টেগ taliban

ৰঙীন কাপোৰ আৰু উন্মুক্ত মুখঃ তালিবানৰ বোৰ্খা নীতিৰ বিৰুদ্ধে অভিনৱ প্ৰতিবাদ আফগানী মহিলাৰ

তালিবানৰ বোৰ্খা আইনৰ বিৰুদ্ধে এতিয়া সৰৱ হৈছে আফগানী মহিলা। তালিবানে বলপূৰ্বক ভাৱে মহিলাসকলক বোৰ্খা পিন্ধাবলৈ চেষ্টা কৰা কাৰ্যৰ প্ৰতিবাদ কৰি আফগানী মহিলা সকলে কয় যে শৰীৰ ঢাকিবলৈ বোৰ্খা নালাগে, সাধাৰণ পৰম্পৰাগত কাপোৰেই যথেষ্ট। উল্লেখযোগ্য যে আফগানী মহিলা সকলে পৰম্পৰাগত কাপোৰ…

মহিলাই হিজাব পিন্ধি শিক্ষাগ্ৰহণ কৰিব পাৰিব, পুৰুষ শিক্ষকে পৰ্দাৰ পিছফালৰ পৰা শিকাব পাৰিবঃ তালিবান

আফগানিস্তানৰ শাসনভাৰ দখল কৰাৰ পিছৰে পৰা তালিবানৰ আচহুৱা আচৰণে এতিয়া আচম্বিত কৰিছে সকলোকে। তালিবানে ঘোষণা কৰিছে যে আফগান বিশ্ববিদ্যালয়সমূহ লিংগৰ ভিত্তিত পৃথকীকৰণ কৰা হ’ব। লগতে এই প্ৰতিষ্ঠানবোৰত নতুন ইছলামিক পোছাক সংহিতা প্ৰৱৰ্তন কৰা হ’ব। দেশৰ নতুন উচ্চ শিক্ষা মন্ত্ৰী আব্দুল…

আমেৰিকাৰ ভয়ত নতুন চৰকাৰৰ শপত গ্ৰহণ অনুষ্ঠান বাতিল কৰিলে নেকি তালিবানে?

পাশ্চাত্য দেশৰ হেঁচাত সেও মানি আফগানিস্তানৰ নতুন অন্তর্ৱর্তীকালীন চৰকাৰৰ শপতগ্রহণ কার্যসূচী বাতিল কৰিলে তালিবানে৷ নিষিদ্ধ সংগঠন তালিবানে আফগানিস্তান দখল কৰা এপষেক পিছত অন্তর্ৱর্তীকালীন চৰকাৰ ঘোষণা কৰি ১১ ছেপ্টেম্বৰৰ দিনা চৰকাৰৰ শপতগ্রহণ কৰাৰ সিদ্ধান্ত গ্রহণ কৰিছিল৷ ২০০১ চনৰ ১১ ছেপ্টেম্বৰত আমেৰিকা…

ৰক্তাক্ত পঞ্জশিৰ! তালিবানে হত্যা কৰিলে উপৰাষ্ট্ৰপতিৰ ভাতৃক

তালিবানে দখল কৰাৰ পাছৰে পৰা অশান্ত জৰ্জৰ আফগানিস্তানত পুনৰ আৰম্ভ হৈছে হত্যা-হিংসাৰ বিভীষিকা। এইবাৰ পঞ্জশিৰ উপত্যকাত মৃত্যুৰ দাবানল। আফগানিস্তানৰ প্ৰাক্তন উপ ৰাষ্ট্ৰপতি আমৰুল্লাহ চালেহৰ ভাতৃ ৰোহুল্লাহ চালেহক অতি নিৰ্মম ভাৱে হত্যা কৰে তালিবানে। পঞ্জশিৰত তালিবান বিৰোধী যুদ্ধত নেতৃত্ব দিছিল ৰোহুল্লাহ…

কোনো মহিলা মন্ত্ৰী হ’ব নোৱাৰে, মহিলাৰ কাম সন্তান জন্ম দিয়াঃ তালিবান

তালিবানে আফগানিস্তানত চৰকাৰ গঠন কৰাৰ পাছত এতিয়া আফগানী নাৰীৰ ভৱিষ্যতক লৈ চিন্তিত হৈ পৰিছে বিশ্বৰ সচেতন মহল। কুখ্যাত শ্বাৰিয়া আইনৰ প্ৰৱৰ্তনে বিপদ মাতি আনিব পাৰে আফগানী মহিলাৰ জীৱনলৈ। কিন্তু ইয়াৰ মাজতে তালিবানৰ এগৰাকী মুখপাত্ৰৰ ভাষ্যই আচৰিত কৰি তুলিছে সকলোকে। মুখপাত্ৰ…

