ৷ উত্তৰ প্ৰদেশৰ যোগী আদিত্যনাথ নেতৃত্বাধীন চৰকাৰে কোভিড মৃতকৰ সংখ্যা ইচ্ছাকৃতভাবে কমকৈ দেখুৱাইছিল ৷ অথচ কোভিড মহামাৰীয়ে ৰাজ্যখনত এক প্ৰকাৰ নৰসংহাৰ চলাইছিল ৷ এই ঘটনাক যিমান পাৰি…

প্ৰি কোৱাৰ্টাৰত লাভলীনাৰ সন্মুখত কোন ?

ৰিঙত ননমাকৈয়ে প্ৰি কোৱাৰ্টাৰত প্ৰৱেশ কৰিছে অসম কন্যা লাভলীনা বৰগোহাঁইয়ে ৷ টকিঅ’ অলিম্পিকত দেশক প্ৰতিনিধিত্ব কৰা লাভলীনাৰ প্ৰথমখন খেল আছিল ২৪ জুলাইত ৷ কিন্তু প্ৰথমখন মেচত বাই লাভ কৰি তেও পোনে পোনে প্ৰৱেশ কৰিছে প্ৰি কোৱাৰ্টাৰত ৷ প্ৰি – কোৱাৰ্টাৰত…

দৰ্শকশূণ্য ষ্টেডিয়ামত আজিৰে পৰা টকিঅ’ অলিম্পিক

আজিৰে পৰা আৰম্ভ হ’ব বহু প্ৰতীক্ষিত টকিঅ’ অলিম্পিক ৷ মাত্ৰ নশ অতিথিৰ উপস্থিতিত এক আড়ম্বৰপূৰ্ণ কাৰ্যসূচীৰ জড়িয়তে অলিম্পিকৰ আনুষ্ঠানিক শুভাৰম্ভ কৰা হ’ব ৷ বিশ্বৰ দুই শতাধিক দেশৰ প্ৰায় ১৪ হাজাৰ খেলুৱৈ টকিঅ’ত উপস্থিত হৈছে যদিও  উদ্বোধনী অনুষ্ঠানৰ সময়ত ষ্টেডিয়ামত উপস্থিত…

পেগাছাছ : টাৰ্গেটত অনিল আম্বানী  আৰু কোন কোন ?

দিন যোৱাৰ লগে লগে পেগাছাছৰ টাৰ্গেট লিষ্ট দীঘলীয়া হৈ গৈ আছে ৷ এইবাৰ পেগাছাছৰ টাৰ্গেট লিষ্টত পোৱা গৈছে অনিল আম্বানীৰ ফোন নম্বৰ ৷ তেওৰ বাহিৰেও ৰিলায়েন্স গোষ্ঠীৰ অন্যতম কৰ্ণধাৰ টোনি জেচুদাছন , ৰাফাল নিৰ্মাতা ফৰাচী সংস্থা দাসোৰ ভাৰতীয় বিষয়া ভেংকট…

  আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ-

আজিৰ কেবিনেট বৈঠকৰ সিদ্ধান্তসমূহ- ১- একচনীয়া পট্টা, তৌজি পট্টা, দেৱোত্তৰ ভূমিত কৃষি কাৰ্য কৰা কৃষক, বন অধিকাৰ আইনৰ অধীনত ভূমি পট্টা পোৱাৰ বাবে যোগ্য কৃষক, ক্ষুদ্ৰ চাহ খেতিয়ক, উদ্যান শস্যৰ কৃষকসকলেও পি এম কিষাণ আঁচনিৰ অধীনত সা-সুবিধা লাভ কৰিব৷ ২-…

প্ৰি কোৱার্টাৰলৈ উন্নীত অসম কণ্যা লাভলীনা বৰগোহাই৷

টকীঅ’ৰ পৰা সুখবৰ৷প্ৰি কোৱার্টাৰলৈ উন্নীত অসম কণ্যা লাভলীনা বৰগোহাই৷ ভাৰতক প্ৰতিনিধিত্ব কৰি  টকীঅ’ অলিম্পিকলৈ যোৱা অসম কণ্যা লাভলীনা বৰগোহাইৰ প্ৰথমটো সফলতাই এতিয়াই আনন্দৰ বন্যা কঢ়িয়াই আনিছে অসমলৈ৷

ঘানাৰ পৰা চন্দ্ৰপুৰলৈ : জাবৰৰ নামত বিশ্বত কিহৰ ৰাজনীতি চলিছে ?

জুৰি বৰুৱা বিশ্বৰ আটাইতকৈ বৃহৎ ইলেকট্ৰ’নিক জাবৰৰ ডাম্পিং গ্ৰাউণ্ড হৈছে ঘানাৰ এগবগব্লছি ৷ আফ্ৰিকা মহাদেশৰ ঘানা তৃতীয় বিশ্বৰ এখন অত্যন্ত দৰিদ্ৰ দেশ ৷ গুগল কৰি এগবগব্লছিক চালে আপোনাৰো গাৰ নোম শিয়ৰি উঠিব ৷ ২০ বছৰ বয়সতে কেঞ্চাৰত মৃত্যুক সাৱটি লোৱা…