মাহ আগষ্ট 2020

ব্যক্তিগত শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই দিয়াৰ নিৰ্দেশ অসম চৰকাৰৰ

photo courtesy: India Today

আজি অসম চৰকাৰৰ শিক্ষা বিভাগে কৰোনা মহামাৰী আৰু তাৰ ফলত হোৱা লকডাউনৰ প্ৰতি লক্ষ্য ৰাখি সকলো ব্যক্তিগত খণ্ডৰ শিক্ষানুষ্ঠানৰ মাচুল ২৫% ৰেহাই কৰিবলৈ নিৰ্দেশ দিছে। এই নিৰ্দেশ ১ মে’, ২০২০ ৰ পৰা শিক্ষানুষ্ঠান সমূহ নোখোলা পৰ্যন্ত প্ৰযোজ্য হ’ব। শিক্ষা বিভাগৰ…

ৰাষ্ট্ৰীয় টিভিছেনেল সমূহৰ উত্তেজিত আৰু অসূয়াপূৰ্ণ বিতৰ্কৰ বাবেই প্ৰাণ গ’ল নেকি কংগ্ৰেছ প্ৰবক্তা ৰাজীৱ ত্যাগীৰ? অভিযোগ উঠিছে সম্বিত পাত্ৰাৰ বিৰুদ্ধেও

photo courtesy: National Herald

ৰাষ্ট্রীয় টিভি চেনেল সমূহৰ ৰাজনৈতিক বিতৰ্কসমূহৰ স্তৰ নিম্নগামী হোৱাটো কোনো নতুন কথা নহয়। পিছে শেহতীয়াকৈ কংগ্ৰেছ প্ৰবক্তা ৰাজীৱ ত্যাগীৰ এনে এক টিভি বিতৰ্কত অংশ গ্ৰহণ কৰাৰ পিছতে হোৱা মৃত্যুক কেন্দ্ৰ কৰি এতিয়া যথেষ্ট চৰ্চিত হৈছে সংবাদ মাধ্যমৰ দিনে দিনে অৱনমিত…

BCCI ৰ বাবে কিয় পুনৰ বিতৰ্কত সাঙোৰ খাইছে অমিত শ্বাহৰ পুত্ৰ জয় শ্বাহ?

ক্ৰিকেট প্ৰেমী সকললৈ দুখবৰ কঢ়িয়াই পুনৰ বিতৰ্কত সুমাই পৰিছে বি চি চি আই। শেহতীয়াকৈ সংস্থাটোৱে উচ্চতম ন্যায়ালয়ত কৰা এক আবেদনক কেন্দ্ৰ কৰি আৰম্ভ হৈছে এই বিতৰ্ক। The Wire নামৰ নিউজ পৰ্টেলটোৱে শেহতীয়া ভাবে কৰা এক বাতৰি অনুসৰি বি চি চি…

আজি কৰ ব্যৱস্থাৰ সংস্কাৰ সন্দৰ্ভত নৰেন্দ্ৰ মোডীয়ে কি ক’লে?

কৰ ব্যবস্থাৰ সংস্কাৰৰ বাবে প্ৰধান মন্ত্ৰীয়ে আজি লঞ্চ কৰে এখন নতুন প্লেটফৰ্মৰ। ‘ট্ৰান্সপাৰেণ্ট টেক্সেশ্যন- অনাৰিং দ্যা অনেষ্ট (Transparent Taxation– Honoring the Honest)’ নামৰ এই প্লেটফৰ্ম খনৰ অৰ্থ হ’ল স্বচ্ছ কৰ ব্যৱস্থা, সততাক সন্মান। প্লেটফৰ্মটো লঞ্চ কৰি প্ৰধানমন্ত্ৰীয়ে কয় যে, ‘কৰ…

অখিল গগৈৰ আইনী যুঁজৰ বাবে অসমবাসীৰ আৰ্থিক সাহাৰ্য্য বিচাৰিলে কৃষক মুক্তিয়ে

‘কা’ আন্দোলনৰ বন্দী অখিল গগৈৰ জেলত থকা আজি প্ৰায় ৮ মাহেই হ’ল। বহুবাৰ জামিন লাভ কৰিয়ো চৰকাৰৰ নতুন নতুন গোচৰৰ বাবে মুকলি আকাশৰ তললৈ আহিবলৈ সক্ষম নোহোৱা কৃষক নেতা জনৰ এতিয়া আইনী যুঁজৰ বাবে কৃষক মুক্তি সংগ্ৰাম সমিতিৰ ধনৰ অভাৱ।…

