সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

১০০ লৈ অলপ বাকী: কাৰ প্ৰতি হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ অনুৰোধ?

অসমত কালি নিশাৰ ভিতৰত পৰিস্থিতিৰ আকস্মিক অৱনতি ঘটে ৷ নিশাৰ ভিতৰত ৪ গৰাকী নতুন লোক ক’ৰোনাত আক্ৰান্ত হৈছে৷ স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই সদৰী কৰা মতে ইয়াৰে দুগৰাকী গুৱাহাটীৰ,এগৰাকী শোনিতপুৰৰ আৰু আনগৰাকী শিৱসাগৰৰ৷ এইদৰে নিশাটোৰ ভিতৰত অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ৯৫ ৷ পৰিৱৰ্তিত পৰিস্থিতিত প্ৰতি লক্ষ্য ৰাখি ৬৫ উৰ্ধৰ লোক আৰু শিশুসকলক কঠোৰভাৱে ঘৰৰ ভিতৰতে থাকিবলৈ আহ্বান জনাইছে মন্ত্ৰীগৰাকীয়ে৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.