সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing

Video

“সবকা সাথ ডলাৰ কা বিকাশ”

"সবকা সাথ ডলাৰ কা বিকাশ"। "টকা কেৱল মুদ্ৰা নহয়, ই হৈছে ৰাষ্ট্ৰৰ আত্মসন্মান"। এতিয়া ৭৯.৬৪ টকা হ'লগৈ প্ৰতি ডলাৰৰ মূল্যৰ বিপৰীতে। https://youtu.be/QhWLZVFDxgg

৩০ বছৰৰ বাবে মাত্ৰ ৩৫ কোটি টকাত পুঁজিপতিক গতাব ১২ খন চাহ বাগিচা

বাদ নপৰিল জাতীয় বীৰ শ্বহীদ মণিৰাম দেৱান, কালজয়ী অসমীয়া কথাছবি চামেলি মেমচাব, জয়মতীৰ স্মৃতিবিজড়িত অসম চাহ নিগমৰ চাহ বাগিচাসমূহো। ৩০ বছৰৰ বাবে মাত্ৰ ৩৫ কোটি টকাত পুঁজিপতিক গতাব এইসমূহ চাহ বাগিচা। https://youtu.be/epxVfXbRyE4

বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ভাৰতীয় মূলৰ দুগৰাকী প্ৰতিদ্বন্দ্বী

বৃটেইনৰ প্ৰধানমন্ত্ৰীৰ দৌৰত ভাৰতীয় মূলৰ দুগৰাকী প্ৰতিদ্বন্দ্বী। শীৰ্ষত থকা ঋষি সোনকে কনজাৰভেটিভ পাৰ্টিৰ এলিমিনেচন ৰাউণ্ডত লাভ কৰিলে ২৫% ভোট। https://youtu.be/AqLgJAutu8g

মোদীৰ বিৰুদ্ধে বিৰোধীয়ে ব্যৱহাৰ কৰা শব্দক অসংসদীয় শব্দৰূপে ঘোষণা

মোদীৰ বিৰুদ্ধে বিৰোধীয়ে ব্যৱহাৰ কৰা শব্দক অসংসদীয় শব্দৰূপে ঘোষণা। উটে বালিত মূৰ গুজি নিজক লুকাৱাব পাৰে জানো? https://youtu.be/6TkW1YXIDHY

নতুন অশোক স্তম্ভ বিতৰ্ক

নতুন অশোক স্তম্ভ বিতৰ্ক। পুৰণি অশোক স্তম্ভৰ নিৰ্মাতা দীননাথ ভাৰ্গৱে কেনেকৈ চিৰিয়াখানাত চাইছিলগৈ সিংহ? কি ক'লে পত্নী প্ৰভা ভাৰ্গৱে? https://youtu.be/89XYMBuKM80