Investigative reporting with dedication.
কেৰেলাত এয়াৰ ইণ্ডিয়াৰ এক্সপ্ৰেছ IX 1344 বিমানৰ দুর্ঘটনাত পাইলত সহ মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে

কেৰালাৰ কোঝিকোডত(কালিকত) সংঘটিত হোৱা ভয়ংকৰ বিমান দুৰ্ঘটনাত মৃত্যু হোৱা লোকৰ সংখ্যা ১৫ জনলৈ বৃদ্ধি পাইছে। ১৪ গৰাকী গুৰুতৰ ভাবে আহত হোৱাৰ লগতে মুঠ আহত হৈছে ১২৩ জনকৈ যাত্ৰী। কেৰেলাৰ কোঝিকোডত(কালিকত) বিমান বন্দৰত যোৱা নিশা ভয়ংকৰ বিমান দুৰ্ঘটনা সংঘটিত হৈছিল। জানিব…