মহিলাৰ প্ৰতিবাদৰ দৃশ্য গ্ৰহণ কৰাৰ বাবেই সাংবাদিকক নিৰ্মম প্ৰহাৰ তালিবানৰ

আফগানিস্তানত মহিলাৰ প্ৰতিবাদৰ দৃশ্য গ্ৰহণ কৰা বাবেই অতি নিৰ্মম ভাৱে তালিবানে প্ৰহাৰ কৰিলে দুই সাংবাদিকক। তালিবানৰ দ্বাৰা প্ৰহৃত হোৱাৰ পিছত আঘাত প্ৰাপ্ত সাংবাদিকৰ দুখদায়ক ছবিয়ে বিশ্বব্যাপী উদ্বেগৰ সৃষ্টি কৰিছে। এতিয়া বিশ্ব ব্যাপী প্ৰশ্ন উত্থাপিত হৈছে যে অনাগত দিনত তালিবান শাসিত…

আফগানিস্তানত তালিবানৰ নতুন চৰকাৰ, তালিবান মন্ত্ৰী সভাৰ সবিশেষ !

প্ৰায় দুটা দশকৰ অন্ততঃ তালিবানে আফগানিস্তানত গঠন কৰিলে পূৰ্ণাংগ চৰকাৰ। কোন কোন আছে তালিবান মন্ত্ৰীসভাৰ সম্পূৰ্ণ তালিকা – প্ৰধানমন্ত্ৰী – মোল্লা মহম্মদ হাছান আখুন্দ উপ প্ৰধানমন্ত্ৰী ১ – মোল্লা বাৰাদাৰ উপ প্ৰধানমন্ত্ৰী ২ – আব্দুল ছালাম হানাফি গৃহমন্ত্ৰী – চিৰাজুদ্দিন…

তালিবানৰ চৰকাৰ গঠন অনুষ্ঠানলৈ নিমন্ত্ৰণ পাবনে ভাৰতে ?

শীঘ্ৰে আফগানিস্তানত তালিবানে গঠন কৰিব নতুন চৰকাৰ ৷ কিন্তু নতুন চৰকাৰে দায়িত্বভাৰ গ্ৰহণ কৰা অনুষ্ঠানলৈ নিমন্ত্ৰণ নাপায় ভাৰতে ৷ নতুন চৰকাৰ গঠন অনুষ্ঠানলৈ আমন্ত্ৰণ জনোৱা হ’ব পাকিস্তান , চীন , ৰাছিয়া , কাটাৰ , তুৰষ্ক আৰু ইৰানৰ প্ৰতিনিধিক ৷ এই…

বিশ্ব সন্ত্ৰাস তালিবানক সহায় কৰিছে নেকি পাকিস্তানে? সৱিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন-

নিয়ৰ ডেকা প্ৰায় দুটা দশকৰ অন্ততঃ তালিবানে শাসনৰ বাঘজৰী হস্তগত কৰাৰ পিছত আফগানিস্তানত এতিয়াও মাৰ যোৱা নাই উত্তেজনা। আফগানিস্তানৰ পাঞ্জশিৰত তালিবান আৰু প্ৰতিৰোধ বাহিনীৰ মাজত এতিয়াও অব্যাহত আছে সামৰিক সংঘৰ্ষ। ইফালে তালিবান প্ৰতিৰোধ বাহিনীয়ে দাবী কৰিছে যে ইতিমধ্যেই শনিবাৰে ৬০০…

যৌনকৰ্মীক মৃত্যুদণ্ড দিয়াৰ পৰিকল্পনা তালিবানৰ

ক্ষমতা দখৰ পাছত এইবাৰ আফগানিস্তানৰ যৌনকৰ্মীসকলৰ তালিকা প্ৰস্তুত কৰিছে তালিবানে ৷ সংবাদ সংস্থা ‘দ্য চানে’ প্ৰকাশ কৰা বাতৰি অনুসৰি তালিবানে যৌনকৰ্মীসকলক চিনাক্ত কৰি মৃত্যুদণ্ড দিয়াৰ পৰিকল্পনা প্ৰস্তুত কৰিছে ৷ যাৰ বাবে দেশখনৰ যৌনকৰ্মীসকলে হয় আত্মগোপন কৰিছে , নহ’লে দেশ এৰি…