সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

unitedoposition

কিমান আগবাঢ়িছে মোদী বিৰোধী শক্তি গঠনৰ কুচকাৱাজ ?

বিজেপি বিৰোধী এক ঐক্যবদ্ধ মঞ্চ গঠনৰ বাবে বিৰোধী শিবিৰত তৎপৰতা আৰম্ভ হৈছে ৷শিবিৰে শিবিৰে অব্যাহত আছে আলোচনা – পৰ্যালোচনা -পৰিকল্পনা। ২০২৪ ত বিৰোধী ঐক্যবদ্ধ শক্তিৰ এক উমৈহতীয়া মঞ্চ গঠনক লৈও চৰ্চা চলিছে ।কিন্তু  কোন কোন চামিল হ’ব এই উমৈহতীয়া…