সত্যৰ সন্ধানত প্ৰতিদিন, প্ৰতিপল
Browsing Tag

taliban

আফগানী মহিলালৈ কি নতুন নিদের্শনা তালিবানৰ?

এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে শাসনভাৰ দখল কৰাৰ পিছত এছিয়াৰ হৃতপিণ্ড খ্যাত আফগনিস্তান এতিয়া অশান্ত। তালিবানৰ অধীনত এতিয়া আফগানিস্তানৰ জনতাৰ জীৱন দুৰ্বিসহ হৈ পৰিছে বুলি বিশ্বৰ সৰ্বত্ৰ চৰ্চা চলিছে। কিন্তু তালিবান নেতৃত্বই দাবী কৰিছে যে…

তালিবানৰ উপ প্ৰধানমন্ত্ৰীক সাক্ষাৎ কৰিলে ভাৰতৰ প্ৰতিনিধি দলে

🔴 অৱশেষত তালিবানৰ সৈতে আনুষ্ঠানিক বৈঠকত মিলিত হল ভাৰত 🔴 তালিবানৰ উপ প্ৰধানমন্ত্ৰীৰ সৈতে আলোচনাত বহিল ভাৰতৰ প্ৰতিনিধি দল 🔴 আফগানিস্তানৰ উপ প্ৰধানমন্ত্ৰী আব্দুল ছালাম হানিফৰ সৈতে অনুষ্ঠিত হৈছিল ৰুদ্ধদ্বাৰ বৈঠক 🔴 আফগানিস্তানক ঘেঁহু…

তালিবানৰ দেশত নৱৰাত্ৰিত হৰে ৰাম হৰে কৃষ্ণ কীৰ্তন গালে ভক্তইঃ ভাইৰেল ভিডিঅ

তালিবানৰ দেশত নৱৰাত্ৰিত হৰে ৰাম হৰে কৃষ্ণ কীৰ্তন গালে ভক্তই। ছছিয়েল মিডিয়াত ইতিমধ্যেই ভাইৰেল হৈ পৰিছে এই ভিডিঅ। খবৰ অনুসৰি আফগানিস্তানৰ আশামাই মন্দিৰত কীৰ্তন আৰু জাগৰণ অনুষ্ঠান পালন কৰা হয়। তালিবানী ইতিহাসত প্ৰথমবাৰৰ বাবে নৱৰাত্ৰি উৎসৱৰ…

আফগানিস্তান সীমান্তত সুৰক্ষাৰ বাবে আত্মঘাতী বোমাৰু মোতায়েন কৰিব তালিবানে

তদানীন্তন চৰকাৰক আঁতৰাই আফগানিস্তান দখল কৰাৰ পিছত এতিয়া দেশ পৰিচালনাৰ নিত্য নতুন কৌশল উদ্ভাৱন কৰিছে তালিবানে।আফগানিস্তানৰ এটা সূত্ৰৰ তথ্য অনুসৰি তালিবানে আত্মঘাতী বোমাৰুৰ এক বিশেষ বেটেলিয়ন গঠন কৰিছে। কোৱা হৈছে যে আফগানিস্তানৰ সীমান্তৰ মূলত…

আফগানিস্তানত দাড়ি কটা বন্ধ কৰিছে তালিবানেঃ হতবাক বিশ্ববাসী

তালিবানে আফগানিস্তানৰ হেলমান্দ প্ৰদেশৰ নাপিতসকলক স্থানীয় লোকৰ দাড়ি কাটি নিদিবলৈ নিৰ্দেশ জাৰি কৰিছে। তালিবানে কব খোজে যে দাড়ি কটাটো ইছলামিক আইন বিৰোধী। BBCৰ এক নতুন প্ৰতিবেদন অনুসৰি হেলমান্দ প্ৰদেশৰ নাপিতসকলক গ্ৰাহকৰ দাড়ি নাকাটিবলৈ…

আফগানিস্তানৰ হেৰাট চহৰৰ চাৰিআলিত চাৰিটা মৃতদেহ ওলোমাই ৰাখিছে তালিবানেঃ কিন্তু কিয়?

