সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল

আৰু ৭ গৰাকী পজিটিভ : অসমত ২০০+ ক’ৰোনা ৰোগী

অসমত ক’ৰোনা আক্ৰান্তৰ সংখ্যাই ২০০ ৰ সীমা অতিক্ৰম কৰিলে ৷ নতুনলৈ ৭ গৰাকী লোক ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰ ৰাজহুৱা কৰিছে স্বাস্থ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ৷ শেহতীয়াকৈ ক’ৰোনা আক্ৰান্তসকলৰ ভিতৰত ৪ গৰাকী সৰুসজাইৰ কোৱাৰেন্টাইন চেন্টাৰত থকাৰ বিপৰীতে ২ গৰাকী পশ্চিম কাৰ্বি আংলঙৰ ,এজন দৰঙৰ আৰু আনগৰাকী ওডালগুৰিৰ ৷ অসমত মুঠ ক’ৰোনা আক্ৰান্তৰ সংখ্যা হ’লগৈ ২০৩ ৷

- Donation -

Click here to like us on Facebook. Don’t miss our video reports as well. Click here to subscribe us on Youtube.

Leave A Reply

Your email address will not be published.