মোডী মন্ত্ৰী সভাৰ সাল সলনিত হিমন্ত বিশ্ব শৰ্মাই স্থান নাপায়, দুজন জ্যেষ্ঠ মন্ত্ৰীৰ যাব পাৰে মন্ত্ৰীত্ব

নৰেন্দ্ৰ মোডীৰ মন্ত্ৰী সভাৰ সালসলনিৰ দিন চমু চাপি অহাৰ লগে লগে আৰম্ভ হৈছে বহুতো জলপনা কল্পনা। কিছুদিন পূৰ্বে অসমৰ বিত্ত মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নামো নৰেন্দ্ৰ মোদীৰ এই নতুন মন্ত্ৰী সভাত স্থান পাব বুলি চর্চা লাভ কৰিছিল। কিন্তু বিজেপি দলৰ…

ৰাম জন্মভূমি ন্যাসৰ অধ্যক্ষৰ কৰোনা ভাইৰাছ পজিটিভ, নৰেন্দ্ৰ মোডীয়ো হ’ব লাগিব নেকি কোৱাৰেণ্টাইন?

ৰাম জন্মভূমি ন্যাসৰ অধ্যক্ষ মহন্ত নিটীয়া গোপালদাসজীৰ আজি কৰোনা ভাইৰাছ পজিটিভ আহিছে। এই খবৰ নিশ্চিত কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। উল্লেখযোগ্য যে যোৱা ৫ আগষ্টৰ ৰাম জন্মভূমিৰ ভূমি পূজন অনুষ্ঠানত প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু আৰু ৰাম জন্মভূমি ন্যাসৰ…

“মোডী হ্যে ত্যৌ মুমকিন হ্যে”-কিয় ক’লে ৰাহুল গান্ধীয়ে?

কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে দেশৰ অৰ্থনৈতিক অৱস্থাৰ বাবে পুনৰ আক্ৰমণৰ লক্ষ্য কৰি লয় প্ৰধান মন্ত্ৰী নৰেন্দ্ৰ মোডীক। আজি ৰাহুল গান্ধী ডাঙৰীয়াই infosys ৰ সংস্থাপক এন আৰ নাৰায়ণমূৰ্তিৰ এটা মন্তব্যৰ উদ্ধৃতি দি নৰেন্দ্ৰ মোডীক ২০১৯ চনৰ বিজেপিৰ নিৰ্বাচনী শ্লোগানেৰেই কটাক্ষ কৰি…

ছ’চিয়েল মিডিয়াত দিয়া সাম্প্ৰদায়িক পোষ্টক লৈ বাংগালোৰত হিংসাত্মক সংঘৰ্ষ-৩ জনৰ মৃত্যু

ছ’চিয়েল মিডিয়াত দিয়া এটা পোষ্টক লৈ পূৱ বাংগালোৰত সংঘটিত হৈ হিংসাত্মক সংঘৰ্ষ। এই ঘটনাত প্ৰায় তিনিজন লোকৰ মৃত্যু হোৱা বুলিও জানিব পৰা গৈছে। Indian Express নামৰ দেশৰ আগশাৰীৰ বাতৰি কাকত খনত প্ৰকাশ পোৱা অনুসৰি যোৱা নিশা কৰ্ণাটকৰ পুলকেশী নগৰৰ কংগ্ৰেছৰ…

জুবিন গাৰ্গ, বিপিন চাউদাংৰ পিছত মন সলনি হৈছে যতীন বৰাৰো

জুবিন গাৰ্গ, বিপিন চাউদাং ৰ পিছত এইবাৰ মন সলনি হৈছে যতীন বৰাৰো। নাগৰিকত্ব সংশোধনী আইন বাতিলৰ দাবীত বিজেপি দল ত্যাগ কৰা ‘অভিনেতা’ যতীন বৰাৰ আকৌ বিজেপিলৈ যোৱাৰ মন মেলিছে। বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পোৱা বাতৰি অনুসৰি পুনৰ গেৰুৱা বসন পিন্ধিবলৈ…