পশ্চিম আফগানিস্তানৰ হেৰাট চহৰৰ পৰা অহা খবৰ অনুসৰি চাৰিজন লোকৰ মৃতদেহ পৃথক পৃথক চাৰিআলিত ওলোমাই থৈছে তালিবানে। বিবিচিৰ পাৰ্চী সেৱাৰ এক প্ৰতিবেদন অনুসৰি তালিবানে অপহৰণৰ অভিযোগত চাৰিজন লোকক গ্ৰেপ্তাৰ কৰিছিল। গ্ৰেপ্তাৰ কৰা লোক কেইজনক প্ৰথমে…

চীয়েৰ লীডাৰ্ছৰ নৃত্যৰ বাবেই আফগানিস্তানত নিষিদ্ধ কৰা হৈছে নেকি IPL?

BCCIৰ ঐশ্বর্যশালী টি-২০ প্ৰতিযোগিতা ইণ্ডিয়ান প্রিমিয়াৰ লীগৰ দ্বিতীয় লেগৰ মেচ দেওবাৰৰ পৰা সংযুক্ত আৰব আমীৰ শ্বাহীত আৰম্ভ হৈছে৷ সমগ্র বিশ্বৰ ক্ৰিকেট অনুৰাগীয়ে জনপ্রিয় টি-২০ প্রতিযোগিতাখনৰ আমেজ লৈছে যদিও আফগানিস্তানৰ ক্ৰিকেট অনুৰাগী সকলক মেচ…

সংগীতৰ বাবেই আফগানিস্তান এৰিবলৈ বাধ্য হোৱা আয়েশা খান এতিয়া ক’ত আছে?

তালিবানে কাবুল দখল কৰাৰ পিছত নিজৰ ঘৰ আৰু দেশ এৰিবলৈ বাধ্য হৈছিল আয়েশা খান। আয়েশাই বিগত বৰ্ষৰ পৰা কাবুলত সংগীত শিকি আছিল আৰু লাইভ অনুষ্ঠান পৰিবেশন কৰিছিল। কিন্তু যেতিয়া তালিবান কাবুলৰ ওচৰত উপস্থিত হৈছিল তেতিয়া আয়েশাই কাবুল এৰিব লগা হৈছিল।…

তীব্ৰ খাদ্য সংকটত আফগানিস্তানঃ আফগানী জনতাৰ বাবে হৃদয় গলিবনে আমেৰিকাৰ?

তদানীন্তন চৰকাৰক আঁতৰাই এটা দুৰ্ধৰ্ষ সন্ত্ৰাসবাদী সংগঠনে ক্ষমতা দখল কৰাৰ পিছত এছিয়াৰ হৃদপিণ্ড খ্যাত আফগানিস্তান এতিয়া অশান্ত। বিগত ২০ বছৰত তালিবানৰ পতন আৰু আফগানিস্তানৰ পুনৰ নির্মাণৰ নামত আমেৰিকাকে ধৰি কেইবাখনো দেশে লাখ লাখ কোটি ডলাৰ ধন…

ৰাজনৈতিক মেৰপেচত পণবন্দী আফগানী জনতাঃ পঞ্জশিৰত ২০ গৰাকী নাগৰিকক হত্যা কৰিলে তালিবানে

আফগানিস্তানৰ পঞ্জশিৰত তালিবান আৰু আফগান ৰেজিচটেন্স ফ'ৰ্চৰ মাজত এতিয়াও অব্যাহত আছে সামৰিক সংঘৰ্ষ। অৱশ্যে তালিবানে দাবী কৰিছে যে পঞ্জশিৰ জিলা তেঁওলোকে ইতিমধ্যেই দখল কৰিছে। আনহাতে ৰেজিচটেন্স ফ'ৰ্চৰ ভাষ্য অনুসৰি পঞ্জশিৰ জিলাৰ ৬০ শতাংশ অঞ্চল…