সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

অসমত আৰু এজন :ক’ভিড আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ

অসমত বাঢ়ি আছে ক’ৰোণা আক্ৰান্তৰ সংখ্যা ৷মাজনিশা আহিল আকৌ বেয়া খবৰ ৷ শোণিতপুৰৰ এগৰাকী ব্যক্তিৰ দেহত ধৰা পৰিল ক’ৰোণাৰ বীজাণু ৷মাজনিশা টুইট কৰি জনালে মন্ত্ৰী হিমন্ত বিশ্বই ৷এইগৰাকী ৰোগীৰে সৈতে ক’ৰোণাত অসমত আক্ৰান্তৰ সংখ্যা বাঢ়িল ৯২ লৈ ৷


Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.