সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

শ্বাহৰুখ খানক লৈ সাম্প্ৰদায়িক মেৰুকৰণৰ ৰাজনীতি একাংশ বিজেপি নেতাৰ৷

লতা মংগেশকাৰৰ অন্তিম শ্ৰদ্ধাঞ্জলি অনুষ্ঠানক লৈয়ো এইবাৰ সাম্প্ৰদায়িকৰণৰ চেষ্টা বিজেপি নেতাৰ৷টাগের্ট শ্বাহৰুখ খান৷লতাজীৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত শ্বাহৰুখ খানৰ শ্ৰদ্ধাঞ্জলি জ্ঞাপনৰ ফটো এতিয়া চচিয়েল মেডিয়াত ভাইৰেল হৈ পৰিছে৷সমান্তৰালভাবে ফটোখন ব্যবহাৰ কৰি এক সাম্প্ৰদায়িক বির্তকৰো সূচনা কৰিছে একাংশ বিজেপি নেতাই৷তাৰ বিপৰীতে শ্বাহৰুখ খানৰ সপক্ষতো স্থিতি গ্ৰহণ কৰিছে অসংখ্য অনুৰাগীয়ে৷

- Donation -

Leave A Reply

Your email address will not be published.