টেগ taliban

আফগানিস্তানত তালিবান ক্ষমতালৈ অহাৰ পাছত ভাৰত দোমোজাত কিয় ?

একৈশ বছৰৰ পাছত আকৌ জটিল পৰিস্থিতিৰ সন্মুখীন হৈছে আফগানিস্তান ৷ আফগানিস্তানৰ ৰাজধানী কট্টৰ ইছলামিক সংগঠন তালিবানে দখল কৰাৰ পাছত দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে পদত্যাগ কৰিছে ৷ ইতিমধ্যে তেও নিজৰ ঘণিষ্ঠ সহযোগীসকলক লৈ আফগানিস্তান এৰিছে ৷ সংবাদ প্ৰতিষ্ঠানৰ  খবৰ অনুসৰি ,…

দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতিয়ে , কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানে ?

তালিবানৰ ৰাজধানী চহৰ দখলৰ পাছত দেশ এৰিলে আফগানিস্তানৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷তেও আমেৰিকালৈ ৰাওণা হোৱা বুলি খবৰ ওলাইছে ৷ তাৰ মাজতে কাবুল এৰিলে এয়াৰ ইণ্ডিয়াৰ শেষৰখন বিমানেও ৷ বিমানখনত আছে ১২৯ গৰাকী যাত্ৰী ৷ দেওবাৰে তালিবানী বাহিনীয়ে কাবুল দখল কৰাৰ…

তালিবানৰ দখললৈ আফগানিস্তান : ভাৰতৰ ২২ হাজাৰ কৌটিৰ বিনিয়োগ অথলে যাব নেকি ?

আগগানিস্তানৰ ক্ষমতা তালিবানৰ হাতলৈ যোৱাটো  নিশ্চিত হৈছে ৷ দেওবাৰে তালিবানে দেশখনৰ ৰাজধানী চহৰ কাবুল দখল কৰিছে ৷ ইতিমধ্যে পদত্যাগ কৰিছে দেশখনৰ ৰাষ্ট্ৰপতি আশ্ৰফ ঘানিয়ে ৷ সমগ্ৰ চহৰজুৰি স্পষ্ট হৈ পৰিছে ক্ষমতা হস্তান্তৰৰ পৰিৱেশ ৷ ইছলামিক কট্টৰপন্থী সংগঠন তালিবানৰ হাতলৈ আফগানিস্থানৰ…

তালিবানৰ দখলত কাবুল , আফগানিস্তানৰ নতুন ৰাষ্ট্ৰপতি হ’ব কোন ?

কাবুলত প্ৰৱেশ কৰাৰ পাছতে  প্ৰধান কাৰাগাৰৰ দুৱাৰ মুকলি কৰি দিলে তালিবানে ৷জেলৰ পৰা বন্দী তালিবানৰ সদস্যসকলক মুক্তি দিয়া হৈছে ৷একেসময়তে কাবুলৰ প্ৰায় সকলো চৰকাৰী ভৱনত এতিয়া উৰিছে তালিবানৰ পতাকা ৷ ইয়াৰ পূৰ্বে বগৰম বিমানবন্দৰত থকা বগৰম কাৰাগাৰ আছিল আমেৰিকাৰ সেনাবাহিনীৰ…

কাবুলত প্ৰৱেশ কৰি কি ক’লে তালিবানে ?

অৱশেষত দেওবাৰে আফগানিস্তানৰ ৰাজধানী কাবুলত প্ৰৱেশ কৰিলে তালিবান বাহিনীয়ে ৷ তাৰ পাছতে তালিবানে ঘোষণা কৰিছে যে তেওলোকে ক্ষমতাৰ শান্তিপূৰ্ণ হস্তান্তৰ বিচাৰিছে ৷এক বিবৃতিত তালিবানে উল্লেখ কৰিছে যে তেওলোকে বন্দুকৰ বলত কাবুল দখল কৰিব বিচৰা নাই ৷ বৰং শান্তিপূৰ্ণভাৱে ক্ষমতালৈ আহিব…

তালিবানৰ দখলত আৰু তিনিখন চহৰ : ভাৰতে কাৰ পক্ষ ল’ব ?

তালিবানে দখল কৰিছে আফগানিস্তানৰ ইখনৰ পাছত সিখন চহৰ ৷ শুকুৰবাৰে দেশখনৰ আৰু তিনিখন চহৰ তালিবানে নিজৰ দখললৈ নিয়ে ৷ ইয়াৰ লগে লগে আফগানিস্তানৰ ৩৪ খন ৰাজ্যৰ ১৮ খনৰ ৰাজধানী তালিবানৰ দখললৈ গ’ল ৷  তালিবানে ইতিমধ্যে দেশখনৰ দ্বিতীয় আৰু তৃতীয় বৃহৎ…

ভাৰতে আফগানিস্তানক দিয়া হেলিকপ্তাৰ তালিবানৰ দখলত

আফগানিস্তানক ভাৰতে প্ৰদান কৰা চাৰিখন যুঁজাৰু হেলিকপ্তাৰৰ এখন তালিবানে দখল কৰিছে ৷ এই এম আই -২৪ হেলিকপ্তাৰখনৰ লগত ফটো উঠি তালিবানী বিদ্ৰোহীয়ে সেয়া ছোচিয়েল মেডিয়াতো শ্বেয়াৰ কৰিছে ৷২০১৯ চনত কাবুল আৰু বেলাৰুছৰ মাজত হোৱা এক চুক্তি অনুসৰি ভাৰতে চাৰিখন যুঁজাৰু…

তালিবানৰ অধীনলৈ যাব নেকি আফগানিস্তান ?

আফগানিস্তানত অব্যাহত আছে আফগান সেনা আৰু তালিবানৰ মাজত তয়াময়া যুদ্ধ ৷ তালিবানৰ লগত সমুখ সমৰত বাৰে বাৰে হাৰ মানিছে সেনাবাহিনীয়ে ৷এনেসময়তে অচিৰেই তালিবানে দেশখনৰ ৰাজধানী কাবুল দখল কৰি চৰকাৰৰ পতন ঘটাব বুলি ভৱিষ্যতবাণী কৰিছে  আমেৰিকাৰ চোৰাংছোৱা বিষয়াই  ৷ সংবাদ প্ৰতিষ্ঠান…

আফগানিস্থানত তালিবানৰাজ চলিব নেকি ?

আমেৰিকা যুক্তৰাষ্ট্ৰ প্ৰশাসনে আফগানিস্থানৰ পৰা নিজৰ সেনা প্ৰত্যাহাৰ কৰিবলৈ সিদ্ধান্ত লোৱাৰ পিছতেই তালিবানে পুনৰ এবাৰ আৰম্ভ কৰিছে সক্ৰিয় সামৰিক সঞ্চালন। এটাৰ পিছত এটা অঞ্চল দখল কৰি গৈছে দুৰ্ধৰ্ষ তালিবানে। উল্লেখ্য যে , বুধবাৰে পাকিস্তানৰ সীমান্তমুখী কান্ধাৰ প্ৰদেশৰ স্পিন বলদাক চহৰখন…