মাহ আগষ্ট 2020

শ্ৰীনগৰৰ লাল চকত ৰাষ্ট্ৰীয় পতাকা উত্তোলনৰ ভুৱা ছবি প্ৰচাৰ বিজেপি নেতাৰ

Photo courtesy: The Wire

কৰ’নাৰ ভয়াবহতাৰ মাজতে যোৱা কালি ভাৰতবাসীয়ে পালন কৰিলে ৭৪ ত্বম স্বাধীনতা দিৱস। ইয়াৰ লগে লগে ভাৰতৰ সীমান্তৰ পৰা সমুদ্ৰ পাৰলৈকে বিভিন্ন স্থানৰ পতাকা উত্তোলনৰ বিভিন্ন দৃশ্যৰ ফটো আৰু ভিডিঅ’ও ছ’ছিয়েল মিডিয়াত ব্যাপক ভাবে প্ৰচাৰিত হৈছে। এনে এখন ছ’ছিয়েল মিডিয়াত ব্যাপক…

সংস্কৃতিৰ ৰাজনীতি আৰু ৰাজনৈতিক সংস্কৃতি: সুৰ সমলয় কলা সংস্থানৰ ‘ফ’ক স্টোৰিজ’

ক’ভিড মহামাৰীয়ে সমগ্র দেশৰ অর্থনৈতিক ভাবে দুর্বল খাটি খোৱা মানুহৰ প্রতি যি ভয়ংকৰ ভাবুকি কঢ়িয়াই আনিছে তাত বহু শ্রেণীৰ লোকৰ লগতে শিল্পী আৰু সাংস্কৃতিক উদ্যোগৰ কথাটো বিশেষভাৱে আলোচনা হৈছে।অসমত চৰকাৰী পক্ষই মহামাৰীৰ ক্ষতিপূৰন হিচাপে অলপতে যি এক কালীন সাহার্য্য প্রদান…

জুকৌ ভেলীলৈ (Dzukou Valley) কেতিয়া আৰু কেনেদৰে যাব-জিতাদিত্য নাৰ্জাৰী

জুকৌ ভেলীলৈ (Dzukou Valley) মই কেবাবাৰো গৈছোঁ। কিন্তু সঠিক সময় মিলাই যোৱাটো সদায় সম্ভৱ নহয়। প্ৰথমবাৰ অকলে যাওঁতে বৰষুণ ইমান আছিল যে মই মাজতে ৰাস্তা হেৰাই জংঘলত এৰতি কটাই গুচি আহিব লগা হৈছিল। দ্বিতীয়বাৰ কেইজনমান বন্ধুৰ লগত একো অসুবিধা নোহোৱাকৈ…

আন্তৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মহেন্দ্ৰ সিং ধোনীৰ

photo courtesy: Asianetnews.com

আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ ঘোষণা মহেন্দ্ৰ সিং ধোনীৰ। আজি ইনষ্টাগ্ৰাম নামৰ এক ছ’ছিয়েল মিডিয়াত দিয়া পোষ্টৰ জৰিয়তে ভাৰতীয় ক্ৰিকেট দলৰ সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক জনে অৱসৰৰ কথা জানিবলৈ দিয়ে। আই চি চিৰ প্ৰতিটো খিতাপ জয় কৰা ভাৰতীয় ক্ৰিকেটৰ প্ৰথমজন অধিনায়ক ধোনীৰ…

শাসক পক্ষই চীনৰ নাম ল’বলৈ কিয় ভয় কৰে?: কংগ্ৰেছ

Photo Courtesy: Sakaltimes.com

আজি লালকিল্লাৰ পৰা প্ৰধান মন্ত্ৰীয়ে দেশবাসীক দিয়া ভাষণত চীনৰ নাম নোলোৱাক লৈ পুনৰ আক্ৰমণ কংগ্ৰেছৰ। হিন্দুস্তান টাইম্ছ নামৰ বাতৰি কাকত এখনে প্ৰকাশ কৰা এক বাতৰি অনিসৰি কংগ্ৰেছ দলৰ মুখপাত্ৰ ৰনদীপ সূর্যেৱালাই দলৰ মুখ্য কাৰ্য্যালয়ত পতাকা উত্তোলন কাৰ্যসূচীৰ পাছত সাংবাদিক সকলৰ…

অনিশ্চয়তাৰ আৱৰ্তত নগা চুক্তি, ভাৰতৰ লগত ‘সংযুক্ত’ নহয় ‘সহাৱস্থান’ৰ হে প্ৰস্তাৱ NSCN ৰ

Photo courtesy: Al Jazeera

নগা চুক্তি সম্পৰ্কে কেন্দ্ৰ আৰু সশস্ত্ৰ সংগঠন NSCN-IM ৰ মাজত আলোচনা চলি থকাৰ সময়তে শেহতীয়াকৈ NSCN-IM ৰ অধ্যক্ষ থুইংগালেং মুইৱাহে নগা স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত দিয়া এক বক্তৃতাই দেশজুৰি চাঞ্চল্যৰ সৃষ্টি কৰিছে। সংগঠনটোৰ মুৰব্বী জনে তেওঁৰ ভাষণত ২০১৫ চনত সাক্ষৰিত হোৱা…

“আত্মনিৰ্ভৰ ভাৰত”, “মেক ইন ইণ্ডিয়া” ৰ লগতে “মেক ফৰ ৱৰ্ল্ড”য়ে গুৰুত্ব পালে নৰেন্দ্ৰ মোডীৰ স্বাধীনতা দিৱসৰ ভাষণত

photo courtesy: financial express

৭৪ সংখ্যক স্বাধীনতা দিৱস উদ্দেশ্যে প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে দেশবাসীক প্ৰদান কৰা ভাষণত এইবাৰ গুৰুত্ব লাভ কৰে “আত্মনিৰ্ভৰ ভাৰত”, “মেক ইন ইণ্ডিয়া” ৰ লগতে “মেক ফৰ ৱৰ্ল্ড”য়ে। লালকিল্লাৰ পৰা দিয়া এই ভাষণত মোডী ডাঙৰীয়াই নেচনেল ডিজিটেল হেলথ মিচনৰ আৰম্ভণি হোৱাৰ…

সাম্প্ৰতিক (৩): স্বাধীনতা কি? স্বাধীন কোন?-বিশ্বজিৎ বৰা

photo courtesy: financial express

“আজিৰ দিনত স্বাধীনতা হৈছে কংক্ৰীটৰ জংঘলৰ কাৰণে প্ৰাকৃতিক জংঘল ধ্বংস কৰাৰ স্বাধীনতা। ধনীৰ সন্তানৰ কাৰণে উচ্চ-উচ্চতৰ শিক্ষা সাং কৰাৰ স্বাধীনতা, আৰু দুখীয়াৰ সন্তানৰ কাৰণে খাবলৈ নাই কণ, তথাপিও বৰ সবাহলৈ মন কৰাৰ স্বাধীনতা, অৰ্থাৎ ধনীকেইটা দিনক দিনে ধনী হৈ গৈ…