সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

গুৱাহাটীত ১৫ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত

  • গুৱাহাটীত ১৫ জনকৈ ব্যক্তি ক’ৰোনাত আক্ৰান্ত হৈছে৷
  • সকলো কেইগৰাকী ইতিমধ্যে চিনাক্ত হোৱা ফেন্সী বজাৰৰ আক্ৰান্তজনৰ লগত জড়িত৷
  • আটাইকেইজন আছিল কোৱাৰিণ্টাইনত৷
  • টুইটযোগে এই কথা সদৰী কৰিলে মন্ত্ৰী হিমন্ত বিশ্ব শর্মাই৷

- Donation -

Leave A Reply

Your email address will not be published.