সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১২১: অসমত আৰু ৬ জনৰ দেহত ক’ৰোনা

ৰাজ্যত পুনৰ ৬ জন লোক নতুনকৈ ক’ৰোনাত আক্ৰান্ত হৈছে ৷যোৰহাট , গোলাঘাটৰ ২ জনকৈ আৰু কোকৰাঝাৰ ,নগাৱৰ ১ জনকৈ লোক ক’ৰোনা ভাইৰাছৰ দ্বাৰা সংক্ৰমিত হৈছে৷ যোৰহাটৰ এজন চেন্নাইৰ পৰা আৰু আনজন দাৰ্জিলিঙৰ পৰা উভতি আহিছিল ৷ ৰাজ্যত এতিয়া মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ১২১ ৷ অৱশ্যে আটাইকেইজন ৰোগী কোৱাৰেন্টাইন চেন্টাৰত আছে৷ আক্ৰান্ত লোককেজনৰ নাম হ’ল-যোৰহাটৰ শ্বালিনী মল, থানেশ্বৰ বড়ো,গোলাঘাটৰ বাবুল আলী ,মোনাৰ হুছেইন আৰু নগাৱৰ সংকিট ঘোষ ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.